ETV Bharat / state

আছুতেই থাকিব ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

author img

By

Published : Nov 30, 2020, 7:57 PM IST

আছুতে থকাৰ সিন্ধান্ত গ্ৰহণ কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷ দুলীয়াজান অধিৱেশনত ছাত্ৰ সংগঠনটোৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা কৰিছিল ড৹ ভট্টাচাৰ্যই ৷ আছুৰ কৰ্মকৰ্তাসকলৰ অনুৰোধৰ বাবে পুনৰ মুখ্য উপদেষ্টা পদতে থাকিব মুখ্য উপদেষ্টা গৰাকীয়ে ৷

as_ghy_samujjal reaction_vis_as10002
আছুতেই থাকিব ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

গুৱাহাটী, 30 নৱেম্বৰ: অৱশেষত আছুতে থকাৰ সিন্ধান্ত গ্ৰহণ কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷ দুলীয়াজানত অনুষ্ঠিত আছুৰ অধিৱেশনত তিনিটা দশক ধৰি নেতৃত্ব দি অহা ছাত্ৰ সংগঠনটোৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা কৰিছিল ড৹ ভট্টাচাৰ্যই ৷ কিন্তু আছুৰ কৰ্মকৰ্তাসকলৰ অনুৰোধৰ বাবে পুনৰ মুখ্য উপদেষ্টা পদতে থাকি আছুক নেতৃত্ব প্ৰদান কৰিব ভট্টাচাৰ্যই ৷

দুলীয়াজান অধিৱেশনত নিজৰ বিবেকৰ লগত আলোচনা কৰাৰ বাবে সময় বিচাৰিছিল সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা গৰাকীয়ে ৷ আছুৰ প্ৰতিনিধিসকলে সমুজ্জ্বল ভট্টাচাৰ্যক আছু ত্যাগ নকৰিবলৈ বাৰাম্বাৰ আহ্বান জনাইছিল তাৰ পাছতে সোমবাৰে আছুৰ কাৰ্যনিৰ্বাহক সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি নিজৰ সিদ্ধান্ত প্ৰকাশ কৰিলে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷

লগতে পঢ়ক: জনিয়াত গো-পালকক ঋণ প্ৰদান ভাৰতীয় ষ্টেট বেংকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.