ETV Bharat / state

অৰুণাচলৰ ঘণ অৰণ্যত উদ্ধাৰ বিপন্ন প্ৰজাতিৰ কাছ - অসম নিউজ

অৰুণাচলৰ য়াজলিৰ এক ঘনঅৰণ্যত অৰুণাচলৰ বন বিভাগে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে পৃথিৱীৰ বুকুৰ পৰা প্ৰায় নিঃশেষ হ'বলৈ ধৰা অতি বিপন্ন প্ৰজাতিৰ দুটা কাছ । ভাৰতত পূৰ্বে কেতিয়াও দেখিবলৈ নোপোৱা এই বিৰল প্ৰজাতিৰ দুটাকৈ কাছ অৰুণাচলৰ বন বিভাগৰ লোকে য়াজলিত দুজন কিশোৰৰ কৱলৰ পৰা উদ্ধাৰ কৰে

ভাৰতত উদ্ধাৰ 'ইস্প্ৰেছড্ টৰটইজ'
author img

By

Published : Jul 1, 2019, 8:24 PM IST

গুৱাহাটী, 1 জুলাইঃ প্ৰথম বাৰৰ বাবে ভাৰতত উদ্ধাৰ ' ইস্প্ৰেছড্ টৰটইজ' ৷ দক্ষিণ এছিয়াৰ বিভিন্ন অঞ্চলত দেখিবলৈ পোৱা বিৰল আৰু অতি বিপন্ন প্ৰজাতিৰ 'ইস্প্ৰেছড্ টৰটইজ' প্ৰথম বাৰৰ বাবে উদ্ধাৰ হৈছে ভাৰতত । পোন প্ৰথম বাৰৰ বাবে ভাৰতত এই প্ৰজাতিৰ কাছ উদ্ধাৰ হোৱাত প্ৰকৃতিপ্ৰেমী সকলৰ মাজত বিশেষ চৰ্চা লাভ কৰিছে ।

অৰুণাচলৰ য়াজলিৰ এক ঘনঅৰণ্যত অৰুণাচলৰ বন বিভাগে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে পৃথিৱীৰ বুকুৰ পৰা প্ৰায় নিঃশেষ হ'বলৈ ধৰা অতি বিপন্ন প্ৰজাতিৰ এটা কাছ । ভাৰতত পূৰ্বে কেতিয়াও দেখিবলৈ নোপোৱা এই বিৰল প্ৰজাতিৰ দুটাকৈ কাছ অৰুণাচলৰ বন বিভাগৰ লোকে য়াজলিত দুজন কিশোৰৰ কবলৰ পৰা উদ্ধাৰ কৰে । 'ইস্প্ৰেছড্ টৰটইজ' নামৰ এই প্ৰজাতিৰ কাছ বিধ সাধাৰণতে দক্ষিণ এছিয়াৰ বিভিন্ন অঞ্চলত দেখিবলৈ পোৱা যায় যদিও ভাৰতত প্ৰথম বাৰৰ বাবে এইবিধ কাছ উদ্ধাৰ হৈছে ৷ ভাৰতৰ চুবৰীয়া দেশ ম্যানমাৰৰ অৰণ্যত এইবিধ কাছৰ প্ৰজাতি পোৱা যায় যদিও অৰুণাচল প্ৰদেশলৈ এই কাছ দুটা কেনেকৈ আহিল সেয়া এতিয়াও বিচাৰ্যৰ বিষয় হৈ আছে । কাছ দুটা য়াজলিৰ ৰেঞ্জাৰ বাণ্টি টাওৰ দৃষ্টি গোচৰ হোৱাত কাছ দুটা উদ্ধাৰ কৰি চিনাক্ত কৰণৰ বাবে কাছ দুটাৰ ফটো চ'ছিয়েল মিডিয়াত শ্বেয়াৰ কৰে ।

