ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ বাতৰি

author img

By

Published : Aug 10, 2022, 8:57 AM IST

পুৱা 9 বজাৰ শীৰ্ষ বাতৰি

Top 10 At 9 AM
পুৱা 9 বজাৰ শীৰ্ষ বাতৰি

Bihar political Crisis: বুধবাৰে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব নীতিশ কুমাৰে

সঘনাই সলনি হৈছে বিহাৰ ৰাজনীতিৰ পট ৷ বুধবাৰে বিয়লি ২ বজাত নীতিশ কুমাৰ আৰু তেজস্বী যাদৱে শপতগ্ৰহণ কৰিব (Nitish Kumar will take oath as Bihar Chief Minister) ৷

Azad ka Amrit Mahotshav: হাতত AK-47 লৈ উগ্ৰপন্থীৰ মাজত ত্ৰাস সৃষ্টি কৰা মহিলা IPS গৰাকী

স্বাধীনতাৰ 75 সংখ্যক বৰ্ষপূৰ্তিৰ ক্ষণত আমি অসমৰে এগৰাকী মহিলাৰ বিষয়ে আলোকপাত কৰিব খুজিছোঁ ৷ তেওঁ হ’ল ড৹ সংযুক্তা পৰাশৰ (IPS Sanjukta Parashar) ৷ এইগৰাকী আই পি এছ বিষয়া এসময়ত অসমৰ উগ্ৰপন্থী সংগঠন সমূহৰ বাবে ত্ৰাসৰ কাৰণ আছিল ৷ হাতত AK-47 লৈ গভীৰ অৰণ্যত উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজ দি তেওঁ সমগ্ৰ দেশতেই পৰিচিত হৈ পৰিছিল ৷

Azadi Ka Amrit Mahotsav: ঐতিহাসিক ফুলগুৰি ধেৱাৰ জীৱন্ত ইতিহাস

স্বাধীনতা লাভৰ 75 বছৰ পূৰ্তি উপলক্ষে দেশজুৰি বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে স্বাধীনতা মহোৎসৱ । কিন্তু প্ৰতিজন ভাৰতীয়ই জানেনে বাৰু ফুলগুৰি ধেৱা (Phulaguri Dhewa) অৰ্থাৎ ফুলগুৰিৰ ৰণৰ ইতিহাস ? স্বাধীনতাৰ 75 বৰ্ষপূতি উপলক্ষে স্বাধীনতা মহোৎসৱৰ এই পবিত্ৰ ক্ষণত আজি আমি আওৰাম ‘‘ঐতিহাসিক ফুলগুৰি ধেৱাৰ জীৱন্ত ইতিহাস’’ ৷

Azadi Ka Amrit Mahotsav: অসমৰ কনিষ্ঠ শ্বহীদ কনকলতা বৰুৱালৈ সশ্ৰদ্ধ প্ৰণিপাত...

দেশ স্বাধীন হোৱা 75 বছৰ পূৰ্ণ হ’ল (75th Anniversary of Indian Independence) ৷ আজিও ভাৰতৰ ইতিহাসত সোণালী আখৰেৰে লিখা আছে কনকলতা বৰুৱাৰ নাম (Freedom fighter Kanaklata Baruah)৷ অসমৰ কনিষ্ঠ শ্বহীদগৰাকীৰ গাঁথাৰে আজিৰ এই বিশেষ প্ৰতিবেদন...

