ETV Bharat / state

চাৰি বজাৰ শীৰ্ষ বাতৰিসমূহ..... - চাৰি বজাৰ শীৰ্ষ বাতৰিসমূহ.....

চাৰি বজাৰ শীৰ্ষ বাতৰিসমূহ.....

Top 10 @ 4 PM
চাৰি বজাৰ শীৰ্ষ বাতৰিসমূহ.....
author img

By

Published : Jun 4, 2020, 4:02 PM IST

কৰিমগঞ্জৰ ৰাজহুৱা স্থানত উদ্ধাৰ ব্যৱহৃত পিপিই কীট

কৰিমগঞ্জৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ ৰাজপথৰ কাষত ব্যৱহাৰ হোৱা পিপিই কীট উদ্ধাৰক কেন্দ্ৰ কৰি আতংকৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ৷ কিয়নো কৰিমগঞ্জত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৷

সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক বিৰোধিতা ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটিৰ

বড়োভূমিৰ পৰা অবড়ো গাঁও কৰ্তন আৰু বড়ো ভূমিত বড়ো গাঁও সন্নিবিষ্ট কৰাৰ লগতে ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম আৰম্ভ কৰাৰ দাবী জনাইছে ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটিয়ে ৷

বৰমা মহাবিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্ৰত নাই কোনো ধৰণৰ সুব্যৱস্থা

কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে প্ৰস্তুত কৰি তোলা বাক্সা জিলাৰ বৰমা মহাবিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্ৰত কোনো ধৰণৰ সুব্যৱস্থা নথকাৰ অভিযোগ উত্থাপিত হৈছে ৷

বকতাত কাঠফুলা ভক্ষণ কৰি গুৰুতৰভাৱে অসুস্থ দুজন

পুনৰ বিষাক্ত কাঠফুলা ভক্ষণ কৰি ৰাজ্যত অসুস্থ হৈছে দুজন ব্যক্তি ৷ শিৱসাগৰৰ বকতাত সংঘটিত উক্ত ঘটনাত আক্ৰান্ত দুগৰাকীক ইতিমধ্যে সংকটজনক অৱস্থাত মৰাণৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে ৷

ধুবুৰীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ জাতীয় দ্ৰৱ্য

লক ডাউনৰ সময়তো ধুবুৰীত ড্ৰাগছৰ ৰমৰমীয়া বেহা । ধুবুৰীৰ বালাজানত বাইকসহ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ ।

বিশ্বনাথত নতুনকৈ 3 গৰাকী ক'ভিড-১৯ত আক্ৰান্ত

বিশ্বনাথত পুনৰ নতুনকৈ ক'ভিড-১৯ত আক্ৰান্ত হৈছে তিনিজন । বৃহস্পতিবাৰে বিশ্বনাথ মহকুমা স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে এই তথ্য ।

আৰক্ষীৰ জালত মিছামাৰীৰ হত্য়াকাণ্ডৰ অভিযুক্ত

বুধবাৰে শোণিতপুৰ জিলাৰ মিছামাৰীত পথৰ দাঁতিত উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মৃতদেহ ৷ ঘটনাৰ 8 ঘণ্টা অতিক্ৰম কৰাৰ পিছতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে হত্যাকাণ্ডটোত জড়িত অভিযুক্তক ৷ হত্যাকাণ্ড সম্পৰ্কে অভিযুক্তৰ দোষ স্বীকাৰ ৷

বিগত এসপ্তাহে সন্ধানহীন হাজোৰ এজন লোক

বিগত এসপ্তাহ ধৰি সন্ধানহীন হৈ আছে হাজোৰ গোঁসাইখাটৰ গৌতম কলিতা নামৰ এজন লোক ৷ লোকজনৰ নিৰুদ্দেশ সন্দৰ্ভত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে যদিও এই পৰ্যন্ত কোনো সন্ধান পোৱা নাই লোকজনৰ ৷

জাজৰি আৰক্ষী থানা ঘেৰাও শতাধিক পুৰুষ মহিলাৰ

জাজৰিৰ কোৱাৰেণ্টাইন কেন্দ্ৰত এজন ব্যক্তিক মাৰধৰ কৰাক কেন্দ্ৰ কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় বৃহস্পতিবাৰে ৷

টীয়কৰ কলিয়াপানী উন্নয়ন খণ্ডত বিশ্ব পৰিৱেশ দিৱস উদযাপন

১৯৭৩ চনৰ পৰাই ৫ জুনৰ দিনটো ‘বিশ্ব পৰিৱেশ দিৱস’ হিচাপে পালন কৰি অহা হৈছে । মানুহৰ জীৱনত সেউজ আৰু স্বাস্থ্য়সন্মত পৰিৱেশৰ গুৰুত্ব সম্পৰ্কত বিশ্বজুৰি সজাগতা সৃষ্টি কৰা এই দিৱসৰ মূল লক্ষ্য ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.