গুৱাহাটী,১২ ফেব্ৰুৱাৰীঃ সুধাকন্ঠ ড০ ভূপেন হাজৰিকালৈ আগবঢ়োৱা ভাৰতৰত্ন সন্মান লবলৈ অস্বীকাৰ কৰা পুত্ৰ তেজ হাজৰিকাৰ সিদ্ধান্তক সমৰ্থন কৰিছে ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ সমৰ হাজৰিকাই ।
ইয়াৰ উপৰিও সমৰ হাজৰিকাই মন্তব্য কৰে যে "ভূপেন দাই গানৰে বুজাই গৈছে সকলো কথা । তেওঁকলৈ ৰাজনীতি হোৱাটো কেতিয়াও কামনা নকৰো "।