ETV Bharat / state

5 বজাৰ সংবাদ শীৰ্ষ...

author img

By

Published : Dec 27, 2021, 5:05 PM IST

5 বজাৰ সংবাদ শীৰ্ষ...

Top 10 at 5 PM
5 বজাৰ সংবাদ শীৰ্ষ

Repeal of AFSPA : নাগালেণ্ডত প্ৰত্যাহাৰ হ’ব নেকি AFSPA ?

নাগালেণ্ডৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন ১৯৫৮ বাতিল কৰাৰ আহ্বান নাগালেণ্ড বিধানসভাৰ (Nagaland Assembly demands to repeal AFSPA) ৷ কেন্দ্ৰীয় চৰকাৰে এই দাবীৰ প্ৰতি সঁহাৰি জনাই গঠন কৰি দিছে উচ্চস্তৰীয় সমিতি (Central Government formed a high level committee on Nagaland situation) ৷

কোন পৰ্যায়ৰ বিজেপি নেতাই এৰিব লাগিব PSO ?

সমৰ একাংশ বিজেপি নেতাই এৰিবলগীয়া হ'ব পাৰে PSO । মুখ্যমন্ত্ৰীৰ ঘোষণাই অস্বস্তিত পেলাইছে নেতা-পালিনেতাক (PSO of Assam BJP leaders to be withdrawn) । কিন্তু কোন কোন নেতাৰ PSO প্ৰত্যাহাৰ কৰিব গৃহ বিভাগে ?

পদমৰ্যদাৰ অপব্যৱহাৰ কৰিছে নেকি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ?

উপায়ুক্তৰ হিচাপে কামৰূপ মহানগৰ জিলাৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই বিতৰ্কত সাঙোৰ খাই পৰিছে মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা।

কোকৰাঝাৰত বিজেপিলৈ বাট পোনালে বিপিএফ নেতা-কৰ্মীয়ে

কোকৰাঝাৰত ডেৰ শতাধিক বিপিএফ সদস্যৰ বিজেপিত যোগদান (BPF members joines BJP) ৷ নতুন সদস্যসকলক গেৰুৱা দলৰ টুপী আৰু গামোচাৰে আদৰণি জনোৱা হয় ৷

ধেমাজিত লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয় ঘেৰাও অসম জাতীয়তাবাদী যুৱ পৰিষদৰ

ধেমাজিত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উত্তাল প্ৰতিবাদ ৷ মৰিধল নদীৰ ওপৰত আজি পৰ্যন্ত এখন পকী দলং নিৰ্মাণ নকৰাক লৈ ক্ষোভ প্ৰকাশ সংগঠনটোৰ (AJYP Protest at PWD office in Dhemaji) ৷

আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰক সুবোধ বিশ্বাসৰে তুলনা শংকৰজ্যোতি বৰুৱাৰ

ডিব্ৰুগড়ৰ শ্বহীদ ভৱনত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ সংবাদমেল ৷ ২৪ ঘণ্টীয়া ডিব্ৰুগড় জিলা বন্ধ কাৰ্যসূচীৰ মাজতে এই সংবাদমেল যোগে আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে শংকৰজ্যোতি বৰুৱাই(Sankorjyoti Baruah against SP Shwetang Mishra) ।

Omicron cases in India : বিগত ২৪ ঘণ্টাত দিল্লীত ৬৩ জন অ'মিক্ৰণত আক্ৰান্ত

ক্ৰমান্বয়ে অধিক ভয়াৱহ ৰূপ লৈছে কৰ'ণাৰ শক্তিশালী ভেৰিয়েণ্ট অ'মিক্ৰণে(Omicron infection in India) । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ভাৰতত মুঠ অ'মিক্ৰণ আক্ৰান্তৰ সংখ্যা ৫৭৮ জনলৈ বৃদ্ধি গৈছে । দেওবাৰৰ দিনটোত ১৫৬ জনৰ দেহত ধৰা পৰিছে অ'মিক্ৰণৰ অৱস্থিতি ।

Bangladeshi fishermen rescued : পাৰাদ্বীপৰ পৰা ২০ জন বাংলাদেশী মাছমৰীয়াক উদ্ধাৰ

পাৰাদ্বীপৰ উপকূলত ১৫ দিন ধৰি আৱদ্ধ হৈ থকা ২০ জন বাংলাদেশী মাছমৰীয়াক উদ্ধাৰ কৰিলে ওড়িশাৰ স্থানীয় মাছমৰীয়া আৰু ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে (Odisha fishermen, ICG rescued Bangladeshi fishermen) । নাৱৰ যান্ত্ৰিক বিজুতিৰ ফলত পাৰাদ্বীপ আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল মাছমৰীয়াকেইজন ।

তিনিদিনীয়া কাৰ্যসূচীৰে ত্ৰিপুৰাত অনুষ্ঠিত Bhart Ko Jaano শীৰ্ষক অনুষ্ঠান

সোমবাৰৰ পৰা ত্ৰিপুৰাৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈছে 'Bhart ko jaano' শীৰ্ষক অনুষ্ঠান (Bhart ko jaano Programme organised in Tripura) । তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই উৎসৱৰ অন্ত পৰিব ২৯ ডিচেম্বৰত । দেশৰ নানাৰঙী কৃষ্টি-সংস্কৃতিৰ জৰিয়তে দেশবাসীক একতাৰ বান্ধোনেৰে বান্ধিবলৈ এই প্ৰয়াস কৰা হৈছে ।

New Mising Film Talig : ইংৰাজী নৱবৰ্ষৰ প্ৰাকক্ষণত মুক্তি লাভ মিচিং ছবি "তলিগ"ৰ

মিচিং ৰাইজৰ বাবে সু-খবৰ ৷ ইংৰাজী নৱবৰ্ষৰ প্ৰাক ক্ষণত মুক্তি লাভ কৰিলে মিচিং ভাষাৰ ছবি "তলিগ"এ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.