আনহাতে, বন্যপ্ৰাণী সংৰক্ষণৰ লগত জড়িত বেচৰকাৰী সংস্থা এটাই কাছ দুটাক চিনাক্তকৰণ কৰে । অৰুণাচলৰ বন বিভাগৰ কবলত থকা এই বিলুপ্ত প্ৰায় কাছবিধ সংৰক্ষণ বাবে অৰুণাচলৰ চৰকাৰ আৰু বন বিভাগে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় ৷

প্ৰথম বাৰৰ বাবে ভৰতত উদ্ধাৰ 'ইস্প্ৰেছড্ টৰটইজ'

দক্ষিণ এছিয়াৰ বিভিন্ন অঞ্চলত দেখিবলৈ পোৱা বিৰল আৰু অতি বিপন্ন প্ৰজাতিৰ 'ইস্প্ৰেছড্ টৰটইজ' প্ৰথম বাৰৰ বাবে উদ্ধাৰ হৈছে ভাৰতত। পোন প্ৰথম বাৰৰ বাবে ভাৰতত এই প্ৰজাতিৰ কাছ উদ্ধাৰ হোৱাত প্ৰকৃতিপ্ৰেমী সকলৰ মাজত বিশেষ চৰ্চা লাভ কৰিছে। 

অৰুণাচল প্ৰদেশৰ য়াজলিৰ এক ঘনঅৰণ্যত অৰুণাচল প্ৰদেশৰ বন বিভাগে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে পৃথিৱীৰ বুকুৰ পৰা প্ৰায় নিঃশেষ হ'বলৈ ধৰা অতি বিপন্ন প্ৰজাতিৰ এটা কাছ। ভাৰতত পূৰ্বে কেতিয়াও দেখিবলৈ নোপোৱা এই বিৰল প্ৰজাতিৰ দুটাকৈ কাছ অৰুণাচল প্ৰেদশৰ বন বিভাগৰ লোকে য়াজলিত দুজন কিশোৰৰ কবলৰ পৰা উদ্ধাৰ কৰিছে। 'ইস্প্ৰেছড্ টৰটইজ' নামৰ এই প্ৰজাতিৰ কাছ বিধ সাধাৰণতে দক্ষিণ এছিয়াৰ বিভিন্ন অঞ্চলত দেখিবলৈ পোৱা যায় যদিও ভাৰতত প্ৰথম বাৰৰ বাবে এইবিধ কাছ উদ্ধাৰ হোৱাটো প্ৰকৃতিপ্ৰেমী সকলৰ মাজত বিশেষ চৰ্চা লাভ কৰিছে। ভাৰতৰ চুবৰীয়া দেশ ম্যানমাৰৰ অৰণ্যত এইবিধ কাছৰ প্ৰজাতি পোৱা যায় যদিও অৰুণাচল প্ৰদেশলৈ এই কাছ দুটা কেনেকৈ আহিল সেয়া এতিয়াও বিচাৰ্যৰ বিষয় হৈ আছে। কাছ দুটা য়াজলিৰ ৰেঞ্জাৰ বাণ্টি টাওৰ দৃষ্টি গোচৰ হোৱাত কাছ দুটা উদ্ধাৰ কৰি চিনাক্ত কৰণৰ বাবে কাছ দুটা ফটো সামাজিক মাধ্যমত এৰি দিয়ে। বন্যপ্ৰাণী সংৰক্ষণৰ লগত জড়িত বেচৰকাৰী সন্থা এটাই কাছ দুটাক চিনাক্ত কাৰণ কৰে। 

বাইট : জয়াদিত্য পুৰকায়স্ত, সৰীসৃপ বিশেষজ্ঞ

বৰ্তমান অৰুণাচল প্ৰেদশৰ বন বিভাগৰ কবলত থকা এই বিৰল প্ৰজাতিৰ কাছবিধ সংৰক্ষণ বাবে অৰুণাচল প্ৰদেশ চৰকাৰ আৰু বন বিভাগে কেনে পদক্ষেপ গ্ৰহণ কৰিব ই এক অতি গুৰুত্বপূৰ্ণ পূৰ্ণ বিষয় হ'ব। 

Slug: a_ghy_801_1july_new_turtle_found_vis+bite_7201051

Feed : we transfer 
Script : mail
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.