ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি... - TOP 10 @ 9 AM

9 বজাৰ শীৰ্ষ দহটা বাতৰি...

9 বজাৰ শীৰ্ষ দহটা বাতৰি...
9 বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : May 25, 2021, 9:02 AM IST

অখিলক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যত ৰাছেল হুছেইনৰ প্ৰতিক্ৰিয়া

বিধানসভাৰ মজিয়াত অখিল গগৈক মানসিক ৰোগী বুলি কৰা মুখ্যমন্ত্ৰীৰ মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাছেল হুছেইনে...

মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ বিবৃতিযোগে প্ৰতিক্ৰিয়া অখিল গগৈৰ

পঞ্চাদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ তৃতীয় তথা অন্তিম দিনা 108 নং শিৱসাগৰ বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক তথা কৃষক নেতা অখিল গগৈৰ অনুপস্থিতিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অপমান সূচক মন্তব্য কৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে বিধায়কগৰাকীয়ে ৷

বাক্সাত ডাইনী সন্দেহত মৰিয়াই এজনক হত্যা

বাক্সাৰ কুমাৰীকাটাত সোমবাৰে দিনৰ ভাগত ডাইনী সজাই লাঠিৰে মৰিয়াই মৰিয়াই এজন লোকক হত্যা কৰে স্থানীয় ৰাইজে ৷ ঘটনাস্থলীত কুমাৰীকাটা আৰক্ষী চকীৰ আৰক্ষীৰ দল উপস্থিত হোৱাৰ পাচত আৰক্ষী বিষয়া নীলভজ্যোতি নাথক আক্ৰমণ কৰে আৰু আৰক্ষীৰ বাহনত বিস্তৰ ক্ষতিসাধন কৰে ৷ ঘটনা সন্দৰ্ভত পাঁচজনক আটক আৰক্ষীৰ ৷

ৰূপহীহাটত পুনৰ দুগৰাকী ক’ভিড ৰোগীৰ মৃত্যু

ৰূপহীহাটত সোমবাৰে দুগৰাকী ক’ভিড ৰোগীৰ মৃত্যু ৷ বৰ্তমানলৈকে ৰূপহীহাটত আক্ৰান্ত হৈছে 8 গৰাকী লোক ৷

সোমবাৰে ডিমা হাছাওত কৰ’ণাত আক্ৰান্ত 113 গৰাকী

সোমবাৰৰ দিনটোলৈকে ডিমা হাছাওত কৰ’ণাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা 1,044 গৰাকী লৈ বৃদ্ধি ৷ সোমবাৰে জিলা খনত নতুনকৈ কৰ'ণাত আক্ৰান্ত হয় 113 গৰাকী ৷

অশ্ৰুসিক্ত নয়নেৰে বিদায় সাংবাদিক ৰাজীৱ মেচক

দেওবাৰে চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিক ৰাজীৱ মেচে ৷ অশ্ৰুসিক্ত নয়নেৰে ডিফুত সাংবাদিক গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷

উত্তৰ পূৱত আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংক: 4149 গাহৰিৰ মৃত্যু

চলিত বৰ্ষৰ 25 মাৰ্চ তাৰিখে মিজোৰামৰ লুংচেন গাঁৱত প্ৰথমবাৰৰ বাবে আফ্ৰিকান ছোৱাইন ফিভাৰ ধৰা পৰে ৷ ইয়াৰ পিছতে মিজোৰামৰ সকলো জিলাতে তাৎক্ষণিক ভাৱে ৰেপিড ৰেচপন্স দল গঠন কৰা হৈছিল । পৰীক্ষাৰ অন্তত ভূপালৰ NIHSADয়ে ইয়াক আফ্ৰিকান ছোৱাইন ফিভাৰ (এএছএফ) বুলি নিশ্চিত কৰে ৷

নলবাৰীৰ নতুন উপাযুক্ত গীতিমণি ফুকনৰ কাৰ্য্যভাৰ গ্ৰহণ

সোমবাৰে আনুষ্ঠানিকভাৱে কাৰ্যবাৰ গ্ৰহণ কৰিলে নলবাৰীৰ নতুন উপাযুক্ত গীতিমণি ফুকনে ৷ শেহতীয়া ভাৱে ৰাজ্য চৰকাৰে কেইবাখনো জিলাৰ উপাযুক্তৰ ব্যাপক ৰদ বদল কৰাৰ সময়তে নলবাৰী জিলা উপায়ুক্ত হিচাপে নিয়োগ কৰা হৈছিল গীতিমণি ফুকনক ৷

এছএফআই-ডিৱাইএফআই কৰ্মীৰ আক্ৰমণক মানিক সৰকাৰৰ গৰিহনা

এছএফআই-ডিৱাইএফআই কৰ্মীসকলৰ ওপৰত সংঘটিত আক্ৰমণক মানিক সৰকাৰৰ তীব্ৰ গৰিহনা ৷ আক্ৰমণৰ আঁৰত বিজেপি নেতা জড়িত থকাৰ অভিযোগ মানিক সৰকাৰৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.