ETV Bharat / state

চকীদাৰ নৰেন্দ্ৰ মোদীক অনুসৰণ কৰি টুইটাৰত খলকনি দেশবাসীৰ

ফেচবুক টুইটাৰত এটা ৰাতিত সৃষ্টি হ'ল কোটি কোটি চকীদাৰ

author img

By

Published : Mar 19, 2019, 11:53 PM IST

চৌকিদাৰ নৰেন্দ্ৰ মোদীক অনুসৰণ কৰি টুইটাৰত খলকনি দেশবাসীৰ

নিউজ ডেস্ক, 19 মাৰ্চ :দেশত এতিয়া চকীদাৰ ট্ৰেণ্ড । ফেচবুক টুইটাৰত কোটি কোটি চকীদাৰ । সকলোৱে নিজৰ নামৰ আগত লিখিছে চকীদাৰ ।লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'মে ভি চৌকিদাৰ' শিৰ্ষক অভিযান আৰাম্ভ কৰাৰ লগত সংগতি ৰাখি দেশৰ লাখ লাখ লোকে আঁকোৱালি ললে এই ট্ৰেণ্ড । এই টুইটৰ পিছতেই খলকনি লাগিছিল ভাৰতৰ ৰাজনিতীত ৷

মোদীয়ে চৌকিদাৰ শব্দটো 2014 লোকসভা নিৰ্বাচনী প্ৰচাৰত ব্যাপক ভাৱে ব্যৱহাৰ কৰিছিল ৷ তেওঁ দেশৰ কাৰণে এজন চৌকিদাৰৰ নিচিনাকৈ কাম কৰি দেশৰ ৰাইজৰ বিশ্বাস আৰু ধনৰ খিয়াল ৰাখিব বুলি কৈছিল ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু সভাপতি ৰঞ্জিত দাসেও নিজৰ নামৰ আগত লিখিলে চকীদাৰ । মুঠৰ ওপৰত একেৰাতিতে দেশত সৃষ্টি হল কোটি কোটি চকীদাৰ । বৰ্তমান অসমৰ ৭ লাখতকৈ অধিক লোকে আঁকোৱালি লৈছে এই ট্ৰেণ্ড । উল্লেখযোগ্য যে নিৰ্বাচৰ পূৰ্বে বিজেপিৰ ছচিয়েল মিডিয়াত চলোৱা এই ট্ৰেণ্ড ক্ৰমাৎ দেশৰ কুনাই কুনাই বিয়পি পৰা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে 16 মাৰ্চৰ দিনা প্ৰধানমন্ত্ৰী গৰাকীয়ে এক টুইট যোগে কয় যে সকলো লোক যিয়ে দুৰ্নীতি,কলঙ্ক, সামাজিক কুসংস্কাৰৰ বিৰুদ্ধে যুজ দি আহিছে তেওঁলোক সকলো চৌকিদাৰ ৷

Intro:দেশত এতিয়া চকীদাৰ ট্রেণ্ড । ফেচবুক টুইটাৰত কোটি কোটি চকীদাৰ । সকলোৱে নিজৰ নামৰ আগত লিখিছে চকীদাৰ । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামৰ আগত চকীদাৰ লিখাৰ পিছত দেশৰ লাখ লাখ লোকে আঁকোৱালি ললে এই ট্রেণ্ড । ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু সভাপতি ৰঞ্জিত দাসেও নিজৰ নামৰ আগত লিখিলে চকীদাৰ । মুঠৰ ওপৰত একেৰাতিতে দেশত সৃষ্টি হল কোটি কোটি চকীদাৰ । বৰ্তমান অসমৰ ৭ লাখতকৈ অধিক লোকে আঁকোৱালি লৈছে এই ট্রেণ্ড । উল্লেখযোগ্য যে নিৰ্বাচৰ পূৰ্বে বিজেপিৰ social media চলোৱা এই ট্ৰেন ক্ৰমাৎ দেশৰ কুনাই কুনাই বিয়পি পৰা পৰিলক্ষিত হৈছে ।

Body:দেশত এতিয়া চকীদাৰ ট্রেণ্ড

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.