ETV Bharat / state

কৰ’ণা যুদ্ধৰ মাজতে অসুস্থ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Jun 14, 2020, 7:00 PM IST

দেওবাৰে সামান্য পৰিমাণে অসুস্থ হৈ পৰে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । সম্প্ৰতি চিকিৎসকৰ পৰামৰ্শত নিজা বাসগৃহতে চেলাইন আৰু বিষৰ বেজী গ্ৰহণ কৰি বিশ্ৰামত আছে মন্ত্ৰীগৰাকী ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে গুণমুগ্ধসকলে মন্ত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে ।

Suddenly ill health minister himanta biswa sarma guwahati assam etv bharat news
অসুস্থ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী,১৪ জুন: কৰ’ণাৰ বিৰুদ্ধে বিৰামহীনভাৱে চলাই যোৱা যুঁজখনৰ মাজতে হঠাতে দেওবাৰে সামান্য পৰিমাণে অসুস্থ হৈ পৰে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । গুৰুতৰভাৱে পেটৰ বিষত আক্ৰান্ত হোৱাৰ বাবে মন্ত্ৰীগৰাকী উপস্থিত হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ।

  • After an episode of extreme pain in stomach, doctors in GMCH have detected a kidney stone measuring 3.76 mm through Ulltra Sono Graphy in VUJ position. Taking saline and injections to overcome the pain. Will take rest for the day

    — Himanta Biswa Sarma (@himantabiswa) June 14, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

After an episode of extreme pain in stomach, doctors in GMCH have detected a kidney stone measuring 3.76 mm through Ulltra Sono Graphy in VUJ position. Taking saline and injections to overcome the pain. Will take rest for the day

— Himanta Biswa Sarma (@himantabiswa) June 14, 2020

চিকিৎসকৰ পৰামৰ্শ অনুসৰি মন্ত্ৰী শৰ্মাৰ আল্ট্ৰাচাউণ্ড কৰা হয় আৰু এই পৰীক্ষাত মন্ত্ৰীগৰাকীৰ বৃক্কত পাথৰ হোৱা বুলি ধৰা পৰে । সম্প্ৰতি চিকিৎসকৰ পৰামৰ্শত নিজা বাসগৃহতে চেলাইন আৰু বিষৰ বেজী গ্ৰহণ কৰি বিশ্ৰামত আছে মন্ত্ৰীগৰাকী ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে গুণমুগ্ধসকলে মন্ত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে ।

লগতে চাওকঃ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা

গুৱাহাটী,১৪ জুন: কৰ’ণাৰ বিৰুদ্ধে বিৰামহীনভাৱে চলাই যোৱা যুঁজখনৰ মাজতে হঠাতে দেওবাৰে সামান্য পৰিমাণে অসুস্থ হৈ পৰে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । গুৰুতৰভাৱে পেটৰ বিষত আক্ৰান্ত হোৱাৰ বাবে মন্ত্ৰীগৰাকী উপস্থিত হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ।

  • After an episode of extreme pain in stomach, doctors in GMCH have detected a kidney stone measuring 3.76 mm through Ulltra Sono Graphy in VUJ position. Taking saline and injections to overcome the pain. Will take rest for the day

    — Himanta Biswa Sarma (@himantabiswa) June 14, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

চিকিৎসকৰ পৰামৰ্শ অনুসৰি মন্ত্ৰী শৰ্মাৰ আল্ট্ৰাচাউণ্ড কৰা হয় আৰু এই পৰীক্ষাত মন্ত্ৰীগৰাকীৰ বৃক্কত পাথৰ হোৱা বুলি ধৰা পৰে । সম্প্ৰতি চিকিৎসকৰ পৰামৰ্শত নিজা বাসগৃহতে চেলাইন আৰু বিষৰ বেজী গ্ৰহণ কৰি বিশ্ৰামত আছে মন্ত্ৰীগৰাকী ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে গুণমুগ্ধসকলে মন্ত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে ।

লগতে চাওকঃ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.