ETV Bharat / state

'CAA'ৰ শুনানিঃ সদৌ অসম উকীল সন্থাৰ আদৰণি

author img

By

Published : Jan 22, 2020, 6:32 PM IST

নাগৰিকত্ব সংশোধনী আইনৰ সাংবিধানিক বৈধতা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে অসম আৰু মণিপুৰৰ ক্ষেত্ৰত পৃথককৈ শুনানি গ্ৰহণ কৰা হ'ব বুলি কৰা ঘোষণাক আদৰণি সদৌ অসম উকীল সন্থাৰ ৷

SC hearing on petition on CAA : All Assam Advocate Association reaction
'CAA'ৰ শুনানিঃ সদৌ অসম উকীল সন্থাৰ আদৰণি

গুৱাহাটী, ২২ জানুৱাৰীঃ 'নাগৰিকত্ব সংশোধনী আইন 2019'ৰ সাংবিধানিক বৈধতা সন্দৰ্ভত বুধবাৰে উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰাৰ পিছতে এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম উকীল সন্থাই । যিহেতু উচ্চতম ন্যায়ালয়ত দাখিল হোৱা আবেদন সমূহৰ ভিতৰত সদৌ অসম উকীল সন্থাও আছিল অন্যতম আবেদনকাৰী । সন্থাৰ সাধাৰণ সম্পাদক দীপক কুমাৰ দাসে শুনানিৰ পিছতে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অসমৰ বিষয়টো সুকীয়া আৰু ইয়াৰ শুনানিও বেলেগকৈ লোৱা হ'ব বুলি উচ্চতম ন্যায়ালয়ে কৰা ঘোষণা আদৰণীয় ৷ উল্লেখ্য যে, বুধবাৰে উচ্চতম ন্যায়ালয়ত উকীল সন্থাৰ আবেদনৰো শুনানি গ্ৰহণ কৰা হৈছিল ।

লগতে পঢ়ক:"কা" বিৰোধী আন্দোলনত অসমীয়া ৰাইজে এখোজ ন্যায় পাইছেঃ ৰিপুন বৰা

Intro:গুৱাহাটী, ২২ জানুৱাৰীঃ "কা" ৰ সাংবিধানিক বৈধতা সন্দৰ্ভত বুধবাৰে উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰাৰ পিছতে এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম উকীল সন্থাই । যিহেতু উচ্চতম ন্যায়ালয়ত দাখিল হোৱা আবেদন সমূহৰ ভিতৰত সদৌ অসম উকীল সন্থাও আছিল অন্যতম আবেদনকাৰী ।Body:সন্থাৰ সাধাৰণ সম্পাদক দীপক কুমাৰ দাসে শুনানিৰ পিছতে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অসমৰ বিষয়টো সুকীয়া আৰু ইয়াৰ শুনানিও বেলেগকৈ লোৱা হব বুলি উচ্চতম ন্যায়ালয়ে কৰা ঘোষণা আদৰণীয় ।Conclusion:উল্লেখ্য যে আজি উচ্চতম ন্যায়ালয়ত উকীল সন্থাৰ আবেদনৰো শুনানি গ্ৰহণ কৰা হৈছিল ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.