বন আইন 2006 কাৰ্যকৰী কৰাৰ দাবী ৰংপুৰবাসীৰ
দোষীৰ শাস্তিৰ দাবীত টিংখাং বাসীৰ প্ৰতিবাদ
বিধায়ক বিমল বৰাৰ নিৰ্দেশত কিছুদিন পূৰ্বে টিংখাঙৰ একাংশ প্ৰতিবাদকাৰীৰ ওপৰত আক্ৰমণ চলাইছিল গুণ্ডাবাহিনীয়ে ৷ উক্ত ঘটনাত জড়িত দোষীৰ শাস্তি দাবী কৰি প্ৰতিবাদকাৰী সকলে মঙলবাৰে ৰাজহ চক্ৰ বিষয়াক প্ৰদান কৰে এখনি স্মাৰকপত্ৰ ৷
হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ নিৰ্বাচনী দায়িত্বত থকা বিএছএফ বিষয়াৰ মৃত্যু
বিহাৰৰ বিধানসভা নিৰ্বাচনত দায়িত্বৰত এগৰাকী সীমা সুৰক্ষা বাহিনীৰ বিষয়াৰ মৃত্যু হয় ৷ নিহত বিষয়াগৰাকী গুজৰাটৰ বডোদৰাৰ বাসিন্দা কে আৰ ভাই বুলি জানিব পৰা গৈছে ৷
পাঁচমাহৰ পাছতো বাঘজানবাসীয়ে নাপালে উচিত ক্ষতিপূৰণ
পাঁচমাহে বাঘজানবাসীৰ লগত ক্ষতিপূৰণৰ নামত হেতালি খেলি আছে অইল কৰ্তৃপক্ষ তথা চৰকাৰ-প্ৰশাসনে ৷ অইল ইণ্ডিয়াই ২৮ ছেপ্তেম্বৰ তাৰিখে দাঁতিকাষৰীয়া অঞ্চল সমূহৰ বাবে এককালীন ক্ষতিপূৰণ হিচাপে দূৰত্ব অনুসৰি ১০ আৰু ১৫ হাজাৰকৈ টকা ঘোষণা কৰিছিল যদিও,আজিলৈকে পোৱা নাই উচিত ক্ষতিপূৰণ ৷
মিঞা সংগ্ৰহালয় স্থাপন: কি ক’লে বিমল বৰাই
সম্প্ৰতি মিঞা সংগ্ৰহালয় স্থাপন সন্দৰ্ভত মুখ খুলিছে ৰাজ্যৰ প্ৰায় প্ৰতিগৰাকী ৰাজনৈতিক নেতাই ৷ শেহতীয়াকৈ টিংখাঙৰ বিধায়ক তথা বিজেপি দলৰ নেতা বিমল বৰায়ো এই সন্দৰ্ভত প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ।
পশ্চিমবংগত তিনিগৰাকী তৃণমুল নেতাৰ ওপৰত গুলিচালনা
পশ্চিমবংগৰ শাসনাধিষ্ঠ তৃণমুল কংগ্ৰেছৰ তিনিগৰাকীকৈ স্থানীয় নেতাৰ ওপৰত গুলিচালনা ৷ ৰাজ্যখনৰ 24 পাৰগণা জিলাৰ জিৱানটালাত সংঘটিত হয় গুলিচালনাৰ ঘটনাটো ৷
মালিত সন্ত্ৰাসবাদী ওপৰত ফ্ৰান্সৰ বিমান আক্ৰমণ
মালিৰ সীমান্তৱৰ্তী বুৰ্কিনা ফাছো আৰু নিগাৰত ফ্ৰান্সে বিমানেৰে আক্ৰমণ চলায় ৷ ফ্ৰান্সৰ এই বিমান আক্ৰমণত 50ৰো অধিক সন্ত্ৰাসবাদী নিহত হয় ৷
অসম-মিজোৰাম প্ৰশাসনৰ মাজৰ বৈঠকৰ চুক্তিপত্ৰ জ্বলালে মিজো সংগঠনে
কৰিমগঞ্জ আৰু মামিট জিলা প্ৰশাসনৰ মাজত যোৱা মংগলবাৰে হোৱা বৈঠকৰ চুক্তিপত্ৰ জ্বলাই দিলে মিজো সংগঠনে । আইজলত থকা মিজোৰামৰ মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সম্মুখত চুক্তিপত্ৰ জ্বলাই একপ্ৰকাৰ অসমৰ বিৰুদ্ধে যেন যুদ্ধ ঘোষণা কৰিলে মিজোৰামৰ উগ্ৰ সংগঠনৰ নেতাসকলে ।
তিনিচুকীয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিক্ষোভ প্ৰদৰ্শন
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে তিনিচুকীয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। পৰিৱেশিক নিৰূপক প্ৰভাৱ অধিসূচনা খচৰা ২০২০ বাতিলৰো দাবী জনায় সংগঠনটোৱে।
ধুবুৰীত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক সম্বৰ্ধনা
ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক সাহসী মহিলা মঞ্চৰ তৰফৰ পৰা প্ৰদান কৰা হয় সম্বৰ্ধনা ৷ ক'ভিড যোদ্ধা হিচাপে বঁটা প্ৰদান কৰা হয় আৰক্ষী অধীক্ষক গৰাকীলৈ ৷