ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি - সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

top 10 at 3 pm
3 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Dec 5, 2021, 3:18 PM IST

Tension grips Nagaland : নিৰাপত্তাৰক্ষীৰ গুলীত নিহত 13 জনকৈ নগা যুৱক

নাগালেণ্ডত শনিবাৰে মাজনিশা উত্তপ্ত পৰিস্থিতি(Tension grips Nagaland) । নিৰাপত্তাৰক্ষীৰ গুলীচালনা(Security forces firing in Nagalnad) ত নিহত হয় 13 জনকৈ নগা যুৱক(13 civilians dead in firing incident in Nagaland) ৷ ঘটনাৰ প্ৰতিবাদস্বৰূপে গাঁওবাসীয়ে জ্বলাই দিয়ে নিৰাপত্তাৰক্ষীৰ বাহন ৷

Protest against Sikha Sarma : গৰজি উঠিল সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ

লেখিকা শিখা শৰ্মাৰ বিৰুদ্ধে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ(Protest against Sikha Sarma)। শনিবাৰে বিলাসীপাৰাৰ বেলতলী চাৰিআলিত সাব্যস্ত কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে শিখা শৰ্মাক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে সংগঠনটোৱে ৷

Sarbananda Sonowal on Loktak Lake : মণিপুৰৰ ল'কটক হ্রদক পর্যটনস্থলী হিচাপে গঢ় দিয়াৰ প্ৰতিশ্ৰুতি

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে মণিপুৰৰ বিখ্যাত ল'কটক হ্ৰদৰ লগতে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ জেট্ৰী পৰিদর্শন(Sarbananda sonowal visit loktak lake of manipur) কৰে । হ্ৰদটোক বিশ্বৰ এক আকর্ষণীয় পর্যটনস্থলী হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰৰ পৰা যাৱতীয় সকলো সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ।

Dr Bhupen Hazarika national award for Photography : ৰঙিয়াৰ যুৱ ফটোগ্ৰাফাৰলৈ ড৹ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা

2021 বৰ্ষৰ ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা লাভ ৰঙিয়াৰ এজন যুৱ ফটোগ্ৰাফাৰৰ(Rangia's youth won the Dr Bhupen Hazarika National Award for Photography) ৷ বাদুলীৰ এখন বিশেষ ফটো তুলি নেবকাছৰ(NEBCUS) দ্বাৰা এই বঁটা লাভ কৰিছে উদীয়মান যুৱকজনে ৷

Kaibarta Sanmilan files FIR : যোৰহাট কাণ্ডক লৈ বিৰূপ মন্তব্য কৰাসকলৰ বিৰুদ্ধে শাস্তিৰ দাবী

টীয়ক থানাত এজাহাৰ দাখিল সদৌ অসমীয়া কৈৱৰ্ত সন্মিলনী (Kaibarta Sanmilan files FIR against who made communal remarks on social media)ৰ ৷ যোৰহাট গণ প্ৰহাৰৰ কাণ্ড(Jorhat Mob Lynching incident)ক লৈ সামাজিক মাধ্যমত সাম্প্ৰদায়িক মন্তব্য কৰা লোকসকলৰ বিৰুদ্ধে এই এজাহাৰখন দাখিল কৰে সংগঠনটোৱে ৷

দিল্লীত পোহৰলৈ আহিছে প্ৰথমটো অ’মিক্ৰণৰ ঘটনা, দেশত আক্ৰান্তৰ সংখ্যা 5 গৰাকীলৈ বৃদ্ধি

দেওবাৰে ৰাজধানী দিল্লীত এজন লোকৰ দেহত ধৰা পৰিছে কৰ’ণাৰ নতুন প্ৰকাৰ অ’মিক্ৰণৰ উপস্থিতি (First omicron case detected in Delhi) ৷ টানজানিয়াৰ পৰা ভাৰতলৈ আহিছিল ব্যক্তিগৰাকী ৷

75 Years of Independence: ভগত সিং, ন্যায়ৰ বাবে মাত্ৰ এটা গুলী মৰা বিপ্লৱীগৰাকী

ভগত সিং এগৰাকী স্বাধীনতা সংগ্ৰামী যিয়ে উঠি অহা প্ৰজন্মক অনুপ্ৰেৰণা যোগাই আহিছে । তেওঁৰ ত্যাগে সকলোকে অনুপ্ৰাণিত কৰি আহিছে (Bhagat Singh's sacrifice inspires every Indian)। তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ মতে তেওঁ এজন যুৱক আছিল যিয়ে এখন সুন্দৰ পৃথিৱী চাব বিচাৰিছিল আৰু হিংসাৰ বাবে অনুশোচনা কৰিছিল ।

Happy Birthday Shikhar Dhawan : শীৰ্ষ ভাৰতীয় অপেনাৰগৰাকীৰ শ্ৰেষ্ঠ 5টা ইনিংছ

আজি শিখৰ ধৱনৰ 36 বছৰীয়া জন্মদিন ৷ জন্মদিনৰ প্ৰাকমূহুৰ্তত খেলুৱৈগৰাকী "শীৰ্ষ পাঁচটা ইনিংছ" এবাৰ জুকিয়াই চাও আহক

Vicky Katrina Wedding : বিয়ালৈ নিমন্ত্ৰণ দিয়া নাই প্ৰাক্তন প্ৰেমিকক

বিকী কৌশল(Vicky Kaushal) আৰু কেটৰিণা কাঈফে(Katrina Kaif) বিয়ালৈ দুয়োৰে প্ৰাক্তন প্ৰেমিক-প্ৰেমিকাক নিমন্ত্ৰণ নিদিয়া বুলি জানিব পৰা গৈছে ।

প্ৰেমিক বিকি জৈনৰ সৈতে ৰোমাণ্টিক ফটো শ্বেয়াৰ অংকিতা লোখণ্ডেৰ

অভিনেত্ৰী অংকিতা লোখণ্ডে(Ankita Lokhande)ৰ বিবাহৰ পূৰ্বে সম্পন্ন হোৱা পৰ্বৰ কিছু ধুনীয়া ফটোয়ে চৰ্চা লাভ কৰিছে ছ’চিয়েল মিডিয়াত ৷ মাৰাঠী লুকত অংকিতাই ইতিমধ্যে প্ৰেমিক বিকি জৈনৰ সৈতে ছ’চিয়েল মিডিয়াযোগে এখন ফটো শ্বেয়াৰ(Ankita Lokhande shares romantic photo with beau Vicky Jain) কৰিছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.