ETV Bharat / state

লখৰাত বাঘৰ হাড়,দাঁত,মূৰ জব্দ

author img

By

Published : Sep 14, 2019, 1:20 PM IST

Updated : Sep 14, 2019, 4:16 PM IST

এচ টি এফ আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ সংস্থা আৰু দক্ষিণ গুৱাহাটী বনাঞ্চলিক বিষয়াৰ যুটীয়া অভিযানত জব্দ কৰা হয় এই সামগ্ৰী খিনি ।

লখৰাত বাঘৰ হাড়, দাঁত, মূৰ জব্দ

গুৱাহাটী,14 ছেপ্টেম্বৰঃ শুকুৰবাৰে মহানগৰীৰ লখৰা চাৰিআলিত বৃহৎ পৰিমাণৰ বাঘৰ হাড়,দাঁত,মূৰ আৰু অন্যান্য সামগ্ৰী জব্দ কৰা হয় ৷ এচটিএফ আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ সংস্থা আৰু দক্ষিণ গুৱাহাটী বনাঞ্চলিক বিষয়াৰ যুটীয়া অভিযানত জব্দ কৰা হয় এই সামগ্ৰী খিনি।

Tiger's bone-skull seized at Lokhra
ওমৰ ফাৰুক আৰু নেকিবুৰ ৰহমান

এই সন্দৰ্ভত অভিযানকাৰী দলটোৱে দুজন লোকক গ্ৰেপ্তাৰ কৰে ৷ ধৃত লোক দুজন লাহৰীঘাটৰ ওমৰ ফাৰুক আৰু নেকিবুৰ ৰহমান বুলি জানিব পৰা গৈছে ৷ তথ্য অনুসৰি ধৃত লোকদ্বয়ে কেইবা লক্ষাধিক টকাৰ সামগ্ৰী খিনি যাত্ৰীবাহী বাছত লাহৰীঘাটৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে আনিছিল। ইপিনে জানিব পৰা মতে লোক দুজনৰ লগত এটা গঁড়ৰ খৰ্গ আৰু কিছু অস্ত্ৰ শস্ত্ৰও আছিল । কিন্তু এই পৰ্যন্ত অভিযানকাৰী দলটোৱে লোক দুজনৰ পৰা গঁড়ৰ খৰ্গটো আৰু অস্ত্ৰ শস্ত্ৰ সমূহ জব্দ কৰিবলৈ সক্ষম হোৱা নাই।

Intro:লখৰাত STF আৰু বণ্য প্ৰাণী অপৰাধ নিয়ন্ত্ৰণ সংস্থা আৰু দক্ষিণ গুৱাহাটী বনাঞ্চলিক বিষয়াৰ যুটীয়া অভিযান। বাঘৰ হাড়, দাঁত , মুৰ আৰু অন্যান সামগ্ৰী জব্দ, গ্ৰেপ্তাৰ দুই

Body: গুৱাহাটী মহানগৰীৰ লখৰা চাৰিআলিত STF আৰু বণ্য প্ৰাণী অপৰাধ নিয়ন্ত্ৰণ সংস্থা আৰু দক্ষিণ গুৱাহাটী বনাঞ্চলিক বিষয়াৰ যুটীয়া অভিযান । অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমানৰ বাঘৰ হাড়, দাঁত , মুৰ আৰু অন্যান সামগ্ৰী জব্দ । গ্ৰেপ্তাৰ দুই ধৃত ক্ৰমে ওমৰ ফাৰুক আৰু নেকিবুৰ ৰহমান । ধৃত দুয়োৰে ঘৰ লাহৰীঘাটত । লাহৰীঘাটৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে আনিছিল সামগ্ৰী খিনি । যাত্ৰীবাহী বাছত আনিছিল সামগ্ৰী খিনি । সামগ্ৰীখিনিৰ মুল্য প্ৰায় কেইবালক্ষাধিক টকা । অভিযান কাৰী দলটোৱে লখৰাৰ পৰা গ্ৰেপ্তাৰ কৰে লোক দুজনক । জানিব পৰা মতে লোক দুজনৰ লগত এটা গঁড়ৰ সৰ্গ আৰু কিছু অস্ত্ৰ শস্ত্ৰও মজুত কৰি আনিছিল। কিন্তু এতিয়াও লোক দুজনৰ পৰা গঁড়ৰ সৰ্গ আৰু অস্ত্ৰ শস্ত্ৰ সমূহ জব্দ কৰিবলৈ সক্ষম হোৱা নাই অভিযান কাৰী দলটোৱে ।

Byte
Conclusion:Asrar Ansari
Guwahati
Last Updated : Sep 14, 2019, 4:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.