গুৱাহাটী,10 অক্টোবৰঃঅতি সাধাৰণভাৱে মহানগৰীৰ শুক্ৰেশ্বৰ মন্দিৰত বিবাহ সম্পন্ন হয় অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা বিহুৱতী শ্যামন্তিকা শৰ্মাৰ ৷ 'জানমণি', 'জোনবাই', 'অঞ্জনা'কে আদি কৰি কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰা মোহময়ী অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই বৃহস্পতিবাৰে সম্পূৰ্ণ ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হয় কলকাতাৰ দৰা সুপ্ৰতিম দাসৰ সৈতে। শ্যামন্তিকা আৰু সুপ্ৰতিম সৰুকালৰে বন্ধু ৷
আজি 'জানমনি'ৰ বিয়া - শুক্ৰেশ্বৰ মন্দিৰত বিবাহ
বিবাহপাশত আৱদ্ধ হ'ল জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মা ৷
'জানমনি'ৰ বিয়া
গুৱাহাটী,10 অক্টোবৰঃঅতি সাধাৰণভাৱে মহানগৰীৰ শুক্ৰেশ্বৰ মন্দিৰত বিবাহ সম্পন্ন হয় অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা বিহুৱতী শ্যামন্তিকা শৰ্মাৰ ৷ 'জানমণি', 'জোনবাই', 'অঞ্জনা'কে আদি কৰি কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰা মোহময়ী অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই বৃহস্পতিবাৰে সম্পূৰ্ণ ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হয় কলকাতাৰ দৰা সুপ্ৰতিম দাসৰ সৈতে। শ্যামন্তিকা আৰু সুপ্ৰতিম সৰুকালৰে বন্ধু ৷
Intro:জানমনি আজিৰ পৰা কলকাতাৰ বোৱাৰী
Body:'জানমণি', 'জোনবাই', 'অঞ্জনা'কে আদি কৰি কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰা মোহময়ী অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই বৃহস্পতিবাৰে মহানগৰীৰ শুক্ৰেশ্বৰ মন্দিৰত যুগ্মজীৱনৰ পাতনি মেলে। সম্পূৰ্ণ ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হয় কলকাতাৰ দৰা সুপ্ৰতিম দাসৰ সৈতে। লৰালিকালৰে বন্ধু সুপ্ৰতিম দাসৰ সৈতে আজি যুগ্মজীৱনৰ পাতনি মেলি নথৈ আনন্দিত অভিনেত্ৰীগৰাকী।
Bite
Conclusion:Asrar Ansari
গুৱাহাটী