ETV Bharat / state

তেতেলীয়াত পথ দুৰ্ঘটনা, নিহত 1 আহত 2 - তেতেলীয়াত পথ দুৰ্ঘটনা বাতৰি

গুৱাহাটী মহানগৰীৰ তেতেলীয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে নিশা তীব্ৰবাগী মটৰচাইকেলে মহতিয়াই নিয়ে দুই বাইক আৰোহীক ৷ ঘটনাত নিহত এজনত আৰু আহত 2 ৷

Teteliya Road Accident,1 dead 2 injured
তেতেলীয়াত পথ দুৰ্ঘটনা, নিহত 1 আহত 2
author img

By

Published : Mar 9, 2020, 8:53 AM IST

গুৱাহাটী,9 মাৰ্চঃ গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী তেতেলীয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে নিশা তীব্ৰবাগী মটৰচাইকেলে মহতিয়াই নিলে দুই বাইক আৰোহীক ৷ ফলত থিতাতে নিহত হয় ৰাজীৱ কাঠাৰ নামৰ পথচাৰী জন আৰু গুৰুতৰভাৱে আহত হয় দিপাংকৰ লুংথু আৰু মটৰচাইকেল চালক জতিচ ৰাহাং ৷ উক্ত ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় ক্ষেত্ৰী আৰক্ষীৰ এটা দল ৷ আহত লোকদুজনক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰা হয় ৷ দুয়োজনৰে অৱস্থা সংকটজনক বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক-চৰকাৰী আঁচনিৰ ধনৰ 10% কমিচন গ্ৰহণ পঞ্চায়তৰ সভানেত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.