ETV Bharat / state

চৰকাৰী বিদ্যালয়ৰ পাঠ্যপুথিত বিকৃতকৰণ সূত সম্প্ৰদায়ৰ ইতিহাস !

অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন লিমিটেডে নৱম আৰু দশম শ্ৰেণীৰ বাবে উলিওৱা পাঠ্যক্ৰমত বিকৃত ৰূপত প্ৰকাশ সূত সম্প্ৰদায়ৰ ইতিহাস ৷ চৰকাৰী বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ "বৈচিত্ৰময় অসম" নামৰ পাঠ্যপুথিখনত সূত সম্প্ৰদায়ৰ ভুল বাখ্যা দাঙি ধৰাৰ অভিযোগ নৱ কুমাৰ ডেকা বৰুৱাই ৷

সূত সম্প্ৰদায়
চৰকাৰী বিদ্যালয়ৰ পাঠ্যপুথিত বিকৃতকৰণ সূত সম্প্ৰদায়ৰ ইতিহাস!
author img

By

Published : Jan 25, 2020, 1:39 PM IST

গুৱাহাটী, 25 জানুৱাৰীঃ অসমৰ অন্যান্য সম্প্ৰদায় সমূহৰ ভিতৰত সূত সম্প্ৰদায় অন্যতম । চৰকাৰী বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰমত প্ৰকাশ কৰা হৈছে সূত সম্প্ৰদায়ৰ বিকৃত ইতিহাস ৷

উল্লেখ‍্য যে, অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন লিমিটেডে নৱম আৰু দশম শ্ৰেণীৰ বাবে উলিওৱা দ্ৰুতপাঠ 'বৈচিত্ৰময় অসম' নামৰ কিতাপ খনত প্ৰথম পৃষ্ঠাতে আছে 'আদিপাঠ' নামৰ অধ্যায় ৷ এই অধ্যায়তে অসমৰ কিছু জনগোষ্ঠীৰ চমু পৰিচয় আগবঢ়াইছে নৱ কুমাৰ ডেকা বৰুৱাই । য'ত সূত সম্প্ৰদায়ৰ ভুল বাখ্যা দাঙি ধৰিছে লেখকগৰাকীয়ে ৷ যাৰ ফলত সদৌ অসম সূত সন্মিলন সৰৱ হৈ পৰিছে ।

চৰকাৰী বিদ্যালয়ৰ পাঠ্যপুথিত বিকৃতকৰণ সূত সম্প্ৰদায়ৰ ইতিহাস!

আনহাতে, বিষয়টো সন্দৰ্ভত সদৌ অসম সূত সন্মিলনৰ সভাপতি পৰাগ গায়ণে মন্তব্য আগবঢ়াই কয়, "বুৰঞ্জী নজনা লেখকৰ দ্বাৰা পুথি প্ৰকাশ কৰি ছাত্ৰ-ছাত্ৰী সকলক বিপথে পৰিচালিত কৰিব বিচৰা হৈছে । সূত সম্প্ৰদায়ৰ যি সংজ্ঞা আমি পুথি খনত যি প্ৰত্যক্ষ কৰিলো এয়া সচাকৈয়ে দুখলগা । আমি শিক্ষা বিভাগক শীঘ্ৰে কিতাপ খন প্ৰকাশ বন্ধ কৰি ৰাখিবৰ বাবে অনুৰোধ জনালো ৷" লগতে বিতৰণ কৰা পুথি ঘূৰাই আনি পুনৰ নতুন পুথি চপা কৰিবৰ বাবে দাবী জনালে সভাপতি গৰাকীয়ে ।

আৰু পঢ়কঃ বিটিএডিত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত গঠন হোৱা চুক্তি "মৰণফান্দ" চুক্তিঃ এবিএমছু

Intro:সূত জাতিৰ ইতিহাস বিকৃত কৰণ কৰি পাঠ‍্যপুথি প্ৰকাশক লৈ সৰৱ সদৌ অসম সূত সন্মিলন

অসমৰ অন্যান্য সম্প্ৰদায় সমূহৰ ভিতৰত সূত সম্প্ৰদায় অন‍্যতম। এই সূত সম্প্ৰদায়ৰে ইতিহাস বিকৃত কৰি চৰকাৰী নৱম আৰু দশম শ্ৰেণীৰ পাঠ‍্যক্ৰমত প্ৰকাশ কৰা হৈছে।

Body:উল্লেখ‍্য যে অসম ৰাজ‍্যিক পাঠ‍্যপুথি প্ৰণয়ন আৰু প্ৰকাশন লিমিটেডে নৱম আৰু দশম শ্ৰেণীৰ বাবে উলিওৱা দ্ৰুতপাঠ 'বৈচিত্ৰময় অসম' নামৰ কিতাপ খনত প্ৰথম পৃষ্ঠাতে আছে 'আদিপাঠ' নামৰ অধ‍্যায় য'ত অসমৰ কিছু জনগোষ্ঠীৰ চমু পৰিচয় আগবঢ়াইছে নৱ কুমাৰ ডেকা বৰুৱাই। য'ত সূত সম্প্ৰদায়ৰ ভুল বাখ্যা ডাঙি ধৰিছে যাৰ ফলত সদৌ অসম সূত সন্মিলন সৰৱ হোৱা দেখা গৈছে।

Conclusion:বিষয়টো সন্দৰ্ভত সদৌ অসম সূত সন্মিলনৰ সভাপতি পৰাগ গায়ণে মন্তব্য আগবঢ়াই কয়, ' বুৰঞ্জী নজনা লেখকৰ দ্বাৰা পুথি প্ৰকাশ কৰি ছাত্র ছাত্ৰী সকলক বিপথে পৰিচালিত কৰিব বিচৰা হৈছে। সূতৰ যিটো সংজ্ঞা আমি পুথি খনত আমি দেখিলোঁ ই সচাকৈয়ে দুখলগা। আমি অনতিপলমে শিক্ষা বিভাগক কিতাপ খন প্ৰকাশ বন্ধ কৰি ৰাখিবৰ বাবে অনুৰোধ জনালো লগতে বিতৰণ কৰা পুথি ঘূৰাই আনি নতুন পুথি চপা কৰিবৰ বাবে দাবী জনালোঁ।'

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.