ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা খবৰ

author img

By

Published : Oct 15, 2020, 3:01 PM IST

3 বজাৰ শীৰ্ষ 10 টা খবৰ

TOP 10 AT 3PM
3 বজাৰ শীৰ্ষ 10 টা খবৰ

আজি বিশ্ব হাতধোৱা দিৱস

আজি বিশ্ব হাতধোৱা দিৱস ৷ ইউনিচেফৰ দ্বাৰা 2008 চনৰ 15 অক্টোবৰৰ পৰা এই দিনটো বিশ্ব হাতধোৱা দিৱস হিচাপে পালন কৰি অহা হৈছে । সজাগতা সৃষ্টিৰ অৰ্থে পালন কৰা হয় এই দিৱস ৷

সোণোৱাল চৰকাৰ এখন অদক্ষ চৰকাৰ: অসম জাতীয় পৰিষদ

নৱ গঠিত আঞ্চলিক অসম জাতীয় পৰিষদৰ যোগদান সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কটাক্ষ দলটোৰ ৰাজ্যিক সমন্বয়ক জগদীশ ভূঞাৰ ৷ সোণোৱাল চৰকাৰক অদক্ষ চৰকাৰ আখ্যা ৰাজ্যিক সমন্বয়ক গৰাকীৰ ৷ বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত অসম জাতীয় পৰিষদে সকলো আঞ্চলিক শক্তিৰ সৈতে মিত্ৰতা কৰিব অসম জাতীয় পৰিষদে ৷

ডিজিপি কাৰ্যালয়ত উপস্থিত পলাতক সঞ্জিত কৃষ্ণ

মহানগৰীৰ উলুবাৰীস্থিত আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত বৃহস্পতিবাৰে দুপৰীয়া উপস্থিত হৈছে আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণ ৷ আৰক্ষী অধীক্ষকগৰাকী যিকোনো মুহুৰ্ততে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে ৷

নতুন শিক্ষানীতি ৰূপায়ণৰ বিশেষজ্ঞ কমিটীৰ মুখ্য দায়িত্বত অসম সন্তান ড০ কিৰণ হাজৰিকা

নতুন শিক্ষানীতি ৰূপায়ণৰ বাবে ৯ জনীয়া বিশেষজ্ঞ কমিটী গঠন । বিশেষজ্ঞ কমিটীৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হ'ল অসম সন্তান ড০ কিৰণ হাজৰিকা ।

গোঁসাইগাঁৱত নাৰী সৰবৰাহকাৰী গ্ৰেপ্তাৰসহ যুৱতী উদ্ধাৰ

বুধবাৰে গোঁসাইগাঁৱত নাৰী সৰবৰাহকাৰীসহ এগৰাকী যুৱতীক উদ্ধাৰ আৰক্ষীৰ ৷ সৰবৰাহকাৰী কেইজনে পূৰ্নিয়াৰ পৰা ফেচবুকযোগে পৰিচয় হোৱা ৰাভা সম্প্ৰদায়ৰ যুৱতী গৰাকীক ফুচুলাই বিহাৰলৈ লৈ যোৱা পৰিকল্পনা কৰিছিল সৰবৰাহকাৰী কেইজনে ৷

ক'লৈ গ'ল সদ্য অপসাৰিত আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণ?

CIDৰ চকুত ধূলি দি নিশাৰ ভিতৰতে অন্তৰ্ধান সঞ্জিত কৃষ্ণ। গুৱাহাটীৰ বাসগৃহত সঞ্জিত কৃষ্ণক বিচাৰি CIDৰ অভিযান। প্ৰহৰী অবিহনেই CIDৰ কাৰ্যালয়ৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি দিয়া হৈছিল SI পৰীক্ষাৰ কেলেংকাৰীৰে জড়িত সঞ্জিত কৃষ্ণক।

পুনৰ অৰুণোদয় আঁচনি ৰূপায়নত দুৰ্নীতিৰ অভিযোগ ৰঙিয়াবাসীৰ

বৃহস্পতিবাৰে অৰুণোদয় আঁচনি ৰূপায়নত খেলি-মেলিৰ অভিযোগ তুলি ৰঙিয়াবাসীৰ প্ৰতিবাদ ৷ বিজেপি চৰকাৰ হায় হায়,ভৱেশ কলিতা মুৰ্দাবাদ,ভৱেশ কলিতা গ'বেক শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে গাঁওবাসীয়ে ৷

ডিগবৈত বন্যহস্তীয়ে গচকি প্ৰাণ ল’লে অইলৰ কৰ্মচাৰীৰ

ডিগবৈ অইল ফিল্ডত বন্যহস্তীৰ গচকত এজন কৰ্মচাৰী নিহত ৷ এখন বলেৰ’ বাহনেৰে এটি ছয়জনীয়া কৰ্মচাৰীৰ দলৰ বন্যহস্তীৰ সৈতে মুখামুখি হৈছিল ৷ দলটোৰ বাকী 5 জন কৰ্মচাৰীয়ে পলায়ন কৰাত কথমপি প্ৰাণ ৰক্ষা পৰে ৷

ধনদা পাঠকলৈ লোকসংগীত শিৰোমণি গোকুল পাঠক বঁটা

বৰপেটা ৰত্ন, বিশিষ্ট শিল্পী-সাহিত্যিক গোকুল পাঠকৰ বুধবাৰে 95 জন্মদিন পালন কৰা হয় ৷ সেই উপলক্ষে আয়োজিত অনুষ্ঠানত ধনদা পাঠকক প্ৰদান কৰা হয় লোকসংগীত শিৰোমণি গোকুল পাঠক বঁটা ৷

পৰকীয়া প্ৰেম: নিজ ভতিজাকৰ সৈতে পলায়ন কংগ্ৰেছ নেতাৰ পত্নীৰ

অসম প্রদেশ কংগ্রেছৰ সম্পাদক দিলোৱাৰ হুছেইনৰ ঘৰত পৰকীয়া প্ৰেম ৷ ভতিজাকৰ সৈতে অবৈধ সম্পৰ্কত লিপ্ত হৈ পলাই গ’ল পত্নী শ্বাহনাজ ৷ ঘটনাক লৈ দিলোৱাৰ হুছেইন আৰু নিজ ভাতৃ নাইম উদ্দিনৰ মাজত তীব্ৰ বাক-বিতণ্ডা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.