গুৱাহাটী, 4 এপ্ৰিলঃ মহানগৰীৰ বাসিন্দাসকলে হয়তো ঘৰতে অৰ্ডাৰ দি ল'ব নোৱাৰিব ৰেষ্টুৰেণ্টৰ খাদ্যৰ সোৱাদ ৷ কিয়নো খাদ্যৰ হোম ডেলিভাৰীৰ সেৱা ছুইগীৰ কাৰ্যালয়ত বৃহস্পতিবাৰে খাদ্য সুৰক্ষা বিভাগে চলায় অভিযান ৷
ছুইগীত চলিল খাদ্য সুৰক্ষাৰ অভিযানঃ অনুজ্ঞাপত্ৰ অবিহনে ব্যৱসায় - raid
ছুইগীৰ কাৰ্যালয়ত বৃহস্পতিবাৰে খাদ্য সুৰক্ষা বিভাগৰ অভিযান ৷ অনুজ্ঞাপত্ৰ অবিহনে ব্যৱসায় চলাই আছিল উলুবাৰীস্থিত কাৰ্যালয়ৰ পৰা ৷ কাপোৰৰ ব্যৱসায়ৰ অনুজ্ঞাপত্ৰ লৈ কোম্পানীটোৱে খাদ্যৰ হোম ডেলিভাৰী সেৱা চলাই আছিল
ছুইগীত চলিল খাদ্য সুৰক্ষাৰ অভিযান
গুৱাহাটী, 4 এপ্ৰিলঃ মহানগৰীৰ বাসিন্দাসকলে হয়তো ঘৰতে অৰ্ডাৰ দি ল'ব নোৱাৰিব ৰেষ্টুৰেণ্টৰ খাদ্যৰ সোৱাদ ৷ কিয়নো খাদ্যৰ হোম ডেলিভাৰীৰ সেৱা ছুইগীৰ কাৰ্যালয়ত বৃহস্পতিবাৰে খাদ্য সুৰক্ষা বিভাগে চলায় অভিযান ৷
Breaking
মহানগৰী উলুবাৰী swiggy কায্যলয়ত খাদ্য সুৰক্ষা বিভাগৰ অভিযান ৷ গুৱাহাটীত অনুঙ্গাপ্ৰএ অবিহনে চলি আছে swiggy কায্যলয় ৷দুদিনৰ ভিতৰত অনুঙ্গাপ্ৰএ দাখিল কৰাৰ নিদেশ খাদ্য সুৰক্ষা বিভাগৰ ৷
কাপোৰৰ ব্যৱসায়ৰ অনুঙ্গাপ্ৰএ লৈ swiggyয়ে গুৱাহাটীত ব্যৱসায় চলাই আছিল ৷ অভিযান চলাব যোৱা বিষয়াক অপব্যবহাৰ swiggy কায্যালয়ৰ বিষয়াৰ ৷ সংবাদ মাধ্যমকো ভিতৰত যোৱাত বাধা ৷