ETV Bharat / state

ভিলেজ ৰকষ্টাৰৰ পিচত ৰীমা দাসৰ "বুল বুল কেন চিং"

author img

By

Published : Sep 19, 2019, 9:06 PM IST

কাইলৈ ছবিগৃহলৈ আহিব ৰীমা দাসৰ বহু চৰ্চিত আৰু দেশে বিদেশে সমাদৰ লাভ কৰা ছবি "বুলবুল কেন চিং"

ভিলেজ ৰকষ্টাৰৰ পিচত ৰীমা দাসৰ "বুল বুল কেন চিং"

নিউজ ডেস্ক, 19 ছেপ্টেম্বৰঃ মুক্তিৰ পূৰ্বেই ৰীমা দাসৰ "বুলবুল কেন চিং" ছবি খনে চলচ্চিত্ৰ জগতত আলোড়নৰ সৃষ্টি কৰিছে ৷ শুকুৰবাৰে ছবি গৃহলৈ আহিব ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বহু কেইটা বঁটাৰে সন্মানিত তথা ৰজত কমল বঁটাৰে সন্মানিত ৰীমা দাসৰ চিনেমা "বুলবুল কেন চিং" । কেইবাখনো দেশৰ বিভিন্ন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি বুধবাৰে নিশা ছয়গাঁৱৰ নিজ ঘৰত উপস্থিত হয় ৰীমা দাস ।

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলৰ জৰিয়তে ছবি খনৰ মুক্তিৰ কথা ঘোষণা কৰে ৰীমা দাসে । ভিলেজ ৰকষ্টাৰ যেনেদৰে দৰ্শকে আদৰি লৈছে "বুলবুল কেন চিঙ"কো আদৰি লোৱাৰ বাবে ৰীমা দাসে ৰাইজক আহ্বান জনায় । উল্লেখযোগ্য যে প্ৰায় ৪০ খন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ১৩ তাতকৈ অধিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে বুলবুল কেন চিঙে ৷

ৰীমা দাসৰ "বুল বুল কেন চিং"

তিনি গৰাকী কিশোৰৰ পৰিচয় আৰু তাৰ পাছত হোৱা সংঘাতক মূল বিষয় হিচাপে লৈ নিৰ্মাণ কৰা হৈছে ছবিখন । মুক্তিৰ পূৰ্বে এই ছবিখনে ৬৬ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত চলচ্চিত্ৰখনে " বেষ্ট ফিচাৰ ফিল্ম " বঁটা লাভ কৰাৰ লগতে ৰজতকমল বঁটা লাভ কৰে । ইয়াৰ উপৰিও এই ছবিখনে ইণ্ডিয়ান ফেষ্টিভেল অৱ মেলবৰ্ণত লাভ কৰে "বেষ্ট ইণ্ডি ফিল্ম" বঁটা লাভ কৰে ৷ ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে অঞ্জলি দাস,বনিতা ঠাকুৰীয়া আৰু মনোৰঞ্জন দাসে । সকলোৱে আশা কৰিছে বুলবুল কেন ছিঙে দৰ্শকৰ যোগাত্মক সঁহাৰি লাভ কৰিব ৷

Intro:কাইলৈ ছবি খনলৈ আহিব ৰীমা দাসৰ বহু চৰ্চিত আৰু দেশে বিদেশে সমাদৰ লাভ কৰা ছবি "বুলবুল কেং ছিং" । মুক্তিৰ পূৰ্বেই এই ছবি খনে চলচ্চিত্ৰ জগতত সৃষ্টি কৰিছে আলোড়নৰ ।

Body:বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলৰ জৰিয়তে ছবি খনৰ মুক্তিৰ কথা ঘোষণা কৰে ৰীমা দাসে । তিনি গৰাকী কৈশোৰৰ পৰিচয় আৰু তাৰ পাছত হোৱা সংঘাতক মূল বিষয় হিচাপে নিৰ্মাণ কৰিছে ছবিখন । মুক্তিৰ পূৰ্বে ই এই ছবিখনে ৬৬ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বটাত অসমীয়া ভাষাৰ ৰজতকমল বটা লাভ কৰে । ইয়াৰ উপৰিও এই ছবিখনে ইণ্ডিয়ান ফেষ্টিভেল অৱ মেলবৰ্ণত শ্ৰেষ্ঠ ভাৰতীয় ছবি সন্মান লাভ কৰিছে ।লগতে বিদেশৰ বহু ঠাইত প্ৰদৰ্শিত হৈছে এটা ছবি খন । ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে অঞ্জলি দাস,বনিতা ঠাকুৰীয়া আৰু মনোৰঞ্জন দাসে । সকলোৱে আশা কৰিছে বুলবুল কেন ছিঙে দৰ্শকৰ যোগাত্মক সহাৰি লাভ কৰিব য়

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.