ETV Bharat / state

9 বজাৰ শীৰ্ষ 10 টা বাতৰি - মন্ত্ৰী পীযুষ হাজৰিকা

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 9 AM
9 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Sep 1, 2021, 9:10 AM IST

মহাজোঁট ভংগ : তেজপুৰত ৰিপুণ বৰাৰ বিস্ফোৰণ !

মঙলবাৰে তেজপুৰত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই মহাজোঁট সম্পৰ্কত কেইবাটাও বিস্ফোৰক মন্তব্য কৰে ৷ ৰিপুণ বৰাৰ এই মন্তব্যৰ সবিশেষ জানিবলৈ পঢ়ক আমাৰ এই বিশেষ প্ৰতিবেদন ৷

নৱম অসম আৰক্ষী বাহিনীৰ বাছত উদ্ধাৰ আঘাতপ্ৰাপ্ত পহু

নৱম অসম আৰক্ষী বেটেলিয়ানৰ বাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা পহু উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বাছখনৰ চালক গৰাকীয়ে অন্য উদ্দেশ্যেৰে পহুটোক বাছখনত লৈ অহাৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে ৷

গো-সুৰক্ষা আইনৰ বিৰোধিতা CPI(M)ৰ

গো-সুৰক্ষা আইন প্ৰত্যাহাৰৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদৰ আহ্বান চি পি আই ( এম) দলৰ ৷ ইয়াৰোপৰি এক সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য আগবঢ়ায় দলটোৱে ৷

ডিমা হাছাওলৈ যাব বিচৰা নাই ট্ৰাক চালক : অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিৰ আশংকা

ডিমা হাছাও জিলাত উগ্ৰপন্থীৰ আক্ৰমণৰ ঘটনাত 5 গৰাকী নিৰপৰাধী ট্ৰাক চালক নিহত হোৱাৰ পিছত জিলাখনলৈ এতিয়া কোনো ট্ৰাক চালকেই যাবলৈ মান্তি হোৱা নাই ৷

এখন চহৰক লৈ দুই কিন্নৰৰ দলৰ মাজত প্ৰচণ্ড যুদ্ধ

দুটাকৈ কিন্নৰৰ দলৰ মাজত অসমৰ এখন আগশাৰীৰ চহৰ দখল কৰিবলৈ এতিয়া সৃষ্টি হৈছে যুদ্ধ সদৃশ পৰিৱেশৰ ৷ ইয়াৰে এটা দলে দাবী কৰা মতে তেওঁলোক স্থানীয় তথা খিলঞ্জীয়া কিন্নৰ ইয়াৰ বিপৰীতে আনটো দলে বহিঃ ৰাজ্যৰ পৰা অসমলৈ আহি চহৰখন দখল কৰিবলৈ যত্ন কৰিছে ৷

থাওৰাত উপ-নিবাৰ্চনৰ ৰণশিঙা বজালে মন্ত্ৰী পীযুষ হাজৰিকাই

বিৰোধী কংগ্ৰেছ আৰু আঞ্চলিক দল সমূহেও উপ-নিৰ্বাচনক লৈ দলীয় কামকাজ আৰম্ভ কৰা সময়তে মঙলবাৰে থাওৰাত উপ-নিবাৰ্চনৰ ৰণশিঙা বজালে মন্ত্ৰী পীযুষ হাজৰিকাই । মঙলবাৰে থাওৰা সমষ্টিৰ ডিমৌত অনুষ্ঠিত হয় বিজেপিৰ সাংগঠনিক সভা ।

বানাক্ৰান্ত কৃষকক চৰকাৰে প্ৰদান কৰিব ক্ষতি পূৰণ : অতুল বৰা

"বানাক্ৰান্ত কৃষকক ক্ষতি পূৰণ প্ৰদান কৰিব অসম চৰকাৰে ৷ ৰাজ্যখনৰ 30 হাজাৰ হেক্টৰ কৃষি ভূমি বানৰ কবলত পৰিছে ৷ জল জীৱন মিচনৰ অধীনত বিশুদ্ধ খোৱা পানী যোগানৰ কাম পূৰ্ণ গতিত চলি আছে ৷

3 ছেপ্তেম্বৰৰ পৰা পুনৰ মুকলি হ'ব ভাৰত-বাংলাদেশ বিমান সেৱা

পুনৰ মুকলি হোৱাৰ দিশে ভাৰত-বাংলাদেশৰ মাজৰ বিমান সেৱা ৷ দুয়োখন দেশৰ মাজত হোৱা আলোচনাৰ গ্ৰহণ কৰা হৈছে এক উমৈহতীয়া সিদ্ধান্ত ৷ ভাৰতীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে(Ministry of Civil Aviation) প্ৰকাশ কৰিছে এই তথ্য ৷

world letter writing day: চিঠি লিখা কলাক জীয়াই ৰখাৰ প্ৰয়াস

বিশ্বায়নৰ এই যুগত আঙুলিৰ টিপতে সকলো উপলব্ধ হৈ পৰিছে ৷ একেদৰে ৰাইজৰ মাজত যোগাযোগৰ ক্ষেত্ৰতো জনপ্ৰিয় হৈ পৰিছে Text অথবা ই-মেইল ৷

ক্ৰিকেটৰ পৰা অৱসৰ ল’লে বেগী বলাৰ Dale Steyn এ

বিশ্বৰ কোটি কোটি অনুৰাগীক হতাশ কৰি অৱশেষত ক্ৰিকেটক চিৰ বিদায় জনালে দক্ষিণ আফ্ৰিকাৰ কিংবদন্তি বেগী বলাৰ ডেল ষ্টেইনে ৷ ক্ৰিকেটাৰ গৰাকীয়ে মঙলবাৰে টুইটাৰৰ জড়িয়তে ক্ৰিকেটৰ সকলো ফৰমেটৰ পৰা আনুষ্ঠানিক অৱসৰ ঘোষণা কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.