অখিল গগৈ ড্ৰাগছ মাফিয়াৰ সৈতে জড়িত: জয়ন্ত মল্ল বৰুৱা
নলবাৰীৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা (Jayanta Malla Baruah)ৰ বিধায়ক অখিল গগৈ (Akhil Gogoi) সন্দৰ্ভত বিস্ফোৰক মন্তব্য ৷ বিধায়ক গগৈক ড্ৰাগছ মাফিয়া-গৰু চোৰৰ সৈতে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে বৰুৱাই ৷
বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ বিৰুদ্ধে ABVPৰ গোচৰ ৰুজু
ইটোৰ পাচত সিটো বিতৰ্কত নাম সাঙুৰ খাইছে মৰাণ মহাবিদ্যালয়ৰ বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ নাম ৷ নিজ গৃহত শিশু শ্ৰমিক হিচাপে ৰখা এটি 12 বছৰীয়া শিশুক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগৰ পাচত এইবাৰ অধ্যক্ষাগৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছে মহাবিদ্যালয়ৰ কামত ব্য়াপক কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ ৷
অসম-মিজোৰাম সীমান্তৰ বিস্ফোৰণস্থলীত উপস্থিত ADGP
অসম-মিজোৰাম সীমান্তত বিগত কেইবাদিন ধৰি পৰিস্থিতি উত্তপ্ত হৈ পৰিছে ৷ সীমান্তৰ পৰিস্থিতি যিকোনো সময়তে আৰু অধিক ভয়াবহ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ আনকি সীমান্তৰ পথ নিৰ্মাণৰ কামতো মিজোসকলে দীৰ্ঘদিন ধৰি বাধা আৰোপ কৰি আহিছিল ৷
নগাঁৱত আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া
নগাঁৱত ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা ৷ নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলৰ গুলীত আহত হয় ড্ৰাগছ মাফিয়াটো ৷ আন্ধাৰৰ সুযোগ লৈ পলায়ন আন এটা ড্ৰাগছ সৰবৰাহকাৰী ।
থলুৱা গামোচাৰ ব্যৱহাৰ: আৰম্ভ নহ’ল টীয়কৰ তাঁত বয়ন প্ৰকল্প
কিমান ফলপ্ৰসূ হ’ব 'থলুৱা গামোচা ব্যৱহাৰ' ৰ অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত ? পৰিত্যক্ত অৱস্থাত টীয়কৰ এটা আধৰুৱা প্ৰকল্প ৷ অত্যাধুনিক তাঁতশাল আৰু প্ৰায় অৰ্ধ শতাধিক শিপিনীৰ বাবে থকা-খোৱাৰ সু-ব্যৱস্থা থকা প্ৰকল্পটো আজিপৰ্যন্ত আৰম্ভ নহ'ল ।
নগাঁৱত পুনৰ আৰক্ষীৰ গুলীচালনা: নিহত ডকাইত
নগাঁৱত শনিবাৰে নিশা আৰক্ষীৰ গুলীত এটা ড্ৰাগছ মাফিয়া আহত হয় ৷ এই ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পাছতেই নগাঁও আৰক্ষীয়ে চলোৱা আন এক অভিযানত কুখ্যাত অপৰাধী জয়নাল আবেদিন নিহত হয় ৷
বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ বিৰুদ্ধে ABVPৰ গোচৰ ৰুজু
উত্তৰ প্ৰদেশৰ মণ্ডল পৰ্যায়ৰ নিৰ্বাচন সমাগত । মনোনয়ন পত্ৰ দাখিলৰ সময়ত বিজেপিয়ে হিংসাত্মক ঘটনা সংঘটিত কৰাৰ অভিযোগ কংগ্ৰেছৰ । শনিবাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ৱাদ্ৰা আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মনোনয়ন পত্ৰ দাখিলৰ সময়ত মহিলাৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে বিজেপিৰ বিৰুদ্ধে ।
যমুনা নগৰত আৰক্ষীৰ সৈতে প্ৰতিবাদী কৃষকৰ সংঘৰ্ষ
হাৰিয়ানাৰ যমুনা নগৰত আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হ’ল প্ৰতিবাদকাৰী কৃষক ৷ বিগত বৰ্ষৰ নৱেম্বৰ মাহৰে পৰা দেশৰ কৃষকসকলৰ এটা বৃহৎ অংশই বিতৰ্কিত কৃষি বিধেয়ক 2020 ৰ বিৰুদ্ধে আৰম্ভ কৰিছিল প্ৰতিবাদ ৷
দাৰ্জিলিঙৰ ঐতিহ্য টয় ট্ৰেইন
ঝক ঝক ঝক, ৰে'লগাড়ী যায়... আপুনি বাৰু দাৰ্জিলিঙৰ টয় ট্ৰেইনেৰে যাত্ৰা কৰিছেনে ? পাহাৰীয়া একা-বেঁকা ঘন কুঁৱলীৰ আচ্ছাদনেৰে আৱৰা পথ, দাৰ্জিলিং চহৰৰ মাজেৰে, সেউজীয়া গছ-গছনিৰ মাজেৰে এক আনন্দদায়ক যাত্ৰা । টয় ট্ৰেইন !
18 জুলাইৰ পৰা আৰম্ভ ভাৰত-শ্ৰীলংকাৰ ক্ৰিকেট শৃংখলা
18 জুলাইৰ পৰা আৰম্ভ হ’ব ভাৰত-শ্ৰীলংকাৰ হোৱাইট বল ক্ৰিকেট শৃংখলা ৷ ঘৰুৱা দল শ্ৰীলংকাৰ প্ৰশিক্ষক আৰু এনালিষ্ট গৰাকীৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰাৰ বাবদ পূৰ্বতে নিৰ্ধাৰণ কৰা সময়তকৈ পলমকৈ আৰম্ভ হ’ব শৃংখলাটো ৷