ETV Bharat / state

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অঃ জাঃযুঃছাঃ পৰিষদৰ সভাপতিৰ প্ৰতিক্ৰিয়া - গুৱাহাটী

ৰাজ্যত সভাত মঙলবাৰে গৃহিত হ'ব বিধেয়ক খন

ৰুবুল দাসৰ প্ৰতিক্ৰিয়া
author img

By

Published : Feb 12, 2019, 2:39 PM IST

গুৱাহাটী, ১২ ফেব্ৰুৱাৰী: ৰাজ্যসভাৰ মজিয়াত মঙলবাৰে উত্থাপন হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ । বিতৰ্কিত বিধেয়ক খনৰ বিৰোধিতাত ৭০ টাকৈ জাতীয় সংগঠন তথা বিৰোধী ৰাজনৈতিক দলে গ্ৰহণ কৰিছিল প্ৰতিবাদী কাৰ্যসূচী ।

ৰুবুল দাসৰ প্ৰতিক্ৰিয়া
নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ চৰকাৰৰ আকোৰগোজ মনোভাৱক লৈ ৰাজ্যবাসীয়ে প্ৰকাশ কৰিছে বিভিন্ন প্ৰতিক্ৰিয়া । বিধেয়ক খনক লৈ অসমবাসীক লৈ নিকৃষ্ট ৰাজনীতি নকৰিবলৈ সকীয়াই দিয়ে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে ।
undefined

Intro:নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্য সভাত উত্থাপন কৰাক লৈ অনুসুচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসৰ প্ৰতিক্ৰিয়া ।

Body:লিপিকা ডেকা ।

Conclusion:লিপিকা ডেকা ।গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.