ETV Bharat / state

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Oct 17, 2022, 9:09 AM IST

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

9 বজাৰ 10 টা শীৰ্ষ বাতৰি
TOP 10 NEWS AT 9 AM

DAC Election: দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কংগ্ৰেছৰ

দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন সমাগত (Deori Autonomous Council Election) ৷ ২২ জনীয়া সদস্য বিশিষ্ট পৰিষদৰ বাবে আজি প্ৰথমখন তালিকাত ১২ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰে কংগ্ৰেছে ৷ শীঘ্ৰেই ঘোষণা কৰিব বাকী ১০ গৰাকী প্ৰাৰ্থীৰ নাম ৷

Suspected Suicide : দ খাৱৈত উদ্ধাৰ যুৱক-যুৱতীৰ কংকাল

উত্তৰা খণ্ডৰ হৰিদ্বাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা (Skeletons found in Uttarakhand)৷ দেওবাৰে নিশা হৰিদ্বাৰৰ চিদকুল আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গতৰ্গ ডেনচো চকৰ ওচৰৰ এখন পথাৰৰ ওচৰৰ দ খাৱৈত দুটা কংকাল উদ্ধাৰ কৰা হৈছে ৷

Boat Accident In Nalbari : নাও দুৰ্ঘটনাত এজন নিহত, তিনিগৰাকী আহত

নলবাৰী জিলাৰ বৰক্ষেত্ৰী টৈয়দ আলী চৰত সংঘটিত হৈছে নাও দুৰ্ঘটনাৰ ঘটনা (Boat Accident In Nalbari)৷ এই নাও দুটৰ্ঘনাত এজন লোক নিহত হোৱাৰ বিপৰীতে তিনিজন লোক আহত হৈছে ৷

Congress Presidential Poll : ভোটাৰ তালিকাত নাম নাই কমলাক্ষ্য দে পুৰকায়স্থৰ

ভোটাধিকাৰ সাব্যস্ত কৰিবলগীয়া অসমৰ ২৮৯ জনীয়া তালিকাত নাম নাই প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰ্যৰী সভাপতি তথা বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থৰ (Congress Presidential Poll)। কাৰ্যকৰী সভাপতি হিচাপে ভোট দিয়াটো বিচাৰিছিল কমলাক্ষ্যই । বহুতৰে ক্ষোভ থকাটো স্বাভাৱিক বুলি ক'লে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে ।

Anup Chetia's daughter marriage: অসমৰ জোঁৱাই হোৱা হ'লে ময়ো ভাল পালোহেঁতেন: অনুপ চেতিয়া

বাংলাদেশৰ যুৱকৰে কন্যাৰ বিবাহ(Anup Chetia daughter marriage with Bangladeshi boy) ৷ যাৰ বাবে এতিয়া বিতৰ্কৰৰ্ক সন্মুখীন হৈছে অসমৰ বিদ্ৰোহী সংগঠন আলফাৰ নেতা অনুপ চেতিয়া ৷ এই বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অনুপ চেতিয়াই(ULFA leader Anup Chetia) ।

Yoga Competition in Dhemaji : ধেমাজিত ২৫ তম আন্তঃজিলা জেষ্ঠ্য যোগাসন প্ৰতিযোগিতা

ধেমাজিত ২৫ তম আন্তঃজিলা জেষ্ঠ্য যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে (25th Senior inter district Yoga competition) ৷ ‘অসম অলিম্পিক সন্থা(Assam Olympic Association)’ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ‘অসম যোগ সন্থা(Assam Yoga Association)’ৰ সৌজন্যত, ‘যোগাসন ক্ৰীড়া সন্থা, অসম’ৰ সহযোগত আৰু ‘ধেমাজি জিলা যোগাসন ক্ৰীড়া সন্থা’ৰ আতিথ্যত জিলাখনৰ ৰাজহুৱা প্ৰেক্ষাগৃহত যোৱা ১৪ অক্টোবৰৰ পৰা আৰম্ভ হয় এই অনুষ্ঠান (Senior inter district Yoga competition in Dhemaji)

Pijush Hazarika visited erosion sites : চাবুৱাৰ পুখুৰীজানত খহনীয়া পৰিদৰ্শন কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই

বিগত কেইদিনমান ধৰি হোৱা নেৰা নেপেৰা বৰষুণত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত খহনীয়াই লৈছে ভয়াৱহ ৰূপ (River erosion at Chabua) । দেওবাৰে চাবুৱাৰ পুখুৰীজানত উপস্থিত হৈ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই পৰিদৰ্শন কৰিলে খহনীয়া (Minister Pijush Hazarika visited erosion sites of Chabua) ।

Hotel inaugurated by Zubeen Garg: নলবাৰীত হোটেল উদ্বোধনী অনুষ্ঠানত জুবিন গাৰ্গ

দেওবাৰে নলবাৰীত হোটেল কিউ গ্ৰীণৰ শুভ উদ্ধোধন কৰিলে কণ্ঠশিল্পী জুবিজু ন গাৰ্গে (Hotel Q Green inaugurated by Zubeen)। চৰকাৰী চাকৰিমুখী নহৈ এগৰাকী উচ্চ শিক্ষিত যুৱকে নিজৰ ব্যৱসায়ৰে প্ৰতিস্থিত হ’ব বিচৰা নলবাৰীৰ ইজাজ আহেমেদে ইতিমধ্যে নিজৰ ব্যবসায়ৰ জৰিয়তে জিলাখনৰ বহু যুৱকক কৰ্মসংৰ্ম স্থাপন দিবলৈ সক্ষম হৈছে । নলবাৰী হৰিপুৰত নতুনকৈ খোলা হোটেল কিউ গ্ৰীণ উদ্ধোধন অনুষ্ঠিত উপস্থিত থাকি হাৰ্ট থ্ৰব জুবিন গাৰ্গে ( Singer Zubeen Garg in Nalbari) মৰিগাঁৱৰ অনুষ্ঠানৰ বিশৃংখলতা সন্দৰ্ভত কিছু মন্তব্য কৰে ৷

Congress Prez Election : কৰ্ণাটকত ভোট দিব ৰাহুল গান্ধীয়ে

"কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ বাবে কাইলৈ ৰাহুল গান্ধীয়ে ক'ত ভোটদান কৰিব তাক লৈ প্ৰশ্ন আহিছে । ইয়াত কোনো শংকা থাকিব নালাগে (Congress Prez election) । তেওঁ বল্লাৰীৰ চাংগানাকাল্লুৰল্লু ভাৰত জোড়ো যাত্ৰাৰ শিবিৰত প্ৰায় ৪০ জন ভাৰত যাত্ৰীৰ সৈতে ভোটদান কৰিব । তেওঁলোক হৈছে পিচিচিৰ প্ৰতিনিধি ।" ৰমেশে এক টুইটযোগে কয় ।

Road Accident: মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা

ডিব্ৰুগড়ৰ জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গতৰ্গ ৰাণীপথৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সন্ধিয়া সংঘটিত হয় এক ভয়ানক পথ দুৰ্ঘটৰ্ঘনা (Road Accident in Moran)। দুৰ্ঘটৰ্ঘনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দুজনকৈ স্কুটী আৰোহী । ঘটনাৰ বিৱৰণী অনুসৰি, ৰাণীপথৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ৰখাই থোৱা পঞ্জাৱ বডী ট্ৰাকত পাছফালৰ পৰা খুন্দিয়াই তীব্ৰ বেগেৰে অহা এখন স্কুটীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.