গুৱাহাটী,2 জুলাই: মহানগৰীৰ মালিগাঁৱত পুনৰ নাহৰফুটুকীৰ আতংক ৷ মালিগাঁৱৰ হীল টপ কলনীত সোমবাৰে নিশা গুজৰণি শুনা গ'ল নাহৰফুটুকীৰ ৷ নিশা নাহৰফুটুকীটোৱে ভক্ষণ কৰে এটা ছাগলী ৷ অঞ্চলটোৰ গণেশ দাস নামৰ এজন ব্যক্তি ঘৰত নিশা ছাগলী ভক্ষণ কৰে নাহৰফুটুকীটোৱে ৷ প্ৰায়ে এই স্থানত নাহৰফুটুকীয়ে মুক্ত বিচৰণ কৰাৰ অভিযোগ অঞ্চলবাসীৰ ৷ সন্ধিয়া হোৱাৰ লগে লগে নাহৰফুটুকীৰ আতংকত ঘৰৰ পৰা বাহিৰ ওলাব নোৱাৰা অৱস্থা হয় মালিগাঁও হীল টপ কলনী অঞ্চলত ৷ এই পৰ্যন্ত বনবিভাগে বিষয়টোত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ অঞ্চলবাসীৰ ৷
মালিগাঁৱত পুনৰ নাহৰফুটুকীৰ আতংক! - মালিগাঁও
অঞ্চলটোৰ গণেশ দাস নামৰ এজন ব্যক্তি ঘৰত নিশা ছাগলী ভক্ষণ কৰে নাহৰফুটুকীটোৱে ৷ প্ৰায়ে এই স্থানত নাহৰফুটুকীয়ে মুক্ত বিচৰণ কৰাৰ অভিযোগ অঞ্চলবাসীৰ ৷