ETV Bharat / state

চিকিৎসা ব্যয়ৰ নামত জালিয়াতি; 41 গৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু

চিকিৎসাৰ নামত কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিছে চৰকাৰী কৰ্মচাৰীয়ে । । Re embocement ৰ ধনৰ নামত জালিয়াতি কৰা ৪১ গৰাকীৰ বিৰুদ্ধে GMCH কৰ্তৃপক্ষৰ গোচৰ ৰুজু ।

Scam worth crores of rupees in the name of treatment of government employees
ৰাজ্যত কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিলে চৰকাৰী কৰ্মচাৰীয়ে
author img

By

Published : Sep 5, 2021, 7:39 PM IST

গুৱাহাটী, ৫ ছেপ্টেম্বৰ : APDCL, Elementary Education and Finance বিভাগৰ বহু বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু । Re Embocmentৰ নামত এই তিনিটা বিভাগৰ বহু কেইগৰাকী বিষয়া- কৰ্মচাৰীয়ে জালিয়াতি কৰিছে নথি-পত্ৰৰ । Re embocement ৰ ধনৰ নামত জালিয়াতি কৰা ৪১ গৰাকীৰ বিৰুদ্ধে GMCH কৰ্তৃপক্ষৰ গোচৰ ৰুজু ।

ৰাজ্যত কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিলে চৰকাৰী কৰ্মচাৰীয়ে

কোনোধৰণৰ Referal নোহোৱাকৈয়ে এই সকলে বিভিন্ন সময়ত চিকিৎসা কৰাইছিল ৰাজ্যৰ বাহিৰৰ, ভিতৰৰ কেইবাখনো নামি-দামী হাস্পতালত । চিকিৎসা সম্পূৰ্ণ হোৱাৰ পিছত এই কেইজন বিষয়া-কৰ্মচাৰীয়ে Re-Embocement ৰ টকা লাভ কৰিবৰ বাবে নিজৰ বিভাগত দাখিল কৰিছিল Ex post facto approval । কিন্তু এই Ex post facto approval ৰ নামতেই এই সকল চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে সংঘটিত কৰি আহিছে নথি-পত্ৰৰ জালিয়াতি ।

ভুৱা চহী, ভুৱা নম্বৰেৰে Ex post facto aproval দাখিল কৰিছিল নিজৰ বিভাগৰ ওচৰত । কিন্তু ইয়াত বিভাগৰ সন্দেহ উপজাত এই Approval সমূহ প্ৰেৰণ কৰিছিল GMCH ত থকা State level Referal board লৈ । GMCH ৰ state level board য়ে ফাদিল কৰিলে এই সকল চৰকাৰী কৰ্মচাৰীৰ ভয়ংকৰ দুৰ্নীতি ।

এইসকল চৰকাৰী কৰ্মচাৰীয়ে GMCH ৰ অধ্যক্ষ, অধীক্ষক, State level referal board ৰ বহু বিষয়াৰ চহী জালিয়াতি কৰি দাখিল কৰিছিল ভুৱা Approval । পিছত GMCH কৰ্তৃপক্ষই এই Approval সমূহ ভুৱা বুলি প্ৰমাণিত কৰে আৰু নিজাববীয়াকৈ APDCL, elementary education আৰু বিত্ত বিভাগৰ মুঠ ৪১ জন এনে বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। ইতিমধ্যো ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : হাইকমাণ্ডৰ সহমত : উপ-নিৰ্বাচনৰ সকলো সিদ্ধান্ত ল’ব প্ৰদেশ কংগ্ৰেছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.