ETV Bharat / state

মালিগাঁৱত পুনৰ চুৰিকাণ্ড - Robbery

গুৱাহাটীত চোৰৰ চাফাই অভিযান ৷ নগদ ৪০ হাজাৰ টকা,আ-অলংকাৰৰ লগতে বহু মূল্যৱান সামগ্ৰীলৈ উধাও চোৰ ৷

মালিগাঁৱত পুনৰ চুৰিকাণ্ড
author img

By

Published : Sep 27, 2019, 10:19 AM IST

গুৱাহাটী, 27 ছেপ্টেম্বৰঃ মহানগৰীত চোৰৰ উপদ্ৰৱ ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ মালিগাঁৱত চোৰৰ লুটপাত ৷ মালিগাঁৱৰ ৩২(b) নম্বৰ ৰে’লৱে কোৱাৰ্টাৰত সংঘটিত কৰে চুৰিকাণ্ড। প্ৰথমে দুৱাৰ ভাঙি ঘৰত প্ৰৱেশ কৰি চাফাই অভিযান আৰম্ভ কৰে চোৰে। চোৰে প্ৰায় নগদ ৪০ হাজাৰ টকা,আ-অলংকাৰ আৰু বহু মূল্যৱান সামগ্ৰীলৈ লৈ যায়। সম্প্ৰতি জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী সুবীৰ দাসে।

মালিগাঁৱত চুৰিকাণ্ড

উল্লেখ্য যে,অঞ্চলটোত দিনক-দিনে বৃদ্ধি পাবলৈ ধৰিছে ড্ৰাগছৰ আড্ডা ৷ যাৰ বাবে চুৰি-ডকাইতি আদিৰ দৰে ঘটনা অধিক সংঘটিত হ'বলৈ ধৰিছে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। আনহাতে আৰক্ষী প্ৰশাসনৰ ভূমিকাক লৈ সন্তুষ্ট নহয় স্থানীয় বাসিন্দা। জালুকবাৰী আৰক্ষী থানাৰ নিচেই কাষতে সংঘটিত হোৱা চুৰিকাণ্ডৰ ঘটনাই উদঙাইছে নিৰাপত্তাৰ প্ৰকৃত স্বৰূপ।

Intro:মহানগৰীৰ মালিগাঁৱত পুনৰ চুৰিকাণ্ডৰ ঘটনা। ঘৰত কোনো নথকাৰ সুযোগ লৈ লুটপাত চলাই চোৰে। ৩২(b) নম্বৰ ৰেল কোৱাৰ্টাৰত সংঘটিত হয় এই চুৰিকাণ্ড। প্ৰথমে দুৱাৰ ভাঙি ঘৰটোত প্ৰৱেশ কৰে চোৰ। তাৰ পিছতেই দুৰ্বৃত্তই আৰম্ভ কৰে চাফাই অভিযান। চোৰে লৈ যায় নগদ ৪০হাজাৰ টকা, আ অলংকাৰ আৰু বহু মূল্যৱান সামগ্ৰী। সম্প্ৰতি জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে সুবীৰ দাসে। অঞ্চলটোত ড্ৰাগছৰ আড্ডা যথেষ্ট বৃদ্ধি হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। যাৰ বাবে চুৰি-ডকাইতিৰ দৰে ঘটনা সংঘটিত হ'বলৈ ধৰিছে। এই আৰক্ষী প্ৰশাসনৰ ভুমিকা যথেষ্ট পুতৌজনক বুলিও কয় ৰাইজে। অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাই ৰাইজে। মুঠৰ ওপৰত জালুকবাৰী আৰক্ষী থানাৰ নিচেই কাষতে সংঘটিত এই চুৰিকাণ্ডই উদঙাইছে নিৰাপত্তাৰ প্ৰকৃত স্বৰূপটো। Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.