গুৱাহাটী, 27 আগষ্টঃ
- এ পি এচ ছি কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়াৰ অন্ত
- এই ঘোষণা কৰিলে তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেচৰে
- তদন্ত প্ৰক্ৰিয়াৰ অন্তিমখন চাৰ্জশ্বীট দাখিল কৰিলে আৰক্ষীয়ে
- গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আদালতত আবেদন আৰক্ষীৰ
- ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ পৰাৰ্মশকাৰী সংস্থাক প্ৰদান কৰিব তদন্তৰ প্ৰতিবেদন এ পি এচ ছি কেলেংকাৰীৰ অন্তিমখন চাৰ্জশ্বীট দাখিল কৰিলে আৰক্ষীয়ে