ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি - মৃত অভিযুক্ত বিকি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

top-10-at-5-pm
5 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Mar 16, 2022, 5:05 PM IST

কাশ্মীৰ ফাইল চাবলৈ অৰ্ধছুটী ল’ব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে

11 মাৰ্চত মুক্তি লাভ কৰিছিল বিবেক অগ্নিহোত্ৰীৰ নৱতম ছবি দ্য কাশ্মীৰ ফাইল্ছে (The Kashmir Files) ৷ ছবিখন মুক্তিৰ পিছতে দেশজুৰি ব্যাপকভাৱে চৰ্চিত হৈছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও (PM Modi praises The Kashmir Files movie) প্ৰশংসা কৰিছিল ছবিখন ৷

মৃত অভিযুক্ত বিকিৰ দেহত ৪ টা গুলীৰ চিন স্পষ্ট : অভিজিৎ শৰ্মা

বৰ্তমানেও জিএমচিএইচৰ মৰ্গতে আছে বিকি আলীৰ মৃতদেহ ৷ বিকিৰ দেহত ৪ টা গুলীৰ চিন স্পষ্ট আছে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই ৷

ওদালগুৰিত এনকাউণ্টাৰত নিহত শিশু ধৰ্ষণ-হত্যাৰ অভিযুক্ত

24 ঘন্টাৰ ভিতৰত দুঠাইত অসম আৰক্ষীৰ এনকাউণ্টাৰ (Two encounter within 24 hours in Assam)৷ গুৱাহাটীৰ পাচত ওদালগুৰিত ধৰ্ষণ অভিযুক্তলৈ আৰক্ষীৰ গুলী (Encounter in Udalguri)৷ নিহত ৰাজেশ মুণ্ডা নামৰ এজন লোক ৷

জন্মদিনৰ বিশেষ মূহুৰ্তত চিডিএছ জেনেৰেল বিপিন ৰাৱাটক স্মৰণ

দেশৰ প্ৰথমগৰাকী চিডিএছ বিপিন ৰাৱাটৰ আজি জন্মদিন (Late CDS Bipin Rawat birthday)। সমগ্ৰ দেশজুৰি আজি স্মৰণ কৰা হৈছে ৰাৱাটক । বিগত বছৰত হেলিকপ্তাৰ দুৰ্ঘটনাত মৃত্যু হৈছিল ৰাৱাটৰ । ১৯৭৮ চনৰ পৰা ২০২১ চনৰ ৮ ডিচেম্বৰৰ তেওঁৰ মৃত্যুৰ দিনটোলৈ একেৰাহে দেশৰ প্ৰতি সেৱা আগবঢ়াইছিল ৰাৱাটে ।

এতিয়াও নগাৰ দখলত অসমৰ ৬০ হাজাৰ হেক্টৰ ভূমি

চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ উপৰিও মেঘালয়, মিজোৰাম আৰু অৰুণাচলৰ সৈতে সুদীৰ্ঘ সময়জুৰি চলি আহিছে অসমৰ সীমা বিবাদ (Border dispute in Assam)। এয়া কোনো নতুন কথা নহয় । সময়ে সময়ে এই সীমা বিবাদে ৰক্তাক্ত ৰূপো ধাৰণ কৰিছে । চুবুৰীয়া ৰাজ্যৰ বেদখল সন্দৰ্ভত ৰাজ্য চৰকাৰৰ ফালৰ পৰা যি তথ্য দাঙি ধৰা হ'ল সেয়া অত্যন্ত উদ্বেগজনক ।

জোনাইৰ মুৰ্কংচেলেক ৰে'ল ষ্টেচনত নৃশংস হত্যাকাণ্ড

জোনাইৰ মুৰ্কংচেলেক ৰে'ল ষ্টেচনৰ দুই নং প্লেটফৰ্মত মঙলবাৰে সন্ধিয়া সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড (Brutal murder in Murkongselek railway station) । মুৰ্কংচেলেক ৰে'ল ষ্টেচনৰ দুই নং প্লেটফৰ্মত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা হয় এজন যুৱকৰ মৃতদেহ । অচিনাক্ত যুৱকজনক দুৰ্বৃত্তই চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰি পেলায় থৈ যায় (Miscreant killed one person in Jonai) ।

আজিৰে পৰা আৰম্ভ কিশোৰ-কিশোৰীৰ লগতে বুষ্টাৰ ড’জ প্ৰদানৰ কাৰ্যসূচী

দেশৰ ১২-১৪ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক ক'ভিড প্ৰতিষেধক প্ৰদান (Corbevax for teenagers) । কিশোৰ-কিশোৰীসকলক প্ৰদান কৰা হৈছে কৰ্বেভেক্স প্ৰতিষেধক । ৬০ বছৰ উৰ্ধৰ সকলো লোকে এতিয়াৰে পৰা ল'ব পাৰিব বুষ্টাৰ পালি ।

Ajmal IAS Academy : হোজাইত মুকলি হ’ব আজমল IAS একাডেমি

হোজাইত আজমল ফাউণ্ডেশ্যনৰ উদ্যোগত অচিৰে মুকলি কৰা হ’ব আজমল IAS একাডেমি (Ajmal IAS Academy) ৷ নিবনুৱা সমস্যা সমাধানৰ বাবে এই বিশেষ পদক্ষেপ গ্ৰহণ আজমল ফাউণ্ডেশ্যনৰ ৷

কছাৰী বিহুৰে মুখৰিত ধেমাজিৰ গৰৈমাৰী পথাৰ

অসমৰ অন্যতম ভূমিপুত্ৰ সোণোৱাল কছাৰীসকলৰ পবিত্ৰ বাইথ' পূজাৰ লগত সংগতি ৰাখি প্ৰতিবছৰে ফাগুনৰ অন্তিম দিনা আৰম্ভ কৰা হয় বিহু নমোৱা পৰ্ব (Kachari Bihu celebrate) ৷ সেই উদ্দেশ্যে মঙলবাৰে সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত ধেমাজিৰ গৰৈমাৰী বাইথ' মন্দিৰৰ প্ৰাংগণত আয়োজন কৰা হয় পবিত্ৰ বাইথ' পূজাৰ (Sonowal Kachari Bihu celebrate in Dhemaji) ৷

চেন্নাইত অনুষ্ঠিত হ’ব 44 তম বিশ্ব দবা অলিম্পিয়াড 2022

ভাৰতে আয়োজন কৰিব ৪৪ তম বিশ্ব দবা অলিম্পিয়াড ২০২২ ৰ (India to host 44th World Chess Olympiad 2022) ৷ ৰাছিয়াত অনুষ্ঠিত হ’বলগীয়া সকলো প্ৰকাৰৰ ক্ৰীড়া প্ৰতিযোগিতাৰ পূৰ্বে নিৰ্ধাৰিত কাৰ্যসূচী ফেডাৰেশ্যনে বাতিল কৰাৰ পাছতেই এই সিদ্ধান্ত লয় ভাৰতে ৷ চেন্নাইত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ (Chess Olympiad in Chennai) ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.