ETV Bharat / state

প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰৰ স্বত্বাধিকাৰীৰে বৈঠক পৰিৱহণ বিভাগৰ - প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰ

ৰাজ্যত প্ৰণয়ন কৰা হৈছে নতুন যান-বাহন আইন ৷ সংশোধিত যান-বাহন আইনখন কাৰ্যকৰী হোৱাৰ পিছতেই প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰসমূহত দেখা গৈছে যথেষ্ট ভিৰ ৷ লগতে মহানগৰীৰ একাংশ কেন্দ্ৰই অধিক ধন সংগ্ৰহ আৰু পৰ্যাপ্ত পৰীক্ষা অবিহনেই প্ৰমাণ পত্ৰ প্ৰদান কৰাৰো অভিযোগ উত্থাপিত হৈছিল ৷

প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰৰ স্বত্বাধিকাৰীৰে বৈঠক পৰিৱহণ বিভাগৰ
author img

By

Published : Sep 29, 2019, 9:00 AM IST

গুৱাহাটী, 29 ছেপ্টোম্বৰঃ ৰাজ্যত প্ৰণয়ন কৰা হৈছে নতুন যান-বাহন আইন ৷ সংশোধিত যান-বাহন আইনখন কাৰ্যকৰী হোৱাৰ পিছতেই প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰসমূহত দেখা গৈছে যথেষ্ট ভিৰ ৷ লগতে মহানগৰীৰ একাংশ কেন্দ্ৰই অধিক ধন সংগ্ৰহ আৰু পৰ্যাপ্ত পৰীক্ষা অবিহনেই প্ৰমাণ পত্ৰ প্ৰদান কৰাৰো অভিযোগ উত্থাপিত হৈছিল ৷

প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰৰ স্বত্বাধিকাৰীৰে বৈঠক পৰিৱহণ বিভাগৰ

এই বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পিছতেই তৎপৰ হৈ পৰিছে জিলা পৰিবহন বিভাগ ৷ প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰৰ স্বত্বাধিকাৰী আৰু বিষয়ববীয়াৰে বৈঠক বহিছে পৰিৱহণ বিভাগ ৷ কোনো অনিয়ম সংঘটিত নকৰিবলৈ কেন্দ্ৰৰ স্বত্বাধিকাৰীসকলক সকিয়নি প্ৰদান কৰে পৰিৱহন বিভাগে ৷ অনিয়মৰ অভিযোগ পালেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সকিয়াই দিয়ে ৷

উল্লেখযোগ্য যে, কামৰূপ মহানগৰ জিলাত মুঠ ১৪ টা প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰ আছে যদিও সেয়া পৰ্যাপ্ত নহয় ৷ অতিশীঘ্ৰে পেট্ৰল পাম্পসমূহটো কেন্দ্ৰ স্থাপনৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে ৷ সংবাদ মাধ্যমক এই কথা জানিবলৈ দিয়ে পৰিৱহণ বিষয়া অৰুণ বৰাই ৷ আনহাতে নতুন যানবাহন আইন কাৰ্যকৰী হোৱাৰ পিছত কামৰূপ মহানগৰ জিলাত ৪ লাখতকৈও টকা সংগ্ৰহ হৈছে বুলিও জানিবলৈ দিয়ে বৰাই ৷

Intro:ৰাজ্যত সংশোধিত নতুন যানবাহন আইন কাৰ্যকৰী হোৱাৰ পিছতেই প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰত ভিৰ যথেষ্ট বৃদ্ধি পাইছে। মহানগৰীৰ একাংশ কেন্দ্ৰ অধিক ধন সংগ্ৰহ আৰু পৰ্যাপ্ত পৰীক্ষা অবিহনেই প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ এক অভিযোগ উত্থাপিত হৈছিল। এই বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পিছতেই তৎপৰ হৈছে জিলা পৰিবহন বিভাগ। প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰৰ স্বত্বাধিকাৰী আৰু বিষয়ববীয়াৰে বৈঠক বহিছে পৰিৱহণ বিভাগ। কোনো অনিয়ম সংঘটিত নকৰিবলৈ সকিয়নি প্ৰদান কৰে কেন্দ্ৰৰ স্বত্বাধিকাৰীসকলক। তাৰোপৰি অনিয়মৰ অভিযোগ পালেই ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সকিয়াই দিছিল। ইফালে কামৰূপ মহানগৰ জিলাত মুঠ ১৪ টা প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰ আছে যদিও সেয়া পৰ্যাপ্ত নহয়। অতিশীঘ্ৰে পেট্ৰল পাম্পসমূহটো কেন্দ্ৰ স্থাপন কৰাৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে। এই কথা সংবাদ মাধ্যমক জনালে পৰিৱহণ বিষয়া অৰুণ বৰাই। আনহাতে নতুন যানবাহন আইন কাৰ্যকৰী হোৱাৰ পিছত কামৰূপ মহানগৰ জিলাত ৪লাখতকৈও টকা সংগ্ৰহ হৈছে বুলিও জানিবলৈ দিয়ে বৰাই।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.