ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : May 16, 2022, 8:57 AM IST

পুৱা 9 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 9 AM
পুৱা 9 বজাৰ শীৰ্ষ 10 টা বাতৰি

Train service cancelled : ডিমা হাছাওত ৰেল যাত্ৰীৰ মাজত হাহাকাৰ

ৰেলসেৱা বাতিলৰ পৰিপ্ৰেক্ষিতত ডিমা হাছাওত ৰেল যাত্ৰীৰ মাজত হাহাকাৰ (Train passengers stranded at New Haflong station)৷ যাত্ৰীক উদ্ধাৰৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণৰ কথা প্ৰকাশ কৰিছে জিলা উপায়ুক্তই ৷ অনিৰ্দিষ্ট কালৰ বাবে পাহাৰীয়া জিলাখনলৈ ৰেলৰ চলাচল বন্ধ ঘোষণা কৰা হৈছে (Train service cancelled indefinitely due to landslide)৷

Youth Joins ULFA I: পৰীক্ষা আধাতে এৰি আলফা(স্বা)লৈ শিৱসাগৰৰ যুৱতী

পুনৰ আলফা(স্বা)লৈ যুৱতী (Youth Joins ULFA I)৷ শিৱসাগৰৰ আমগুৰিৰ গগৈ উপাধীৰ এগৰাকী যুৱতীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে আলফা(স্বা)ত যোগদানৰ কথা ।

আলফা স্বাধীনে প্ৰত্যাহাৰ কৰিলে সঞ্জয় কিষাণৰ বিৰুদ্ধে আৰোপিত নিষেধাজ্ঞা

আলফা(স্বাঃ) আৰু মন্ত্ৰী সঞ্জয় কিষাণৰ মাজৰ বিতৰ্কৰ অন্ত পৰিল (Controversy between ULFA I and Sanjay Kisan)। অৱশেষত সংবাদ মাধ্যমৰ সন্মুখত ক্ষমা বিচাৰিলে মন্ত্ৰী সঞ্জয় কিষাণে । লগে লগে আলফা(স্বাঃ)ৰ প্ৰতিক্ৰিয়া । কিন্তু কি ভুল কৰিছিল মন্ত্ৰী সঞ্জয় কিষানে ? কি কি নিষেধাজ্ঞা আৰোপ কৰা হৈছিল তেওঁৰ বিৰুদ্ধে ?

Tripura new CM oath taking ceremony: উপস্থিত নাথাকিল বিৰোধী দল চিপিআই(এম)

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাৰ শপত গ্ৰহণ অনুষ্ঠান বৰ্জন চিপিআই(এম) দলৰ (Tripura CPIM boycotted Oath taking ceremony of new CM)৷ বিজেপি চৰকাৰৰ কাৰ্যকাল শেষ হ’বলৈ মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাত হঠাৎ এইদৰে মুখ্যমন্ত্ৰী সলনি কৰা কাৰ্যই প্ৰকৃততে দলটোৰ ব্যৰ্থতাক উদঙাই দিছে বুলি মন্তব্য কৰে চিপিআই(এম)ৰ দলীয় সূত্ৰই ৷

বাৰাণসীৰ পৰা কলকাতা হৈ ডিব্ৰুগড়ৰ বগীবিলৰ মাজত চলিব বিলাসী নদী ক্রুজ : সৰ্বানন্দ সােণােৱাল

প্ৰথম ইনক্ৰেডিবল ইণ্ডিয়া ইণ্টাৰনেচনেল ক্ৰুজ কনফাৰেন্স ২০২২-ৰ সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সােণােৱাল(Sarbananda Sonowal attended incredible India international cruise conference) ৷ ব্যক্তিগত অংশীদাৰ আৰু ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ তথা মুম্বাই বন্দৰ কর্তৃপক্ষৰ মাজত আঠখন গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি ।

অসম আৰক্ষীৰ সদ্য নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ আৰু নিকা: ভাস্কৰজ্যোতি মহন্ত

অসম আৰক্ষীৰ সদ্য নিযুক্তি প্ৰসংগত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ সংবাদমেল । অসম আৰক্ষী সদ্য ঘোষিত পৰীক্ষাৰ ফলাফল আৰু নিযুক্তি সম্পূৰ্ণ স্বচ্ছ-নিকা বুলি দাবী আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ (Assam police constable appointment) ।

Procurement of paddy in Assam : ধান ক্ৰয়ত ব্যৰ্থ এফ চি আইকে ধৰি অন্যান্য প্ৰতিষ্ঠান

৩১ মে' লৈ নিৰ্ধাৰিত ৭ ল‍াখ মেট্ৰিক টনৰ বিপৰীতে ক্ৰয় কৰা হৈছে মাত্ৰ ২,৫৭,৮৩০ মেট্ৰিক টন ধান । বৃদ্ধি কৰা হৈছে ধান ক্ৰয়ৰ সময়সীমা (Extension of rice procurement deadline)। এফ চি আইকে ধৰি মুঠ ৬ টা প্রতিষ্ঠানৰ ৫ টাই ৫০ শতাংশ ধানো ক্ৰয় কৰিব পৰা নাই ।

চৰকাৰৰ মূল উদ্দেশ্য হৈছে ৰাজ্যখনৰ উন্নয়ন ত্বৰান্বিত কৰা: মুখ্যমন্ত্ৰী মাণিক সাহা

শনিবাৰে বিয়লি বিপ্লৱ কুমাৰ দেবে পদত্যাগ পত্ৰ দাখিল কৰাৰ পিছতে মানিক সাহাই ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে ৷ তাৰ পিছতে মাণিক সাহাই দেওবাৰে এখন সংবাদমেল আয়োজন কৰি (Tripura CM Manik Saha organize press conference) ত্ৰিপুৰাৰ উন্নয়নৰ ক্ষেত্ৰত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

নায়ক চিনেমাৰ দৰে এদিনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ মন এজন গাড়ী চালকৰ

নায়ক চিনেমাৰ অনিল কাপুৰৰ দৰেই এদিনৰ বাবে মুখ্যমন্ত্ৰীৰ চকীত বহিবলৈ বিচাৰিছে বৰপেটাৰোডৰ এজন গাড়ী চালকে (Driver wants to be Assam's CM for one day)৷ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই বৰ্তমানৰ মুখ্যমন্ত্ৰীকেই কেলেংকাৰীৰ অভিযোগত অভিযুক্ত কৰিব বুলিও কয় চালকজনে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.