ETV Bharat / state

Sangeet Natok Academy Award 2022: অসমৰ কেইবাগৰাকীও শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা

author img

By

Published : Nov 25, 2022, 9:59 PM IST

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে শুক্ৰবাৰে সংগীত নাটক একাডেমী বঁটাৰ বটা প্ৰাপককসকলৰ নাম ঘোষণা কৰে । 2019,2020 আৰু 2022 বৰ্ষৰ বাবে এই বঁটাৰ বটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। অসমৰ কেইবাগৰাকী শিল্পীয়ে লাভ কৰিছে এই সন্মান (Sangeet Natok Academy Award 2022)।

sangeet-natok-academy-award-2022
Sangeet Natok academy award 2022: অসমৰ কেবাগৰাকী শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা
  • শুক্ৰবাৰে ঘোষণা কৰা হয় সংগীত নাটক একাডেমী বঁটা(Sangeet natok academy award 2022)
  • 2019,2020 আৰু 2022 বৰ্ষৰ বটা প্ৰাপকসকলৰ নাম ঘোষণা কৰে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে
  • অসমৰ কেইবাগৰাকীও শিল্পীলৈ আগবঢ়োৱা হৈছে এই সন্মানীয় বঁটা
  • লোক সংগীত আৰু নৃত্যৰ বাবে বিশিষ্ট লোকশিল্পী ড৹ প্ৰসন্ন গগৈলৈ আগবঢ়োৱা হৈছে সংগীত নাটক একাডেমী বঁটা
  • অভিনয়ৰ বাবে বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়ালৈ সংগীত নাটক বঁটা আগবঢ়োৱা হৈছে
  • অংকীয়া নাটৰ বাবে বঁটা আগবঢ়োৱা হৈছে গুনীন্দ্ৰ নাথ ওজাক
  • নাট্য পৰিচালনাৰ বাবে বিশিষ্ট পৰিচালক অৱিনাশ শৰ্মালৈ সংগীত নাটক একাডেমী বঁটা
  • সত্ৰীয়া নৃত্যৰ বাবে ৰঞ্জুমণি শইকীয়ালৈ আগবঢ়োৱা হৈছে সংগীত নাটক একাডেমী বঁটা
  • বঁটা প্ৰাপকসকলক এক লাখ টকাকৈ আগবঢ়োৱা‌ হ'ব
  • এই সম্মান প্ৰদান কৰিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে
  • সংগীত নাটক একাডেমী বিছমিল্লা খাঁ যুৱ বঁটাও ঘোষণা
  • এই শিতানত সত্ৰীয়া নৃত্যৰ বাবে বঁটা আগবঢ়োৱা হৈছে প্ৰভাত শইকীয়ালৈ
  • বেহেলাৰ বাবে মানস কুমাৰ চমুৱালৈ আগবঢ়োৱা হৈছে বিছমিল্লা খাঁ যুৱ বঁটা
  • সত্ৰীয়া নৃত্যৰ বাবে জলীমণি শইকীয়ালৈও বিছমিল্লা খাঁ যুৱ বঁটা আগবঢ়োৱা হৈছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.