ETV Bharat / state

পুৱা 9 বজাৰ 10 শীৰ্ষ বাতৰি - পি আই বিৰ মুখ্য নিৰ্দেশক কে এছ ধাতৱালিয়াৰ দেহত ধৰা পৰিছে ক'ভিড-19ৰ অৱস্থিতি

পুৱা 9 বজাৰ 10 শীৰ্ষ বাতৰি

TOP 10 NEWS AT 9 AM
পুৱা 9 বজাৰ 10 শীৰ্ষ বাতৰি
author img

By

Published : Jun 8, 2020, 9:44 AM IST

উত্তৰ প্ৰদেশৰ সন্ত্ৰাস বিৰোধী স্কোৱাডৰ জালত অস্ত্ৰ সৰবৰাহকাৰী

দেওবাৰে উত্তৰ প্ৰদেশৰ সন্ত্ৰাস বিৰোধী স্কোৱাডে গ্ৰেপ্তাৰ কৰে এজন খালিস্তানী সন্ত্ৰীসবাদীক । দীৰ্ঘদিন ধৰি খালিস্তানী সন্ত্ৰীসবাদীক অস্ত্ৰ যোগান ধৰি অহাৰ অভিযোগতে গ্ৰেপ্তাৰ কৰে যাদৱ মেৰঠ নামৰ ব্যক্তিজনক ।

7.2 কোটি মাৰ্কিন ডলাৰ ব্যয়েৰে পেচোৱাৰৰ পৰা কৰাচীলৈ ৰেলপথ উন্নীতকৰণ প্ৰকল্প পাকিস্তানৰ

চিপিইচিৰ অধীনত পেচোৱাৰৰ পৰা কৰাচীলৈ ৰেলৱে' উন্নীতকৰণ প্ৰকল্প অনুমোদন কৰিছে পাকিস্তানে ৷ পাকিস্তানৰ চেন্ট্ৰেল ডেভেলপমেন্ট ৱৰ্কিং পাৰ্টীয়ে দেওবাৰে পাকিস্তান ৰেলৱে'ৰ মেইন লাইন-1ত অনুমোদন জনায় ৷

পি আই বিৰ মুখ্য নিৰ্দেশক কে এছ ধাতৱালিয়াৰ দেহত ক'ভিড-19

পি আই বিৰ মুখ্য নিৰ্দেশক কে এছ ধাতৱালিয়াৰ দেহত ধৰা পৰিছে ক'ভিড-19ৰ অৱস্থিতি ৷ সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে নেশ্যনেল মিডিয়া চেন্টাৰস্থিত অট্টালিকা ৷

উদ্ধৱ থাকৰেয়ে প্ৰশংসা কৰিলে অভিনেতা চনু সুদক

অভিনেতা চনু সুদক প্ৰশংসা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ ৷ দেওবাৰে নিশা সুৱৰ্ণ মুম্বাইৰ মাটোশ্ৰীস্থিত বাসগৃহত মুখ্যমন্ত্ৰী থাকৰেক সাক্ষাৎ কৰে অভিনেতাগৰাকীয়ে ৷

ভাৰত-পাক সীমান্তত পাকিস্তানৰ বাৰম্বাৰ যুদ্ধ বিৰতি উলংঘন !

ভাৰত-পাক সীমান্তত যুদ্ধ বিৰতি উলংঘা পাক সেনাৰ ৷ দেওৱাৰ দুবাৰকৈ গুলীচালনা পাকিস্তানী সেনাৰ ৷

লক ডাউনৰ পাছত পুনৰ চাকৰি ঘূৰাই পোৱাৰ আশা ৭৩ শতাংশ ভাৰতীয়ৰ

দেশৰ পৰা লক ডাউনৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ পাছত অধিকাংশ ভাৰতীয়ই পুনৰ যোগদান কৰিব পাৰিব এই সময়ত হেৰুওৱা চাকৰিত । এক সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য ।

২০১৭ চনৰ লাপা অভিযানত প্ৰাণ আহুতি দিয়া মেজৰ ডেভিড মানলুনক শ্ৰদ্ধাঞ্জলী

মণিপুৰৰ ভাৰত ম্যানমাৰ সীমান্তৰ মন জিলাৰ অন্তৰ্গত এক উগ্ৰপন্থীৰ অভিযানত অংশ গ্ৰহণ কৰি মৃত্যুক সাৱটি লোৱা মেজৰ ডেভিড মানলুনক দেওবাৰে ভাৰতীয় সেনাৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলী জনোৱা হয় । উগ্ৰপন্থীৰ গুলিত নিহত হৈছিল বিষয়াজন ।

নীতি-নিৰ্দেশনা মানি সোমবাৰৰ পৰা মুকলি কৰা হ'ব দেশৰ ৰাজধানীৰ ১০০ টা চপিং ম'ল

দেশৰ ৰাজধানী নতুন দিল্লীত সোমবাৰৰ পৰা চপিং ম'ল সমূহ খুলিবলৈ অনুমতি প্ৰদান কৰিছে । সকলো নীতি-নিৰ্দেশনা মানি ম'ল খোলাৰ অনুমতি প্ৰশাসনৰ ।

কাৰ্বি আংলঙত অস্ত্ৰসহ আটক 4 উগ্ৰপন্থী সদস্য

কাৰ্বি আংলঙত সক্ৰিয় হৈ থকা দা পিপুলছ ডেমক্ৰেটিক কাউঞ্চিল অফ কাৰ্বি লংৰি চমুকৈ পিডিচিকেৰ শিৱিৰত অসম আৰক্ষীৰ মোক্ষম আঘাত ৷ উগ্ৰপন্থী সংগঠনটোৰ চিএনচি আৰু চাৰ্জেণ্টসহ চাৰিজনকৈ দূৰ্ধৰ্ষ কেডাৰক কাৰ্বি আংলং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

সোমবাৰৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি হ'ব ধৰ্মীয় উপাসনাস্থলী

উপাসনা স্থলী সমূহত সামাজিক দূৰত্ব মানি চলা , চেনিটাইজ কৰা , থাৰ্মনেল আদিৰে স্কেন কৰাৰ বাবে কঠোৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ ৷ পৰিচালনা সমিতি সমূহৰ মাজত দেখা গৈছে ব্যাপক ব্যস্ততা ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.