ETV Bharat / state

2019 বৰ্ষৰ হাইস্কুল আৰু হাই মাদ্ৰাছাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা

ঘোষণা হল 2019 বৰ্ষৰ হাইস্কুল আৰু হাই মাদ্ৰাছাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ৰিজাল্ট ৷ 1জুলাইৰ পৰা 6 জুলাইৰ ভিতৰত অনুষ্ঠিত কৰা হৈছিল কম্পাৰ্টমেণ্টেল পৰীক্ষা ।

হাইস্কুল আৰু হাই মাদ্ৰাছাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষনা
author img

By

Published : Jul 31, 2019, 5:35 PM IST

গুৱাহাটী,31 জুলাই: আজি ঘোষণা হল 2019 বৰ্ষৰ হাইস্কুল আৰু হাই মাদ্ৰাছাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল। 2019 বৰ্ষৰ হাই স্কুল আৰু হাই মাদ্ৰাছাৰ নিয়মিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰী সকলক পুনৰ সুবিধা দিয়াৰ মানসেৰে অনুষ্ঠিত কৰা হৈছিল কম্পাৰ্টমেণ্টেল পৰীক্ষা। এইবাৰৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছিল 41276 জন । 41276 জনৰ 139 জনে প্ৰথম বিভাগত উত্তীৰ্ণ হবলৈ সক্ষম হোৱাৰ লগতে 4145 জনে দ্বিতীয় আৰু 16757 জনে পাবলৈ সক্ষম হৈছে তৃতীয় বিভাগ।

হাইস্কুল আৰু হাই মাদ্ৰাছাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষনা
হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ৰিজাল্টৰ পিছতে ঘোষণা কৰা হৈছিল এই কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ কথা। 1জুলাইৰ পৰা 6 জুলাইৰ ভিতৰত অনুষ্ঠিত কৰা হৈছিল কম্পাৰ্টমেণ্টেল পৰীক্ষা। কিছু বছৰৰ আগৰ পৰাই চেবাই এনেধৰণৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰি আহিছে ৷

+

Intro:আজি ঘোষণা হল হাইস্কুল আৰু হাই মাদ্ৰাছাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ৰিজাল্ট।2019 বৰ্ষৰ হাই স্কুল আৰু হাই মাদ্ৰাছাৰ নিয়মিত মেট্ৰিক পৰীক্ষাত অনুতীৰ্ণ ছাত্ৰ ছাত্ৰী সকলক পুনৰ সুবিধা দিয়াৰ মানসেৰে অনুষ্ঠিত কৰা হৈছিল কম্পাৰ্টমেণ্টেল পৰীক্ষা । এইবাৰৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছিল 41276 জন ।

Body:41276 জনৰ 139 জনে প্ৰথম বিভাগত উত্তীৰ্ণ হবলৈ সক্ষম হোৱাৰ লগতে 4145 জনে দ্বিতীয় আৰু 16757 জনে পাবলৈ সক্ষম হৈছে তৃতীয় বিভাগ।
Bite:-সুৰঞ্জনা সেনাপতি।
হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ৰিজাল্টৰ পিছতে ঘোষণা কৰা হৈছিল কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ কথা। 1জুলাইৰ পৰা 6 জুলাইৰ ভিতৰত অনুষ্ঠিত কৰা হৈছিল কম্পাৰ্টমেণ্টেল পৰীক্ষা।

Conclusion:কিছু বছৰৰ আগৰ পৰাই চেবাই এনেধৰনৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰি আহিছে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.