লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ কাজিৰঙা ভ্ৰমণ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভ্ৰমণৰ উদ্দেশ্যৰে দেওবাৰে বোকাখাতত উপস্থিত হয় লোকসভাৰ অধ্যক্ষ ওম বিৰলা(Lok Sabha Speaker Om Birla to visit Kaziranga) ৷
Robbery in Mahindra Dealer : তেজপুৰ আৰক্ষীৰ দুগৰাকী বিষয়াক নিলম্বন
তেজপুৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু বেবেজিয়া আৰক্ষী চকীৰ বিষয়াক তাৎক্ষণিকভাৱে নিলম্বন কৰিছে আৰক্ষী সঞ্চালকৰ কাৰ্যালয়ে । তেজপুৰৰ মহিন্দ্ৰা ডিলাৰৰ গুডামত ডকাইতি ঘটনা সন্দৰ্ভত নিলম্বন কৰা হয় বিষয়া দুজনক(Robbery in Mahindra Dealer in Tezpur) ।
GMC Election 2022 : ১৫০০ৰ অধিক ভোটাৰ থকা কেন্দ্ৰৰ সালসলনি
ৰাজ্যিক নিৰ্বাচন আয়োগ(State Election Commission) ৰ নিৰ্দেশনা মৰ্মে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন(GMC Election 2022) অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ১৫০০ বা ততোধিক ভোটাৰ থকা কেন্দ্ৰসমূহৰ কিছু সালসলনি ঘটোৱা হৈছে (Change Of Polling stations with more than 1500 voters) ।
সাপটগ্ৰামত আৰক্ষীৰ গুলীত নিহত পশুধন সৰবৰাহকাৰী, আহত এক
বিলাসীপাৰাৰ সাপটগ্ৰামত আৰক্ষীৰ এনকাউণ্টাৰ (Police encounter at Bilasipara) ৷ আৰক্ষীৰ গুলীত এটা পশুধন সৰবৰাহকাৰী(Cattle smuggler shot dead in police encounter) নিহত হোৱাৰ বিপৰীতে আহত হৈছে আন এটা সৰবৰাহকাৰী ৷
Encounter at Doboka : ডবকাত আৰক্ষীৰ গুলীত আহত ডকাইত
ডবকাত সংঘটিত হৈছে আৰক্ষীৰ গুলীচালনা(Police encounter at Doboka) ৰ ঘটনা ৷ এই ঘটনাত আহত হৈছে ছামচুল হক নামৰ এটা ডকাইত ৷ সম্প্ৰতি নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আঘাতপ্ৰাপ্ত ডকাইতটোক ৷
Hajj season 2022 : 10 লাখ হজযাত্ৰীৰ অংশগ্ৰহণৰ সম্ভাৱনা
ক'ভিড পৰিস্থিতিৰ বাবে দুবছৰৰ অন্তত এইবাৰ হজ যাত্ৰাৰ বাবে বিদেশী যাত্ৰীক অনুমতি (Foreigners allowed for Hajj pilgrimage this year)। দেশী-বিদেশী ১০ লাখ লোকক হজ যাত্ৰাৰ বাবে এইবাৰ চৌদি আৰৱ চৰকাৰে অনুমতি দিব । ইয়াৰ লগতে কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে ।
Assam Arunachal Border issue : মেঘালয়ৰ পিছত এইবাৰ অৰুণাচলৰে আলোচনা অসমৰ
অসম আৰু চুবুৰীয়া ৰাজ্যসমূহৰ সীমা সমস্যা সমাধানৰ বাবে বিশেষ উদ্যোগ লৈছে ৰাজ্য চৰকাৰে । মেঘালয়ৰ সৈতে থকা দীৰ্ঘদিনীয়া সীমা সমস্যা নিষ্পত্তি হোৱাৰ দিশত আগবাঢ়িছে ।
ভূমি চুক্তিৰ গোচৰ সন্দৰ্ভত সাংসদ জয়া বচ্চনলৈ আদালতৰ জাননী
জ্যেষ্ঠ অভিনেত্ৰী তথা সমাজবাদী পাৰ্টীৰ সাংসদ জয়া বচ্চনৰ বিৰুদ্ধে ভূমি চুক্তিৰ গোচৰ (Land deal case against MP Jaya Bachchan) । প্ৰাক্তন বিজেপি নেতাৰ পুত্ৰ অনুজ দাগাই আদালতত দাখিল কৰিলে এই গোচৰ । বিষয় সন্দৰ্ভত আদালতে জাননী প্ৰেৰণ কৰিছে সাংসদগৰাকীলৈ ৷
দাক্ষিণাত্যৰ প্ৰবীণ অভিনেতা বালায়াৰ বিয়োগ
টলীউডৰ প্ৰবীণ অভিনেতা, প্ৰযোজক, পৰিচালক বালায়াৰ ৯২ বছৰ বয়সত মৃত্যু (Veteran Tollywood actor Balayya passed away) । ১৯৫৮ চনত 'এটুকু পাই এট্টু'ৰ (Ettuku Pai Ettu) জৰিয়তে চলচ্চিত্ৰ জগত ভুমুকি মাৰিছিল বালায়াই । তেওঁৰ মৃত্যুত চলচ্চিত্ৰ আৰু ৰাজনৈতিক সমাজত শোকৰ ছাঁ ।
Pakistan political crisis : পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা বহিষ্কাৰ ইমৰাণ খান
নেচনেল এচেম্বলীৰ 342 জনীয়া সদনৰ 174 জন সদস্যই প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে ভোটদান কৰে (Imran Khan loses no-confidence vote) । ইমৰাণ খানৰ চৰকাৰৰ পতনৰ পাছত বিৰোধী দল পাকিস্তান মুছলিম লীগ-নাৱাজৰ নেতা শ্বেহবাজ শ্বৰীফ পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে ৷