ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি - Recruitment in Education Department

9 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 9 AM
9 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Feb 16, 2022, 9:01 AM IST

মনত দুখ পাইছে অসমৰ মুখ্যমন্ত্ৰীয়ে

কৰ্মতৎপৰ, দুৰদৰ্শী, বিচক্ষণ বুলি পৰিচিত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মনত দুখ পোৱা কাম কৰিছে এজেপি আৰু কংগ্ৰেছে(AJP-Congress Alliance Is Painful) ।

Road accident at Gohpur : গুৰুতৰভাৱে আহত তিনিজন

গহপুৰ হেলেমৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা(Gohpur road accident) ৷ এখন দ্ৰুতবেগী অচিনাক্ত ডাম্পাৰে মহতিয়াই নিয়ে গেছ পাইপ লাইনৰ কাম কৰা এখন টেক্টৰ আৰু বন বিভাগৰ বলেৰ গাড়ী ।

আনন্দ মিশ্রৰ বদলিৰ পিছতো স্তব্ধ হোৱা নাই নগাঁও আৰক্ষীৰ বন্দুকৰ গুলী

পুনৰ নগাঁও আৰক্ষীৰ এনকাউন্টাৰ (Encounter in Nagaon) ৷ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা নগাঁও আৰক্ষীৰ গুলীত সোমবাৰে আহত হ’ল ড্ৰাগছ মাফিয়া ৷

Assam 8th Medical College : লখিমপুৰত ৰাজ্যৰ অষ্টমখন চিকিৎসা মহাবিদ্যালয়ৰ উদ্বোধন

মঙলবাৰে লখিমপুৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ অষ্টমখন চিকিৎসা মহাবিদ্যালয়ৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে (Lakhimpur Medical College and Hospital inaugurated by CM Himanta Biswa Sarma) ৷

Recruitment in Education Department: 10 মে'ৰ পূৰ্বে আৰম্ভ হ’ব শিক্ষা বিভাগৰ 20 হাজাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়া

10 মে'ৰ পূৰ্বে ৰাজ্যৰ শিক্ষা বিভাগৰ 20 হাজাৰটা পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব ( Recruitment in Education Department ) ৷ এই কথা সদৰি কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Education Minister Ranoj Pegu) ।

এইবাৰ মনোহৰী গ’ল্ড চাহৰ ৰেকৰ্ড ভাঙিলে অসমৰ গ'ল্ডেন পাৰ্ল চাহে

বিশ্বখ্যাত অসমৰ চাহপাতে পুনৰ এক ইতিহাস ৰচনা কৰিলে । 'গ'ল্ডেন পাৰ্ল' টীয়ে এইবাৰ গঢ়িলে ৰেকৰ্ড Golden Pearl Tea fetches record price) ।

নলবাৰীত বাজিছে পৌৰসভা নিৰ্বাচনৰ ৰণডংকা

ৰাজ্যত এতিয়া পৌৰ নিৰ্বাচনৰ বতাহ (Municipal Election 2022) ।

Municipal Election in Bokakhat: অকলেই অৱতীৰ্ণ হ’ব মিত্ৰযোঁটে বঞ্চিত কৰা টিকট প্ৰত্যাশী

মিত্ৰদলত থাকিও বোকাখাতৰ পৌৰসভা নিৰ্বাচনত নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ সাজু হৈছে টিকটপ্ৰত্যাশী (Municipal Elections in Bokakhat) ৷ দলীয় নেতৃত্বত ওচৰত মোহভংগ হৈছে তৃণমূল কৰ্মী ৷

কাৰ বিৰুদ্ধে থানাত এজাহাৰ দিলে ৰূপজ্যোতি কুৰ্মীয়ে ?

মৰিয়নী থানাত হঠাৎ নিশা উপস্থিত হয় বিধায়ক ৰূপজ্যোতি কুৰ্মী । কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে বিধায়কগৰাকীয়ে এজাহাৰ দাখিল কৰে (Rupjyoti Kurmi files FIR against Rahul Gandhi)।

মহানগৰত অচিৰেই চলিব অস্বাস্থ্যকৰ পানীৰ বটল কাৰখানাৰ বিৰুদ্ধে অভিযান

এইবাৰ অস্বাস্থ্যকৰ পানীৰ বটলৰ বিৰুদ্ধে অভিযান চলিব মহানগৰ জিলা প্ৰশাসনৰ (Operation against unhealthy water bottle factories) ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.