ETV Bharat / state

সাহিত্য অকাডেমীৰ বঁটা অসমৰ দুই সাহিত্যিকলৈ - চাণক্য

অসমৰ দুই সাহিত্যিকলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমীৰ সন্মান ৷ অসমীয়া সাহিত্যৰ অন্যতম লেখিকা তথা উপন্যাসিকা ডঃ জয়শ্ৰী গোস্বামী মহন্ত আৰু বড়ো সাহিত্যিক ফুকন চন্দ্ৰ বসুমতাৰীলৈ আগবঢ়োৱা হৈছে এই সন্মান ৷

সাহিত্য অকাডেমীৰ বঁটা অসমৰ দুই সাহিত্যিকলৈ
সাহিত্য অকাডেমীৰ বঁটা অসমৰ দুই সাহিত্যিকলৈ
author img

By

Published : Dec 18, 2019, 7:16 PM IST

গুৱাহাটী,১৮ ডিচেম্বৰঃ দেশ,জাতি,মাটি,ভাষা সকলোৱে এক সংকটপূৰ্ণ মুহূৰ্তত অৱস্থান কৰাৰ সময়তে অসমৰ সাহিত্য ক্ষেত্ৰখনলৈ আহিছে দুটা ভাল লগা খবৰ। বুধবাৰে সাহিত্য অকাডেমীয়ে ঘোষণা কৰে বিভিন্ন ভাৰতীয় ভাষাৰ সাহিত্য বঁটাসমূহ। সেই অনুসৰি অসমীয়া ভাষাত সাহিত্য অকাডেমী সন্মান আগবঢ়োৱা হয় বিশিষ্ট সাহিত্যিক ডঃ জয়শ্ৰী গোস্বামী মহন্তলৈ । "চাণক্য" নামৰ তেওঁৰ বহুচৰ্চিত উপন্যাসখনৰ বাবে আগবঢ়োৱা হৈছে এই সন্মান।

SAHITYA ACADEMY AWARD WIN JAYASHREE GOSWAMI MAHANTA
ডঃ জয়শ্ৰী গোস্বামী মহন্ত

অনুৰূপভাৱে,বড়ো সাহিত্যৰ বাবে সাহিত্য অকাডেমী সন্মান আগবঢ়োৱা হৈছে বিশিষ্ট সাহিত্যিক ফুকন চন্দ্ৰ বসুমতাৰীলৈ। তেওঁৰ "আখাই আথুমনিথাৰি" নামৰ গ্ৰন্থখনৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে।

লগতে পঢ়কঃউচ্চতম ন্যায়ালয়ত অধিবক্তাৰ ৰূপত তৰুণ গগৈ

Intro:Body:

গুৱাহাটী, ১৮ ডিচেম্বৰঃ দেশ, জাতি, মাটি, ভাষা সকলোৱে এক সংকটপূৰ্ণ মুহূৰ্তত অৱস্থান কৰাৰ সময়তে অসমৰ সাহিত্য ক্ষেত্ৰখনলৈ আহিছে দুটা ভাল লগা খবৰ । বুধবাৰে সাহিত্য অকাডেমীয়ে ঘোষণা কৰে বিভিন্ন ভাৰতীয় ভাষাৰ সাহিত্য বঁটাসমূহ । সেই অনুসৰি অসমীয়া ভাষাত সাহিত্য অকাডেমী সন্মান আগবঢ়োৱা হয় বিশিষ্ট সাহিত্যিক ডঃ জয়শ্ৰী গোস্বামী মহন্তলৈ । "চাণক্য" নামৰ তেওঁৰ বহুচৰ্চিত উপন্যাসখনৰ বাবে আগবঢ়োৱা হৈছে এই সন্মান । অনুৰূপভাবে, বড়ো ভাষাত সাহিত্য অকাডেমী সন্মান আগবঢ়োৱা হৈছে বিশিষ্ট সাহিত্যিক ফুকন চন্দ্ৰ বসুমতাৰীলৈ । তেওঁৰ "আখাই আথুমনিথাৰি" নামৰ গ্ৰন্থখনৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে ।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.