ETV Bharat / state

2019 বৰ্ষটো অসমৰ বাবে দুৰ্ভাগ্যৰ বছৰঃ তৰুণ গগৈ

author img

By

Published : Dec 31, 2019, 6:59 PM IST

11 ডিচেম্বৰৰ দিনটো অসমৰ ইতিহাসত ক’লা দিন হিচাপে চিহ্নিত হৈ ৰ’ব বুলি উল্লেখ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ 2019 ৰ শেষৰ ফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকৃত স্বৰূপটো ওলাই পৰিছে বুলিও কটাক্ষ কৰে গগৈয়ে ৷

Tarun gogoi pressmeet on last day of 2019
বছৰটোৰ শেষত তৰুণ গগৈৰ সংবাদমেল

গুৱাহাটী, 31 ডিচেম্বৰঃ নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত তথা বছৰটোৰ শেষত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল সম্বোধন ৷ অসমীয়া সাহিত্য-সংস্কৃতিৰ চিৰ সাধক ৰত্ন ওজাৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ তৰুণ গগৈৰ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে 2019 বৰ্ষটো অসমৰ বাবে দুৰ্ভাগ্যৰ বছৰ বুলি অভিহিত কৰে ৷ লগতে 11 ডিচেম্বৰৰ দিনটো অসমৰ ইতিহাসত ক’লা দিন হিচাপে চিহ্নিত হৈ ৰ’ব বুলি উল্লেখ কৰে ৷ আনহাতে নাগৰিকত্ব আইনৰ বিৰুদ্ধে চলি থকা স্বতঃস্ফূৰ্ত আন্দোলন এক শুভ লক্ষণ বুলিও তেওঁ মন্তব্য প্ৰদান কৰে ৷ ইয়াৰোপৰি প্ৰতিবাদ কেৱল অসমতেই সীমাবদ্ধ হৈ থকা নাই ই সমগ্ৰ দেশতেই বিয়পি পৰিছে ৷ কিন্তু তথাপিও কেন্দ্ৰীয় চৰকাৰৰ এতিয়ালৈ গা লৰা নাই ৷ এই আইনৰ পৰা অসমৰ দুগুণ ক্ষতি হ’ব বুলিও তেওঁ উল্লেখ কৰে ৷

বছৰটোৰ শেষত তৰুণ গগৈৰ সংবাদমেল

ইফালে 2019 ৰ শেষৰ ফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকৃত স্বৰূপটো ওলাই পৰিছে ৷ একালৰ সতীৰ্থ সমুজ্জল কুমাৰ ভট্টাচাৰ্যইও এতিয়া সৰ্বানন্দক হত্যাকাৰী বুলি কৈছে বুলি কটাক্ষ কৰে ৷ আনহাতে এই আন্দোলনত নিহত 5 জনকৈ লোকৰ মৃত্যুৰ ঘটনাৰ ন্যায়িক তদন্তৰ বাবে প্ৰয়োজনত ন্যায়ালয়লৈ যাবলৈ সাজু বুলি তৰুণ গগৈয়ে উল্লেখ কৰে ৷

আৰু পঢ়কঃধেমাজিত গায়ন বায়নসহ ঢোল-তাল বজাই CAA বিৰোধী প্ৰতিবাদী সমদল

Intro:তৰুণ গগৈৰ সংবাদমেল

ৰত্ন ওজাৰ মৃত্যুত শোক প্ৰকাশ ।।

2019 বৰ্ষতো অসমৰ বাবে দুৰ্ভাগ্যৰ বছৰ ।। 11 decm দিনটো কলা দিন হিচাপে চিহ্নিত হৈ ৰব ।। CAA ৰ বিৰুদ্ধে স্বতঃস্ফূৰ্ত আন্দোলন এক শুভ লক্ষণ ।। প্ৰতিবাদ অসমতেই সীমাবদ্ধ হৈ থকা নাই ।। কিন্তু কেন্দ্ৰৰ গালৰা নাই ।। আইনৰ পৰা অসমৰ double ক্ষতি হব ।।

Body:2019 ৰ শেষৰ ফালে সৰ্বাৰ আচল ৰূপটো ওলাল ।। আগতে ভণ্ড সাধু সন্ন্যাসী আছিল সৰ্বানন্দ ।।এতিয়া মাত্ৰ অলপ দূৰ গলেও helicoptet লৈ যাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।। একালৰ সতীৰ্থ সমূজ্জ্বলে এতিয়া সৰ্বানন্দক হত্যাকাৰী বুলি কৈছে ।। IMDT ক লৈ উচ্চতম ন্যায়ালয়ত মিছা শপতনামা দিছিল সৰ্বাই , এতিয়া প্ৰয়োজনত আমি যাম ন্যায়ালয়লৈ ।। 5 জনক হত্যা কৰা ঘটনাৰ ন্যায়িক তদন্ত নিদিয়ে কিয় , আমিও প্ৰয়োজনত আদালতলৈ যাম ।।

Conclusion:2019 শেষৰ ফালৰ পৰা BJP ৰ শনিৰ দশা আৰম্ভ হৈছে ।। নতুন দল গথন হলে আমাৰ লগত মিলিহে চৰকাৰ কৰিব পাৰিব ।। আমি চৰকাৰলৈ আহিলে CAA implement নকৰো ।।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.