ETV Bharat / state

"অসমীয়া জাতিক ধ্বংস কৰিব এই এনআৰচিয়ে"- শিলাদিত্য দেৱ

এনআৰচিক লৈ বিধায়ক শিলাদিত্য দেৱৰ বিস্ফোৰক মন্তব্য ৷ বাংলাদেশী মুছলমানৰ নাম থকা এখন এনআৰচি প্ৰকাশ হ'বলৈ গৈ আছে বুলি সংবাদমেলত মন্তব্য কৰে বিধায়ক শিলাদিত্য দেৱে ৷

এনআৰচিক লৈ বিধায়ক শিলাদিত্য দেৱৰ বিস্ফোৰক মন্তব্য
author img

By

Published : Aug 23, 2019, 10:34 PM IST

গুৱাহাটী,23আগষ্টঃ এনআৰচিক লৈ বিধায়ক শিলাদিত্য দেৱৰ বিস্ফোৰক মন্তব্যঃ

  • "বাংলাদেশী মুছলমানৰ নাম থকা এখন এনআৰচি প্ৰকাশ হ'বলৈ গৈ আছে"
  • "অসমীয়া জাতিক ধংশ কৰিব কৰিব এই এনআৰচিয়ে"
  • "মদন মল্লিক নামৰ এজন শ্বহীদ পৰিয়াললৈ বিদেশী বুলি জাননী আহিছে"
  • "আছুৱে 855 জন ছহিদলৈ কথা কোৱাৰ সময়ত ছহিদক অপমান কৰা হৈছে"
  • "এনআৰচিৰ বিৰুদ্ধে নৱেম্বৰৰ পৰা মহা আন্দোলন হ'ব"
  • "আমছুৱে কিয় এজনো বিদেশী মুছলমান চিনাক্ত কৰি দিব পৰা নাই"
  • "বাংলাদেশী মুছলমানৰ নাম অন্তৰ্ভুক্ত হোৱা এই এনআৰচিৰ সকলো কাম বন্ধ কৰি দিব লাগে"

Intro:আমছুকো আক্ৰমণ শিলাদিত্য দেৱৰ
আমছুৱে কিয় এজনো বিদেশী মুছলমান চিনাক্ত কৰি দিব পৰা নাই।
বাংলাদেশী মুছলমানৰ
নাম অন্তৰ্ভুক্ত হোৱা এই NRC ৰ সকলো কাম বন্ধ কৰি দিব লাগে।Body:বিধায়ক শিলাদিত্য দেৱৰ nrc কলৈ বিস্ফোৰক মন্তব্য
বাংলাদেশী মুছলমানৰ নাম থকা এখন nrc প্ৰকাশ হবলৈ গৈ আছে
অসমীয়া জাতিক ধংশ কৰিব কৰিব এই nrc এ।
মদন মল্লিক নামৰ এজন শ্বহীদ পৰিয়াললৈ বিদেশী বুলি জাননী আহিছে।
আছুৱে 855 জন ছহিদলৈ কথা কোৱাৰ সময়ত ছহিদক অপমান কৰা হৈছে
তাৰ পাছতো আছুৱে মিঠাই খাই আছে ।
Conclusion:নৱেম্বৰৰ পৰা মহা আন্দোলন হব NRC ৰ বিৰুদ্ধে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.