ETV Bharat / state

শ্বেতা আগৰৱালাৰ নৃশংস হত্যাকাণ্ডৰ 3 অভিযুক্তক দোষী সাব্যস্ত - ৩ অভিযুক্ত

বুধবাৰে 31 জুলাইত 3 অভিযুক্তৰ শাস্তিৰ ম্যাদ ঘোষণা কৰিব আদালতে ৷  মৃত্যুদণ্ড অথবা যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত হ'ব 3 অপৰাধী ৷ উল্লেখ্য 2017 বৰ্ষৰ ৪ ডিচেম্বৰত প্ৰেমিক গোবিন্দ সিংঘালে নৃশংসভাৱে হত্যা কৰিছিল ছাত্ৰী শ্বেতা আগৰৱালক।

শ্বেতা আগৰৱালা
author img

By

Published : Jul 30, 2019, 3:18 PM IST

গুৱাহাটী, 30 জুলাইঃ প্ৰেমিক গোবিন্দ সিংঘালৰ নৃশংস হত্যাৰ বলি হোৱা মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ মঙলবাৰে চূড়ান্ত ৰায়দান দিলে কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশে ৷ কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশ আদালতত 302 ধাৰাত দোষী সাব্যস্ত হয় শ্বেতা আগৰৱালাৰ 3 হত্যাকাৰী ক্ৰমে গোবিন্দ সিংঘাল আৰু তেখেতৰ মাতৃ কমলা সিংঘাল আৰু ভগ্নী ভৱানী সিংঘালক ।

শ্বেতা আগৰৱালা

বুধবাৰে 31 জুলাইত 3 অভিযুক্তৰ শাস্তিৰ ম্যাদ ঘোষণা কৰিব আদালতে ৷ মৃত্যুদণ্ড অথবা যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত হ'ব 3 অপৰাধী ৷ উল্লেখ্য যে, 2017 বৰ্ষৰ ৪ ডিচেম্বৰত প্ৰেমিক গোবিন্দ সিংঘালে নৃশংসভাৱে হত্যা কৰিছিল ছাত্ৰী শ্বেতা আগৰৱালক । নিজ ঘৰতে মাতৃ ভগ্নীৰ সহায়ত গোবিন্দই হত্যা কৰিছিল শ্বেতাক । অৱশেষত স্বতিৰ নিশ্বাস লৈছে দুৰ্ভগীয়া ছাত্ৰীগৰাকীৰ পৰিয়ালে ৷

Intro:2017 বৰ্ষত এটা হত্যা কাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য। এগৰাকী মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালাক হত্যা কৰিছিল প্ৰেমিক গোবিন্দ ছিংঘালে। সেই ঘটনাৰ পাছতেই আজি কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশ আজি দোষী সাব্যস্ত কৰে তিনি জনক । হত্যাকাৰী গোবিন্দ ছিংঘাল তেখেতৰ মাতৃ কমলা ছিংঘাল আৰু ভগ্নী ভৱানী ছিংঘালক ।

Body:শ্বেতা আগৰৱালাৰ পিতৃৰ লগতে পৰিয়ালে দীৰ্ঘদিন ধৰি আশা কৰিছিল ন্যায়ৰ। কৰ্টৰ ওচৰত ন্যায় বিচৰাৰ দীৰ্ঘদিন পিছত মঙ্গলবাৰে কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশে 302 ধাৰাত দোষী সাব্যস্ত কৰে তিনিও জনকে।
Bite:-পিতৃ পৰিয়াল।
পৰিয়ালৰ লোকে কয় যে অত্যন্ত মেধাৱী ছাত্ৰী আছিল শ্বেতা। তেনে এগৰাকী জীক হেৰুৱাৰ পিছত দোষীক উচিত শাস্তি প্ৰদান কৰাটো বিচাৰে পৰিয়ালৰ লোকে। কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশে আজি গোচৰ চূড়ান্ত ৰায় দিয়ে। তিনিও দোষীক বুধবাৰে 31 জুলাইত আদালতে শাস্তিৰ ম্যাদ ঘোষণা কৰিব।

Conclusion:এতিয়া কাইলৈ তিনিও অভিযুক্তৰ 302 ধাৰাৰ অন্তৰ্গত মৃত্যুদণ্ড হব নে যাৱজীৱন কাৰাদণ্ড হব সেইয়া কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশে ৰায় দান কৰিব।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.