ETV Bharat / state

9 বজাৰ শীৰ্ষ 10টা বাতৰি - শিক্ষাখণ্ডত সংযোজিত চাৰিটা জনজাতীয় ভাষা

9 বজাৰ শীৰ্ষ 10টা বাতৰি

top-10-at-9-am
9 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Feb 13, 2022, 9:00 AM IST

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত পঞ্চকৰ্মা উৎকর্ষ কেন্দ্ৰৰ আধাৰশিলা স্থাপন সোণোৱালৰ

গুৱাহাটীস্থিত কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানত শনিবাৰে পঞ্চকৰ্মা ব্ল’ক আৰু চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত পঞ্চকৰ্মা উৎকর্ষ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সাণোৱালে (Foundation stone Lay down at Panchakarma Centre of Excellence) ।

Nagaon Police: আনন্দ মিশ্রবিহীন নগাঁৱত অব্যাহত আছে অপৰাধীৰ বিৰুদ্ধে অভিযান

বহু অপৰাধীক নাকী লগাই নগাঁৱৰ পৰা বদলি হ’ল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ৷ বহুতে আশংকা কৰিছিল নগাঁও পুনৰ হৈ পৰিব অপৰাধীৰ ৰম্যভূমি ৷

নিম্ন প্ৰাথমিক শিক্ষাখণ্ডত সংযোজিত হ'ব চাৰিটা জনজাতীয় ভাষা

প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ পাঠ্যক্ৰমত সংযোজিত হ’ব চাৰিটা জনজাতীয় ভাষা (Assam Govt to introduce 4 tribal languages from LP School level) ৷

Assam municipal polls: পৌৰসভা নিৰ্বাচনত অগপ আৰু বিজেপিৰ মাজত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দিতা

আগন্তুক পৌৰসভা নিৰ্বাচনত অগপৰ সৈতে মিত্ৰতা কৰিবলৈ সাজু বিজেপি ৷

Hijab controversy: মুখমন্ত্ৰীয়ে দিলে সমাজত দুই ধৰণৰ মুছলমানৰ সংজ্ঞা

সম্প্ৰতি গণতান্ত্ৰিক দেশ এখনত পোছাক পৰিধানক লৈ চলি থকা বিতৰ্ক এতিয়া তুংগত উঠিছে (Hijab Controversy) ৷ সমাজৰ বিশিষ্ট ব্যক্তিসকলেও সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে নিজৰ নিজৰ মত ৷

অধিক পানীপানৰ ফলতেই বিজেপিৰ সভাত সোমালগৈ শ্বেৰমান আলী

বিজেপিৰ সভালৈ যোৱা নাছিল বিধায়ক শ্বেৰমান আলী ৷ প্ৰস্ৰাৱাগাৰলৈহে গৈছিল ৷ পুৱা প্ৰায় চাৰি লিটাৰ পানী খোৱাৰ বাবেই সঘনাই প্ৰস্ৰাৱ কৰিবলগীয়া হয় শ্বেৰমান আলিয়ে ৷

Assam Municipal Election : দৰঙৰ উপায়ুক্ত কাৰ্যালয়ত পৌৰ নিৰ্বাচনকলৈ বৈঠক

সাজু হৈ উঠিছে দৰং জিলা প্ৰশাসন (District administration preparation for Municipal election) ৷

Cattle smuggling: ভাৰত-বাংলাদেশ সীমান্তত গৰুৰ চোৰাং সৰবৰাহ অব্যাহত

বি এছ এফ গুৱাহাটী ফ্ৰন্টিয়াৰে পশ্চিম বংগৰ ভাৰত আৰু বাংলাদেশ সীমান্তত কিছুদিন পূৰ্বে বহু সংখ্যক চোৰাং গৰুৰ সহ গৰুৰ চোৰাং সৰবৰাহকাৰী এজনক গ্ৰেপ্তাৰ কৰাৰ পিছতে শনিবাৰে পুনৰ বি এছ এফে পশ্চিম বংগৰ ভাৰত-বাংলাদেশ সীমান্তৰ কোচবিহাৰৰ বালাভুট নামৰ সীমান্তত থকা গাঁৱত চোৰাং গৰুৰ সহ গৰুৰ চোৰাং সৰবৰাহকাৰী এজনক গ্ৰেপ্তাৰ কৰিছে (BSF has arrested a cattle smuggler) ৷

Tripura assembly election 2023: TDF ত ১০০ ৰো অধিক লোকৰ যোগদান

ত্ৰিপুৰা বিধানসভা নিৰ্বাচনক(Tripura assembly election 2023) লৈ ৰাজনৈতিক দলসমূহে ৰণকৌশল প্ৰস্তুত কৰিছে । আঞ্চলিক ৰাজনৈতিক দল টিডিএফৰ(TDF) সদস্য ভৰ্তি অভিযান অব্যাহত ।

জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ পৰা সন্ধানহীন মেজাৰমেন্ট বুক

তামুলপুৰৰ চেৰফাং গোৰেশ্বৰ জলসিঞ্চন সংমণ্ডলৰ পৰা সন্ধানহীন "মেজাৰমেন্ট বুক" (Measurement book of Irrigation Department went missing) ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.