ETV Bharat / state

গুৱাহাটীত কিমান হ'ল পে'ট্ৰল-ডিজেলৰ মূল্য !

author img

By

Published : Jun 6, 2019, 1:04 PM IST

বিগত ছয়দিন ধৰি মহানগৰীত একেৰাহে হ্ৰাস হৈছিল পে'ট্ৰল-ডিজেলৰ মূল্য ৷ বুধবাৰে পে'ট্ৰল আৰু ডিজেলৰ মূল্য কোনো ধৰণৰ পৰিবর্তন হোৱা নাছিল যদিও বৃহস্পতিবাৰে পে'ট্ৰলত 17 আৰু ডিজেলত 36 পইছা হ্ৰাস পায়

গুৱাহাটীত কিমান হ'ল পে'ট্ৰল-ডিজেলৰ মূল্য !

গুৱাহাটী, 6 জুনঃ মহানগৰীত বৃহস্পতিবাৰে হ্ৰাস পালে পনীয়া সোণ খ্যাত পে'ট্ৰল-ডিজেলৰ মূল্য । বিগত ছয়দিনৰ ভিতৰত পে'ট্ৰলত ৬০ পইচা আৰু ডিজেলত ১.১২ পইচা হ্ৰাস পায় ৷ উল্লেখ্য যে, বিগত ছয়দিন ধৰি মহানগৰীত একেৰাহে হ্ৰাস হৈছিল পে'ট্ৰল-ডিজেলৰ মূল্য ৷ বুধবাৰে পে'ট্ৰল আৰু ডিজেলৰ মূল্য কোনো ধৰণৰ পৰিবর্তন হোৱা নাছিল যদিও বৃহস্পতিবাৰে পে'ট্ৰলত 17 আৰু ডিজেলত 36 পইছা হ্ৰাস পায় । গুৱাহাটী মহানগৰীত বৰ্তমান পে'ট্ৰলৰ মূল্য 70.62 টকা আৰু ডিজেলৰ মূল্য 65.68 টকা ৷

Intro:আজিও হ্ৰাস পালে পেট্ৰল আৰু ডিজেলৰ মূল্য।

Body:বিগত ছয়দিনৰ ভিতৰত পেট্ৰলত ৬০ পইচা আৰু ডিজেলত ১.১২ পইচা হ্ৰাস পোৱাৰ পিছৰে বুধবাৰে পেট্ৰল আৰু ডিজেলৰ মূল্য কোনো ধৰণৰ পৰিবর্তন হোৱা নাছিল যদিও বৃহশ্পতিবাৰে পেট্ৰলত ১৭ আৰু ডিজেলত ৩৬ পাইছা হ্ৰাস পালে আজি হ্ৰাস পালে পেট্ৰল আৰু ডিজেলৰ মূল্য। আজি পেট্ৰলত ১৭ পইচা আৰু ডিজেলত ৩৬ পইচা হ্ৰাস পালে। আজি গুৱাহাটী মহানগৰীত পেট্ৰল আৰু ডিজেলৰ মূল্য পেট্ৰলত ৭০.৬২ (70.62) টকা আৰু ডিজেলত ৬৫.৬৮ (65.68) টকা।

Byte

Conclusion:Asrar Ansari
গুৱাহাটী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.