গুৱাহাটী, 3 ছেপ্তেম্বৰঃ
- ঘোষণা কৰা হ’ল সৰ্বভাৰতীয় সৈনিক স্কুলৰ প্ৰৱেশ পৰীক্ষা
- ২০২০ চনৰ ৫ জানুৱাৰীত অনুষ্ঠিত হ'ব সৈনিক স্কুলৰ প্ৰৱেশ পৰীক্ষা
- ইতিমধ্যে অনলাইনযোগে আৰম্ভ হৈছে পঞ্জীয়ন প্ৰক্ৰিয়া
- ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব sainikschooladmission.inত
- মঙলবাৰে জনসংযোগ বিভাগে এক বিজ্ঞপ্তি যোগে জনাই এই কথা