ETV Bharat / state

পূব বঙ্গীয় মুছলমানৰ অবৈধ প্ৰৱজনৰ ফলত অস্তিত্বৰ সংকটত পৰিছে খিলঞ্জীয়া মুছলমান

অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত চোতাল সভা । 20 তাকৈ খিলঞ্জীয়া মুছলমান সংগঠনৰ উদ্যোগত অনুষ্ঠিত হয় এই সভা ।

SUTAL HOBHA ON 6TH SCHEDULED
author img

By

Published : Sep 22, 2019, 12:29 AM IST

গুৱাহাটী, 21 ছেপ্টেম্বৰঃ 20 তাকৈ খিলঞ্জীয়া মুছলমান সংগঠনৰ অভিযোগ যে, মূলত পূব বঙ্গীয় মুছলমানৰ অবৈধ প্ৰৱজনৰ ফলত অস্তিত্বৰ সংকটত পৰিছে খিলঞ্জীয়া মুছলমান সকল । ইয়াৰ বিৰুদ্ধে শুকুৰবাৰে ৬ নং দফা ৰূপায়নৰ উচ্চস্তৰীয় কমিটিক স্মাৰক পত্ৰ প্ৰদান কৰে কেউটা সংগঠনে ।

পূব বঙ্গীয় মুছলমানৰ অবৈধ প্ৰৱজনৰ ফলত অস্তিত্বৰ সংকটত পৰিছে খিলঞ্জীয়া মুছলমান
শনিবাৰে লক্ষীধৰ বৰা ক্ষেত্ৰত অনুষ্ঠিত কৰা হয় এই চোতাল সভা । ২০ টা সংগঠনৰ উমৈহতীয়া মঞ্চ জনগোষ্ঠীয় সমন্বয় পৰিষদ নাম দি অনুষ্ঠিত কৰা হয় এই চোতাল সভা । বি জে পি নেতা মমিনুল আৱালৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই সভাতে পূববংগীয় মুছলমানৰ আধিপত্য থকা 25 তাকৈ বিধানসভা সমষ্টিৰ খিলঞ্জীয়াৰ বাবে সংৰক্ষণৰ বাবে দাবী উত্থাপন কৰে জনগোষ্ঠীয় সমন্বয় পৰিষদে । তদুপৰি ৬ নং দফা সন্দৰ্ভত খিলঞ্জীয়াৰ সংজ্ঞাৰ পৰাও বাদ পৰাৰ উপক্ৰম হৈছে এইসকল খিলঞ্জীয়া মুছলমান ।

Intro:অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত চোতাল সভা। 20 তাকৈ খিলঞ্জীয়া মুছলমান সংগঠনৰ উদ্যোগত অনুষ্ঠিত হয় এই সভা। মূলত পূব বঙ্গীয় মুছলমানৰ অবৈধ প্ৰবজন ফলত অস্তিত্ব সংকটত পৰিছে খিলঞ্জীয়া মুছলমান সকল। ইয়াৰ বিৰুদ্ধে শুকুৰবাৰে ৬ নং দফা ৰূপায়ন উচ্চস্তৰীয় কমিটিক স্মাৰক পত্ৰ প্ৰদান কৰে কেউটা সংগঠনে ।

Body:শনিবাৰে লক্ষীধৰ বৰা ক্ষেত্ৰত অনুষ্ঠিত কৰা হয় এই চোতাল সভা। ২০ টা সংগঠনৰ উমৈহতীয়া মঞ্চ জনগোষ্ঠীয় সমন্বয় পৰিষদ নাম দি অনুষ্ঠিত কৰা হয় এই চোতাল সভা। এই সভাত বি জে পি নেতা মমিনুল আৱালৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই সভাতে পূববংগীয় মুছলমানৰ আধিপত্য থকা 25 তাকৈ বিধানসভা সমষ্টিৰ খিলঞ্জীয়াৰ বাবে সংৰক্ষণৰ বাবে দাবী উত্থাপন কৰে জনগোষ্ঠীয় সমন্বয় পৰিষদে ।

Conclusion:তদুপৰি ৬ নং দফা সন্দৰ্ভত খিলঞ্জীয়াৰ সংজ্ঞাৰ পৰাও বাদ পৰাৰ উপক্ৰম হৈছে এইসকল খিলঞ্জীয়া মুছলমান ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.