ETV Bharat / state

ৰ'ড চুৰি কৰিবলৈ গৈ ৰঙাঘৰৰ আলহী এজন - Etv Bharat

অনিল নগৰৰ উপপথত নিৰ্মাণৰ বাবে মজুত কৰি ৰখা লোহাৰ ৰ'ড চুৰি কৰিবলৈ লওঁতে স্থানীয় ৰাইজে হাতে-লোটে ধৰা পেলাই চোৰটোক ৷

ৰ'ড চুৰি কৰিবলৈ গৈ ৰঙাঘৰৰ আলহী এজন
author img

By

Published : Aug 16, 2019, 1:21 PM IST

গুৱাহাটী, 16 আগষ্ট : মহানগৰীৰ অনিল নগৰত লোহাৰ ৰ'ড চুৰি কৰিবলৈ গৈ হাতে-লোটে ধৰা পৰিল এটা চোৰ । শুকুৰবাৰৰ পুৱা প্ৰায় 4 বজাত অনিল নগৰৰ 3 নম্বৰ উপপথত নিৰ্মাণৰ বাবে মজুত কৰি ৰখা ৰ'ড চুৰি কৰিবলৈ লওঁতেই ৰোহিত আলী ওৰফে ৰোহিত শৰ্মাক স্থানীয় ৰাইজে হাতে-লোটে ধৰা পেলাই আৰক্ষীক চমজাই দিয়ে ।

ৰ'ড চুৰি কৰিবলৈ গৈ ৰঙাঘৰৰ আলহী এজন

উল্লেখযোগ্য যে, অনিল নগৰৰ 3 নম্বৰ উপপথত গড়কাপ্তানি বিভাগৰ পথ আৰু নলাৰ নিৰ্মাণৰ কাম চলি আছিল । বিগত কেইবাদিন ধৰি নিৰ্মাণৰ সামগ্ৰী চুৰি কৰাৰ বাবে খাপ পিটি ৰৈ আছিল চোৰটো ৷

Intro:ৰড চুৰি কৰিবলৈ গৈ হাতে-লোটে ধৰা পৰিল এটা চোৰ

Body:অনিল নগৰৰ ৩ নং উপ পথত লোহাৰ ৰড চুৰি কৰিবলৈ গৈ হাতে-লোটে ধৰা পৰিল এটা চুৰ । শুকুৰবাৰৰ পুৱা প্ৰায় ৪ মান বজাত অনিল নগৰৰ ৩ নং উপ পথ নিৰ্মাণৰ বাবে মজুত কৰি ৰখা ৰড চুৰি কৰিবলৈ লওঁতে ৰোহিত আলি ওৰফে ৰোহিত শৰ্মাক স্থানীয় ৰাইজে হাতে-লোটে ধৰা পেলাই আৰক্ষীৰ হাতত গোটাই দিয়ে । উল্লেখযোগ্য যে অনিল নগৰৰ ৩ নং উপ পথত গড়কাপ্তানী বিভাগে পথ আৰু নলাৰ নিৰ্মাণৰ কাম কৰি আছিল । যোৱা কেইদিনমান ধৰি সা-সামগ্ৰীবোৰ চুৰি কৰিবৰ বাবে খাপ পিতি আছিল চুৰটোৱে ।Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.