ETV Bharat / state

Trinayan Baruah acquitted: ত্ৰিনয়ন বৰুৱাক দোষমুক্ত ঘোষণা আৰক্ষীৰ - Cotton University

ৰেপিড’ চালকক মাৰপিট কৰা ঘটনাৰ নতুন মোৰ । ২৪ ঘণ্টা জেৰাৰ অন্তত মুকলি আকাশৰ তললৈ আহিল অসম ছাত্র পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱা । পানবজাৰ আৰক্ষীয়ে দোষমুক্ত ঘোষণা কৰিলে ত্ৰিনয়ন বৰুৱাক (Trinayan Baruah acquitted) ।

Trinayan Baruah acquitted
ত্ৰিনয়ন বৰুৱাক দোষমুক্ত ঘোষণা আৰক্ষীৰ
author img

By

Published : Nov 13, 2022, 8:44 PM IST

গুৱাহাটী,১৩ নৱেম্বৰ: গুৱাহাটীত ৰেপিড’ চালকক প্ৰহাৰৰ কৰা ঘটনাৰ নতুন মোৰ (Beating of rapid driver) । পানবজাৰ আৰক্ষীৰ ২৪ ঘণ্টা জেৰাৰ অন্তত মুকলি আকাশৰ তললৈ আহিল অসম ছাত্র পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱা । ত্ৰিনয়ন বৰুৱাক দোষমুক্ত ঘোষণা আৰক্ষীৰ (Trinayan Baruah acquitted) । পানবজাৰ আৰক্ষীলৈ অগপ শীৰ্ষ নেতাৰ পৰা আহিছিল বহু হেঁচা । যাৰ ফলত ২৪ ঘন্টা জেৰাৰ পিছত মুকলি তললৈ আহিল ত্ৰিনয়ন বৰুৱা ।

এই ঘটনাৰ লগত জড়িত অনুপম মালিকক গ্ৰেপ্তাৰ কৰিছিল পানবজাৰ আৰক্ষীৰ । কিন্তু কিয় পানবজাৰ আৰক্ষীয়ে এবাৰো তলব নকৰিলে ঘটনাৰ লগত জড়িত থকা অনসকল সদস্যসকলক । সেয়া এতিয়া সোমাই পৰিছে ৰহস্যৰ আৱৰ্তত । ৰেপিড’ চালক চাজিদ চৌধুৰীয়েও ত্ৰিনয়ন বৰুৱা জড়িত নথকাৰ কথা অনাআনুষ্ঠানিক উল্লেখ কৰে (Rapido rider beating case in Guwahati) ।

ত্ৰিনয়ন বৰুৱাক দোষমুক্ত ঘোষণা আৰক্ষীৰ

উল্লেখ্য যে, ১০ নৱেম্বৰৰ নিশা গুৱাহাটী ৰেলৱে ষ্টেচনৰ সমীপত সংঘটিত হৈছিল এক মাৰপিটৰ ঘটনা (Beating incident near Guwahati railway station) । কটন বিশ্ববিদ্যালয়ৰ (Cotton University) ছাত্ৰ বুলি কোৱা যুৱকৰ দলৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল চাজিদ চৌধুৰী নামৰ ৰেপিড’চালকজন । আক্ৰমণকাৰী যুৱকৰ দলটোৰ নেতৃত্বত আছিল অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱা ।

ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱকজনে পাণবজাৰ আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ । ঘটনা সন্দৰ্ভত 275/2022 নম্বৰত ৰুজু হৈছিল গোচৰ । তাৰ পিছতে শনিবাৰে ত্ৰিনয়ন বৰুৱাক আটক কৰি ২৪ ঘন্টা আৰক্ষীয়ে জেৰা চলাই আজি মুকলি কৰি দিয়ে ।

লগতে পঢ়ক: Kankin Kaubang at Teok: TMPK ৰ উদ্যোগত টীয়কত কাংকিন কৌবাং অনুষ্ঠিত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.