গুৱাহাটী, ১৬ জুন : শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই টেট শিক্ষক সন্দৰ্ভত কৰা মন্তব্যৰ পাছতে ক্ষোভিত হৈ পৰিছে টেট শিক্ষকসকল ৷ ছ'চিয়েল মিডিয়াত শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে শিক্ষকসকল ৷ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এক অনুষ্ঠানত টেট শিক্ষক এগৰাকীয়ে টেটৰ প্ৰমাণপত্ৰৰ ম্যাদ উকলাৰ সন্দৰ্ভত মন্ত্ৰী ভট্টাচাৰ্যক ফোনযোগে প্ৰশ্ন কৰাত ড্ৰাইভিং অনুজ্ঞাপত্ৰৰ দৰে টেটৰ প্ৰমাণপত্ৰৰো নৱীকৰণৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰিছিল ৷
শিক্ষামন্ত্ৰীৰ মন্তব্যঃ ক্ষোভিত টেট শিক্ষক - tet teacher
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এক অনুষ্ঠানত টেট শিক্ষক এগৰাকীয়ে টেটৰ প্ৰমাণপত্ৰৰ ম্যাদ উকলাৰ সন্দৰ্ভত মন্ত্ৰী ভট্টাচাৰ্যক ফোনযোগে প্ৰশ্ন কৰাত ড্ৰাইভিং অনুজ্ঞাপত্ৰৰ দৰে টেটৰ প্ৰমাণপত্ৰৰো নৱীকৰণৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰিছিল ৷
শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিৰুদ্ধে টেট শিক্ষকৰ মৌন প্ৰতিবাদ
গুৱাহাটী, ১৬ জুন : শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই টেট শিক্ষক সন্দৰ্ভত কৰা মন্তব্যৰ পাছতে ক্ষোভিত হৈ পৰিছে টেট শিক্ষকসকল ৷ ছ'চিয়েল মিডিয়াত শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে শিক্ষকসকল ৷ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এক অনুষ্ঠানত টেট শিক্ষক এগৰাকীয়ে টেটৰ প্ৰমাণপত্ৰৰ ম্যাদ উকলাৰ সন্দৰ্ভত মন্ত্ৰী ভট্টাচাৰ্যক ফোনযোগে প্ৰশ্ন কৰাত ড্ৰাইভিং অনুজ্ঞাপত্ৰৰ দৰে টেটৰ প্ৰমাণপত্ৰৰো নৱীকৰণৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰিছিল ৷
Intro:টেট শিক্ষক সকলৰ মৌন প্ৰতিবাদ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিৰুদ্ধে। চচিয়েল মিডিয়াত নামৰ আগত ড্ৰাইভাৰ শব্দ প্ৰয়োগেৰে মৌন প্ৰতিবাদ। অল ইণ্ডিয়া ৰেডিঅ কৰা মন্তব্যৰ ভিত্তিত ক্ষোভিত শিক্ষক সমাজ। শিক্ষক সমাজক ড্ৰাইভাৰ লগত তুলনা কৰা টুলুঙা মন্ত্যব্যৰ বাবে সিদ্ধাৰ্থ ভট্টাচাৰ্য এতিয়া শিক্ষক সমাজৰ আগত জবাবদিহি হৈ পৰিছে।
Body:অল আচ্ছাম টেট শিক্ষকৰ বিত্ত বিভাগৰ সভাপতি সুৰজিৎ ঠাকুৰীয়াৰ অভিযোগ যে শিক্ষকৰ যোগ্যতাৰ নিৰূপন কৰা এখন চাৰ্টিফিকেটৰ ভিত্তিত যদি 2012 ত শিক্ষক হোৱাৰ যোগ্যতা আছে তেন্তে 2019 বৰ্ষত কিয় অযোগ্য হৈ পৰিব। তেখেতৰ টুলুঙা মন্ত্যব্যৰে শিক্ষক সমাজক মানসিক আঘাত নিদিবলৈ কলে সুৰজিৎ ঠাকুৰীয়াই কাৰণ অসমৰ বিভিন্ন প্ৰান্তত বহু সমস্যাৰ মাজেৰে শিক্ষকতা কৰি আহিছে টেট শিক্ষক সমাজে। আজি গুৱাহাটীৰ প্ৰেছ ক্লাৱত সিদ্ধাৰ্থ ভট্টাচাৰ্য টুলুঙা মন্ত্যব্য লগতে চাকৰি নিয়মীয়া কৰণৰ উদেশ্য আগত ৰাখি এখনি সংবাদমেল আয়োজন কৰিছে টেট শিক্ষক সকলে ।
Bite:-সুৰজিৎ ঠাকুৰীয়াৰ ।
Conclusion: