ETV Bharat / state

7 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Aug 19, 2020, 7:14 PM IST

7 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 @ 7PM
7 বজাৰ দহটা শীৰ্ষ বাতৰি

দেওজাৰা নৈত মাছ মাৰিবলৈ গৈ সলিল সমাধি যুৱকৰ

বাক্সাৰ মুছলপুৰৰ আৰক্ষী থানাৰ অন্তৰ্গত অমৰপুৰত মাছ মাৰিবলৈ গৈ সলিল সমাধি ঘটে এগৰাকী যুৱকৰ ৷ যুৱকগৰাকী অমৰপুৰ গাঁৱৰ নিবাসী গনেশ দাস (৪০) বুলি জানিব পৰা গৈছে ৷

কৰিমগঞ্জত নৃশংস হত্যাকাণ্ড

কৰিমগঞ্জত লোমহৰ্ষক হত্যাকাণ্ড । অচিনাকি দুৰ্বৃত্তৰ দলে ডিঙি কাটি হত্যা কৰি থৈ যায় মানিক উদ্দিন নামৰ এগৰাকী লোকক ।

কৰ'ণাত আক্ৰান্ত ধুবুৰীৰ আৰক্ষী অধীক্ষক

দেশ তথা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ ধুবুৰী জিলাতো মহামাৰী ক'ৰণাই লৈছে ভয়ংকৰ ৰূপ । বৰ্তমানলৈকে জিলাখনত আক্ৰান্ত হৈছে দুই সহস্ৰাধিক লোক।

কোকৰাঝাৰত দুগৰাকী অতিৰিক্ত উপায়ুক্তৰ দেহত ক’ভিড-19

অব্যাহত আছে ক’ভিড-19 ৰ ভয়াৱহতা ৷ কোকৰাঝাৰত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ক’ভিড-19ৰ গণ সংক্ৰমণে ৷

2021ৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব কণ্ঠশিল্পী বাবু বৰুৱা !

এইবাৰ ৰাজনীতিৰ পথাৰত খোজ পেলাবলৈ সাজু জনপ্ৰিয় কণ্ঠশিল্পী বাবু বৰুৱা ৷ সংগীত চৰ্চাৰ সমান্তৰালভাৱে সামাজিক কৰ্মৰাজিৰ সৈতে জড়িত তথা কা আন্দোলনৰ সময়ত ৰাজপথত নামি পৰা কণ্ঠশিল্পী গৰাকীয়ে অহা 25 আগষ্টত যোগদান কৰিব কংগ্ৰেছ দলত ৷

চীন-ভাৰতৰ সম্পৰ্কৰ উদ্বেগ বৃদ্ধিৰ মাজতে বাংলাদেশ ভ্ৰমণ ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ সচিব হৰ্ষ বৰ্ধন শ্ৰিংগলা

সাম্প্ৰতিক সময়ত চীন-ভাৰতৰ সম্পৰ্কৰ উদ্বেগ ঘটাৰ মাজতে ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ সচিব হৰ্ষ বৰ্ধন শ্ৰিংগলা মঙলবাৰে দুদিনৰ বাবে প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশ ভ্ৰমণ কৰিবলৈ ঢাকাত উপস্থিত হয় ৷

মোদীৰ সলনি সুষমা স্বৰাজক প্ৰধানমন্ত্ৰী হোৱাটো কিয় বিচাৰিছিল দিগ্বিজয় সিঙে ?

জ্যেষ্ঠ কংগ্ৰেছ নেতা দিগ্বিজয় সিঙে বুধবাৰে কয় যে, যদি ভাৰতীয় জনতা পাৰ্টীয়ে 2014 ৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ সলনি সুষমা স্বৰাজক বাচনি কৰিলেহেঁতেন তেন্তে হয়তো আজি দেশৰ অৱস্থা অধিক উন্নত হ‘লহেঁতেন ৷

চাপৰৰ আৰেয়াঝাৰ সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ অভিযান

ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে বুধবাৰে পূৱ বিলাসীপাৰাত বন বিভাগে উচ্ছেদ অভিযান চলাই ৷ অবৈধভাবে বেদখল কৰি থকা 43 টা পৰিয়ালৰ ঘৰ উচ্ছেদ চলাই বন বিভাগে ৷

কেজৰিৱালক অক্সিমিটাৰ উপহাৰ হিচাপে দিয়ক: আপ-অসম

বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰে আম আদমী পাৰ্টিৰ অসম শাখাই ৷ সংবাদমেলখনৰ জৰিয়তে দলটোৰ বিষয়ববীয়াসকলে কোভিড ১৯ ৰ সংক্ৰমণ সম্পৰ্কে বিশদভাৱে আলোচনা কৰে ৷

চি আৰ পি এফৰ অভিযানত উদ্ধাৰ মাৰণাস্ত্ৰ

জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰ জিলাত বুধবাৰে চি আৰ পি এফৰ এটা দলে অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰশস্ত্ৰ উদ্ধাৰ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.