ETV Bharat / state

মহানগৰীৰ ৰাজপথত নিজেই চেনিটাইজেশ্বনত নামিল মুখ্যমন্ত্ৰী - চেনিচাইজেশ্বন

মহানগৰীৰ ফাঁচী বজাৰত বৃহস্পতিবাৰে নিজে চেনিটাইজেশ্বনৰ নেতৃত্ব দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । মুখ্যমন্ত্ৰীক সংগ দিয়ে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ।

sanitization by CM
মহানগৰীৰ ৰাজপথত চেনিচাইজেশ্বনত নিজেই নামিল মুখ্যমন্ত্ৰী
author img

By

Published : Apr 2, 2020, 7:51 PM IST

গুৱাহাটী,২ এপ্ৰিলঃ গুৱাহাটী পৌৰ নিগমে ইতিমধ্যে মহানগৰীৰ বিভিন্ন প্ৰান্তত চেনিটাইজেশ্বন অভিযান অব্যাহত ৰাখিছে । তাৰেই অংশ হিচাবে বৃহস্পতিবাৰে এই অভিযান চলোৱা হয় মহানগৰীৰ ফাঁচী বজাৰত । ফাঁচী বজাৰত বৃহস্পতিবাৰে নিজে চেনিটাইজেশ্বনৰ নেতৃত্ব দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । মুখ্যমন্ত্ৰীক সংগ দিয়ে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই । পিছত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিকে কোভিড 19 ৰ পৰা ৰক্ষা পাবলৈ হ'লে পৰিস্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিবই লাগিব বুলি মন্তব্য কৰে ।

মহানগৰীৰ ৰাজপথত চেনিচাইজেশ্বনত নিজেই নামিল মুখ্যমন্ত্ৰী

লগতে চাওকঃ আৰোগ্য নিধিলৈ এক লাখ টকাৰ অনুদান নলবাৰী হৰিমন্দিৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.