ETV Bharat / state

সোনাপুৰৰ শিক্ষানুষ্ঠানত চুৰিকাণ্ড

মহানগৰীৰ পাৰ্শ্বৱৰ্তী সোনাপুৰৰ গোমৰীয়া পথাৰ মধ্য আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত শনিবাৰে নিশা চোৰৰ চাফাই অভিযান ৷

সোনাপুৰৰ বিদ্যালয়
author img

By

Published : Aug 25, 2019, 9:30 PM IST

গুৱাহাটী, 25 আগষ্টঃ মহানগৰীৰ পাৰ্শ্বৱৰ্তী সোনাপুৰৰ গোমৰীয়া পথাৰ মধ্য আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত শনিবাৰে নিশা চোৰৰ চাফাই অভিযান। ঘটনাৰ বিবৰণী মতে পুৱা প্ৰায় ৫ মান বজাত প্ৰাতঃভ্ৰমনত অহা স্থানীয় লোকসকলে বিদ্যালয়ৰ দুখনকৈ দৰ্জা খোল খাই থকা প্ৰত্যক্ষ কৰি বিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰে ৷ বিদ্যালয় কৰ্তৃপক্ষ আহি বিদ্য়ালয়ৰ ভিতৰত প্ৰৱেশ কৰি তাত চুৰি কাৰ্য সংঘটিত হোৱা বুলি জ্ঞাত হয় ৷ বিদ্যালয়খনৰ কম্পিউটাৰ কোঠাৰ পৰা ইতিমধ্যে চোৰে ৫ টাকৈ মনিটৰ, দুটা CPU, এটা স্কেনাৰ মেচিন,4 টাকৈ UPSৰ লগতে প্ৰিন্টাৰ সহ জেনেৰেটৰ লৈ উধাও হয় ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত সোণাপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে চুৰৰ কোনো সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই ৷ স্থানীয় ৰাইজৰ দাবী যে বিগত ৩-৪ মাহৰ পৰা এই অঞ্চলত টাৱাৰৰ বেটাৰী চোৰ ,চিলনী চোৰ লগতে বেংকৰ গ্ৰাহকৰ পৰা পইচা কাঢ়ি নিয়া ঘটনা সঘনাই সংঘটিত হৈ আহিছে যদিও বৰ্তমানলৈ আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে কোনো পদক্ষেপ লব পৰা নাই ৷ যাৰ পৰিণতিত এনেবোৰ ঘটনা অঞ্চলটোত সঘনাই সংঘটিত হৈ থকা দেখা গৈছে ৷

Intro:সোনাপুৰৰ গোমৰীয়া পথাৰ মধ্য আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত চোৰে চলালে চাফাই অভিযান

Body:মহানগৰীৰ পাৰ্শ্বৱৰ্তী সোনাপুৰৰ গোমৰীয়া পথাৰ মধ্য আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত শনিবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। উক্ত বিদ্যালয়খনত চুৰিকাণ্ড কৰা ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিবৰণী মতে ৰাতিপুৱা প্ৰায় ৫ মান বজাত স্হানীয় লোকসকলে প্ৰাতঃভ্ৰমন অহাত বিদ্যালয়ৰ দুখনকৈ দৰ্জা খোল খাই থকা অৱস্থাত প্ৰত্যক্ষ কৰি বিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰে আৰু ততাতৈয়াকৈ বিদ্যালয় কৰ্তৃপক্ষৰ লোক আহি বিদ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰি দেখে যে বিদ্যালয়খনৰ কম্পিউটাৰ কোঠাৰ পৰা ৫ টাকৈ মনিটৰ, দুটা CPU, এটা স্কেনাৰ মেচিন, চাৰিটাকৈ UPSৰ লগতে প্ৰিন্টাৰ সহ জেনেৰেটৰ লৈ উধাও হয়৷ পিছত স্হানীয় সোনাপুৰ আৰক্ষী থানাৰ লোক আহি সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে চুৰৰ কোনো সম্ভেদ উলিয়াব সক্ষম হোৱা নাই৷ স্হানীয় ৰাইজৰ দাবী যে বিগত ৩-৪ মাহৰ পৰা এই অঞ্চলত টাৱাৰৰ বেটাৰী চোৰ ,চিলনী চোৰ লগতে বেংকৰ গ্ৰাহকৰ পৰা পইচা কাঢ়ি নিয়া ঘটনা সঘনাই সংঘটিত হৈ আহিছে যদিও আজিকোপতি আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে কোনো পদক্ষেপ লব পৰা নাই যাৰ পৰিনতিত এনেবোৰ ঘটনা অঞ্চলটোত সঘনাই সংঘটিত হৈ থকা দেখা গৈছে৷

Byte

Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.