ETV Bharat / state

বাটৰ নাট প্ৰদৰ্শনেৰে বিতৰ্কিত বিধেয়কৰ বিৰোধিতা - নাগৰিকত্ব সংশোধনী বিধেয়ক

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ঐক্য় সেনা অসমৰ ব্য়তিক্ৰমী প্ৰতিবাদ

বাটৰ নাট প্ৰদৰ্শনেৰে বিতৰ্কিত বিধেয়কৰ বিৰোধিতা ঐক্য় সেনা অসমৰ
author img

By

Published : Feb 5, 2019, 11:02 PM IST

গুৱাহাটী,৫ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ঐক্য় সেনা অসমৰ ব্য়তিক্ৰমী প্ৰতিবাদ।

বাটৰ নাট প্ৰদৰ্শনেৰে বিতৰ্কিত বিধেয়কৰ বিৰোধিতা ঐক্য় সেনা অসমৰ
undefined

ঐক্য় সেনা অসমৰ যোৰহাট জিলা সমিতিয়ে মহানগৰীৰ মেঘদূত ভৱনৰ সন্মুখত বাটৰ নাট প্ৰদৰ্শন কৰি বিধেয়কখনৰ বিৰোধিতা কৰে। ঐক্য়সেনা অসমে অসমৰ উজনিৰ পৰা নামনিলৈ প্ৰতিখন ঠাইত বাটৰ নাটৰ জৰিয়তে এই বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ এক ব্য়তিক্ৰমী পন্থা হাতত লৈছে।

Intro:নাগতিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইবাৰ বাটৰ নাট প্ৰদৰ্শন কৰিলে ঐক সেনা অসমে। মহানগৰীৰ মেঘদূত ভৱনৰ সন্মুখত ঐক সেনা অসমৰ যোৰহাট জিলা সমিতিৰ বিধেয়ক বিৰোধী বাটৰ নাট প্ৰদৰ্শন।

Body:নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ অসমতে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে মঙলবাৰে ঐক সেনা অসমৰ যোৰহাট জিলা সমিতিয়ে মহানগৰীৰ মেঘদূত ভৱনৰ সন্মুখত বাটৰ নাট প্ৰদৰ্শন কৰি বিধেয়কখনৰ বিৰোধিতা কৰে। ঐক সেনা অসমৰ যোৰহাট জিলা সমিতিৰ সদস্য সকলে মেঘদূত ভৱনৰ সন্মুখত বাটৰ নাট প্ৰদৰ্শন কৰি নাগৰিকত্ব সংশোধনী বিধেয়কখন কেন্দ্ৰ চৰকাৰে গৃহীত কৰিলে অসমত কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব বুজাবলৈ চেষ্টা কৰে।

বাইট ১ : ঐক সেনা অসমৰ যোৰহাট জিলা সমিতিৰ সদস্য

নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী বাটৰ নাট প্ৰদৰ্শনৰ সময়ত মেঘদূত ভৱনৰ সন্মুখত শতাধিক লোক ভিৰ কৰি নাটকখন উপভোগ কৰা পৰিলক্ষিত হয়। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি অসমত যি অবৈধ নাগৰিকৰ নাগৰিকত্ব প্ৰদানৰ চেষ্টা চলাইছে ই অসমৰ ভৱিষ্যতৰ লগতে অসমীয়া ভাষাক কিদৰে নিঃশেষ কৰিব এই নাটকখনত প্ৰদৰ্শন কৰা হয়।

বাইট ২: ঐক সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ সদস্য

Conclusion:অসমৰ বিভিন্ন দল-সংগঠনৰ লগতে ঐক সেনা অসমইও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আহিছে। প্ৰতিবাদৰ লগতে এইবাৰ ঐক সেনা অসমে উজনিৰ পৰা নামনিলৈকে প্ৰতিটো ঠাইত বাটৰ নাটৰ জৰিয়তে এই বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিব।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.