Important meeting of Education Minister: পলিটেকনিকৰ খালি পদ পূৰণৰ আশ্বাস শিক্ষামন্ত্ৰীৰ

শিক্ষ মন্ত্ৰী ডাঃৰণোজ পেগুৰ অধ্যক্ষতাত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অধীনস্থ ৰাজ্যখনৰ পলিটেকনিকসমূহৰ অধ্যক্ষ সকলৰ সৈতে এখনি বৈঠক অনুষ্ঠিত হয়(Meeting of Education Minister Ranoj Pegu with principals of state polytechnics)। উক্ত বৈঠকত মন্ত্ৰী ডাঃপেগুৱে প্ৰতিখন শিক্ষানুষ্ঠানৰ আন্তঃগাঠনি, প্ৰবক্তা সকলৰ খালি পদ পূৰণকে ধৰি বিভিন্ন সমস্যাসমূহ পৰ্য্যায়ক্ৰমে সমাধান কৰাৰ আশ্বাস দিয়ে ।

Har Ghar Triranga: ওলোটাকৈ জাতীয় পতাকা ধৰি বিতৰ্কত বিধায়ক শিবু মিশ্ৰ

ওলোটাকৈ জাতীয় পতাকা ধৰি এইবাৰ বিতৰ্কত সোমাল লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ ৷ 75 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত মঙলবাৰে হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক কাৰ্যসূচী প্ৰচাৰ কৰিবলৈ গৈ বিধায়ক শিবু মিশ্ৰই ওলোটাকৈ ধৰিলে জাতীয় পাতাকা (MLA Shibu Mishra in controversy holding national flag in reverse) ৷

Allowance of Assam home guard : বৃদ্ধি হ’ল অসমৰ গৃহৰক্ষী জোৱানৰ ভাট্টা

অৱশেষত বৃদ্ধি হ’ল অসমৰ গৃহৰক্ষী জোৱানৰ ভাট্টা ৷ উচ্চতম ন্যায়ালয়ৰ ৰায় অনুযায়ীয়ে যোৱা সোমবাৰে এই নিৰ্দেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে (High Court orders hike in wages of Assam Home Guards) । যাক লৈ এতিয়া আনন্দিত অসমৰ গৃহৰক্ষী জোৱানসকল ৷

Quit India movement: শিৱসাগৰত অনুষ্ঠিত ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি ৰোমন্থণ সমাৰোহ

ভাৰত ত্যাগ আন্দোলনৰ (Quit India Movement) শ্বহীদসকলক স্মৰণ কৰাৰ উদ্দেশ্যে অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলন আৰু শিৱসাগৰ জিলা মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত তথা অসম চৰকাৰৰ সহযোগত ৰাজ্যিক ভিত্তিত আয়োজন ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি ৰোমন্থণ সমাৰোহ(Smriti Romanthan Samaroh of Quit India Movement) ৷

Assam opts for Green Energy: APDCL আৰু NLC ইণ্ডিয়া লিমিটেডৰ মাজত বুজাবুজিৰ চুক্তি সম্পন্ন

মঙলবাৰে স্বাক্ষৰিত কৰা হ’ল ১০০০ মেগাৱাট নবীকৰণযোগ্য শক্তি প্ৰকল্প স্থাপনৰ বাবে APDCL আৰু NLC ইণ্ডিয়া লিমিটেডৰ মাজত এক বুজাবুজিৰ চুক্তি(MoU signed between APDCL and NLC India Limited) ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এন এল চি ইণ্ডিয়া লিমিটেডৰ পৰিচালন সঞ্চালক কে মোহন ৰেড্ডী আৰু এপিডিচিএলৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰে স্বাক্ষৰ কৰে এই চুক্তিত ৷

Sehnaaz Gill Reacts To Rumor: ছবিৰ পৰা বাহিৰ ওলোৱা প্ৰসংগত মুখ খুলিলে শ্বেহনাজে

বলীউডত যিখন ছবিৰে প্ৰথম খোজ দিয়াৰ কথা সেইখন ছবিৰ পৰাই শ্বেহনাজ গীল বাহিৰ ওলাল বুলি কালিৰে পৰা প্ৰচাৰ হৈ থকা বাতৰি প্ৰসংগত নিজৰ মত দিলে তাৰকাগৰাকীয়ে (Shehnaaz Gill instagram) ৷ কি ক’লে শ্বেহনাজে জানো আহকচোন-

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.